Chapter- 8
আনন্দৰাম বৰুৱা
১. সংস্কৃতক কি ভাষা বুলিও কোৱা হয় ?
(ক) অসমীয়া ভাষা
(খ) দেৱভাষা
(গ) এটাও নহয়
উত্তৰ- (খ) দেৱভাষা ।
২. আমাৰ অসমতো অতীজৰে পৰা কি ভাষাৰ চৰ্চা চলি আহিছে?
(ক) ইংৰাজী ভাষা
(খ) সংস্কৃত ভাষা
(গ) এটাও নহয়
উত্তৰ- (খ) সংস্কৃত ভাষা ।
৩. আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?
(ক) ডিব্ৰুগড়ত
(খ) উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত
(গ) এটাও নহয়
উত্তৰ- (খ) উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত ।
৪. কিমান বছৰ বয়সত তেওঁ মাতৃহীন হৈছিল?
(ক) বাৰ-তেৰ বছৰ বয়সত
(খ) সাত-আঠ বছৰ বয়সত
(গ) এটাও নহয়
উত্তৰ- (খ) সাত-আঠ বছৰ বয়সত ।
৫. আনন্দৰাম বৰুৱাৰ কি কি বিষয়ত ৰাপ আছিল?
(ক) অংক আৰু বিজ্ঞান
(খ) অংক আৰু সংস্কৃত
(গ) এটাও নহয়
উত্তৰ- (খ) অংক আৰু সংস্কৃত ।
৬. উচ্চ শিক্ষাৰ বাবে তেওঁ ক’লৈ গৈছিল?
(ক) শ্বিলঙলৈ
(খ) কলিকতালৈ
(গ) এটাও নহয়
উত্তৰ- (খ) কলিকতালৈ ।
৭. নিজ প্ৰতিভা শক্তিৰে তেওঁ কি নামে দুটা বৃত্তি লাভ কৰিছিল?
(ক) অমৰকোষ আৰু ডাফ্ স্ক’লাৰশ্বিপ
(খ) ষ্টেইট স্ক’লাৰশ্বিপ আৰু গিলক্ৰাইষ্ট স্ক’লাৰশ্বিপ
(গ) এটাও নহয়
উত্তৰ- (খ) ষ্টেইট স্ক’লাৰশ্বিপ আৰু গিলক্ৰাইষ্ট স্ক’লাৰশ্বিপ ।
৮. বিলাতত গৈ তেওঁ পঢ়াৰ প্ৰথম উদ্দেশ্য় কি আছিল?
(ক) তেওঁ ভালকৈ সকলো কথা জনা
(খ) আই চি এছ পৰীক্ষা পাছ কৰা
(গ) এটাও নহয়
উত্তৰ- (খ) আই চি এছ পৰীক্ষা পাছ কৰা ।
৯. বিলাতৰ পৰা আই চি এছ পৰীক্ষাত সন্মানেৰে উৰ্ত্তীৰ্ণ হৈ আহি তেওঁ ক’ত সহকাৰী উপায়ুক্ত হিচাপে চাকৰি জীৱন আৰম্ভ কৰিছিল?
(ক) শিৱসাগৰত
(খ) গুৱাহাটীত
(গ) এটাও নহয়
উত্তৰ- (ক) শিৱসাগৰত ।
১০. আনন্দৰাম বৰুৱাৰ কিমান বছৰ বয়সত মৃত্য়ু হৈছিল?
(ক) চল্লিছ বছৰ বয়সত
(খ) ঊনচল্লিছ বছৰ বয়সত
(গ) এটাও নহয়
উত্তৰ- (খ) ঊনচল্লিছ বছৰ বয়সত ।
Type by- Bikul Mandal