সামাজিক ন্যায়
Social justice
Chapter 4
ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type Question ) :
১) ন্যায়ৰ বিভিন্ন নীতিসমূহ আলোচনা কৰা ।
উত্তৰঃ
২) ন্যায় কাক বোলে ? ন্যায় সম্পৰ্কে প্লেটোৰ মতবাদ আলোচনা কৰা।
উত্তৰঃ
৩) ন্যায়ৰ অৰ্থ বহলাই ব্যাখ্যা কৰা ।
উত্তৰঃ
৪) ন্যায়ৰ আধুনিক অৱধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ
৫) ন্যায়ৰ আধুনিক শ্ৰেণীবিভাজন চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
৬) “প্ৰত্যেকজন ব্যক্তিয়েই তেওঁৰ প্ৰাপ্য পোৱা উচিত ” বুলি কোৱা নীতিবোৰে কি সূচায় ? সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই ধাৰণাৰ কি ধৰণে পৰিৱৰ্তন হৈছে ?
উত্তৰঃ
৭) এই অধ্যানটোত বৰ্ণনা কৰা ন্যায়ৰ তিনিটা নীতি আলোচচনা কৰা। প্ৰত্যেকটো নীতি উদাহৰণে ব্যাখ্যা কৰা ।
উত্তৰঃ
৮) বিশেষ প্ৰয়োজনৰ নীতিটোৱে সকলোকে সমান আচৰণ কৰা নীতিটোক বিৰোধীতা কৰে নেকি ? আলোচনা কৰা ।
উত্তৰঃ
৯) জন্ ৰাৱেলেছে তেওঁৰ অজ্ঞতাৰ আঁৰকাপোৰ (Veli of Lgnorance)-ৰ ধাৰাণাক সামাজিক ন্যায়ৰ আলোচনাত কেনেকৈ ব্যৱহাৰ কৰিছে ?
উত্তৰঃ
১০) সুস্থ আৰু সৃষ্টিশীল জীৱন-যাপনৰ বাবে মানুহৰ প্ৰয়োজনীয় মৌলিক চাহিদাবোৰ কি কি ? এনে মৌলিক প্ৰয়োজনীয়তা পূৰণত চৰকাৰৰ কি ভূমিকা থাকিব পাৰে ?
উত্তৰঃ
১১) সামাজিক ন্যায় বুলিলে কি বুজা বহলাই আলোচনা কৰা ।
উত্তৰঃ
১২) সামাজিক ন্যায়ৰ বিভিন্ন দিশবোৰ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩) ন্যায়ৰ প্ৰসংগত সমান আচৰণ সম্পৰ্কে আলোচনা কৰা ।
উত্তৰঃ
১৪) সমতাৰ অধিকাৰ আৰু সমদক্ষ লোকৰ প্ৰতি সম ব্যৱহাৰ মানে কি বুজা ?আলোচনা কৰা ।
উত্তৰঃ
১৫) সমানুপাতিক ন্যায় বুলিলে কি বুজা ব্যাখ্যা কৰা ।
উত্তৰঃ
১৬) সঠিক বিতৰণ মানে কি বুজা ? ভাৰতত এই নীতিটোত প্ৰযোজ্য আছে নে ?
উত্তৰঃ
১৭) মুক্ত বজাৰ ব্যৱস্থাই কিদৰে সমাজত ন্যায় প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুজাই লিখা ।
উত্তৰঃ
১৮) জন্ ৰাউলছ্ৰ ন্যায়ৰ তত্ত্বটো চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
১৯) আইন আৰু ন্যায়ৰ সম্পৰ্ক বিচাৰ কৰা ।
উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন ( Short answer question) :
১) ন্যায়ৰ অৰ্থ ব্যাখ্যা কৰা ।
উত্তৰঃ
২) সামাজিক ন্যায় বুলিলে কি বুজা ?
উত্তৰঃ
৩) অৰ্থনৈতিক ন্যায় সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ
৪) ৰাজনৈতিক ন্যায় বুলিলে কি বুজা নাইবা টোকা লিখা ।
উত্তৰঃ
৫) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ভাৰত চৰকাৰে গ্ৰহণ কৰা যিকোনো চাৰিটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
৬) সমানুপাতিক ন্যায় ধাৰণাই সমাজত সমতা প্ৰতিষ্ঠাত কিদৰে সহায় কৰে ব্যাখ্যা কৰা ।
উত্তৰঃ
৭) সংৰক্ষণৰ ব্যৱস্থাই কেতিয়াবা সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে নেকি ?
উত্তৰঃ
৮) ভাৰতৰ অধিকসংখ্যক মানুহ সামাজিক ন্যায়ৰ পৰা বঞ্চিত হৈ থকা বুলি ভাবা নে ?
উত্তৰঃ
৯) ন্যায়ৰ খাতিৰত বিশেষ প্ৰয়োজনক কেনেকৈ স্বৃকৃতি দিয়া হয় লিখা।
উত্তৰঃ
১০) বৰ্তমান ভাৰতীয় সমাজত প্ৰকৃত ন্যায় প্ৰতিষ্ঠা হৈছে বুলি তমমি ভাবানে ? উত্তৰৰ সমৰ্থনত যুক্তি দিয়া ।
উত্তৰঃ
১১) জন্ ৰাৱেলছৰ ন্যায়ৰ ধাৰণা সম্পৰ্কে চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
১২) মুক্ত বজাৰৰ সাধাৰণ সক্ষণসমূহ কি কি ?
উত্তৰঃ
১৩) বিভিন্ন সংস্কৃতি বা সভ্যতাত ন্যায়ৰ ধাৰণা সম্পৰ্কে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
১৪) সঠিক বিতৰণ কি বুজাই লিখা ।
উত্তৰঃ
১৫) মুক্ত বজাৰৰ সপক্ষে চাৰিটা যুক্তি দিয়া ।
উত্তৰঃ
১৬) সামাজিক ন্যায়ৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
১৭) জে.এচ মিলৰ ন্যায়ৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ
১৮) বিতৰণমূলকয়ংজ্ঞা দিয়া । ভাৰত চৰকাৰে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে গ্ৰহণ কৰা যিকোনো দুটা পদক্ষেপ উল্লেখ কৰা।
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions)
১) Raw1- ৰ ন্যায়ৰ তত্ত্বটো কি ?
উত্তৰঃ
২) দুজন এনে চিন্তাবিদৰ নাম লিখা যিয়ে অন্যায়ক ন্যায়তকৈ ভাল বুলি অনুভৱ কৰিছে ।
উত্তৰঃ
৩) কোনজন জাৰ্মান দাৰ্শনিকে ন্যায়ৰ ধাৰণাক মানুহৰ মৰ্যাদাৰ লগত জড়িত কৰিছিল ?
উত্তৰঃ
৪) ন্যায়ৰ দুটা নীতি উল্লেখ কৰা ।
উত্তৰঃ
৫) ন্যায়ৰ দুটা মৌলিক বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৬) মুক্ত বজাৰ নীতিৰ দুটা সুবিধা উল্লেখ কৰা ।
উত্তৰঃ
৭) মুক্ত বজাৰৰ দুটা অসুবিধা লিখা ।
উত্তৰঃ
৮) ন্যায়ৰ দুটা সূত্ৰ লিখা ।
উত্তৰঃ
৯) শুদ্ধ-অশুদ্ধ বাছি উলিওৱাঃ
(ক) সামাজিক ন্যায় আৰু সমতাৰ মাজত গুৰুত্ৱপূৰ্ণ সম্বদ্ধ আছে ।
উত্তৰঃ
(খ) বৈষম্য দুৰীকৰণ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য নহয় ।
উত্তৰঃ
(গ) ভাৰতীয় সংস্কৃতিত ন্যায়ৰ ধাৰণাটোক ধৰ্ম বুলিও কোৱা হয় ।
উত্তৰঃ
(ঘ) সম্পদৰ পুনৰ বিতৰণ সামাজিক ন্যায় প্ৰতিষ্ঠাৰ উপায় নহয় ।
উত্তৰঃ
১০) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা দুখন আচঁনিৰ নাম লিখা ।
উত্তৰঃ
১১) সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে দুটা নীতিৰ উল্লেখ কৰা ।
উত্তৰঃ
১২) সামাজিক ন্যায় আৰু অৰ্থনৈতিক ন্যায়ৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ
১৩) যিকোনো দুটা ন্যায়ৰ নাম লিখা ।
উত্তৰঃ
১৪) ন্যায় তত্ত্ৱ থকা গ্ৰন্থ খনৰ নাম কি ?
উত্তৰঃ
১৫) জন্ ৰাৱেলছৰ গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ
১৬) মুক্ত বজাৰ অৰ্থনীতিৰ দুজন সমৰ্থকৰ নাম লিখা ।
উত্তৰঃ
১৭) ‘ Dikaiosime’ কোন ভাষাৰ শব্দ ?
উত্তৰঃ
১৮) এৰিষ্ট’টলৰ ন্যায়ৰ সংকল্পনাক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?
উত্তৰঃ
১৯) প্ৰাচীন কালত ন্যায় সম্পৰ্কে মতামত আগবঢ়োৱা দুজন গ্ৰীক দাৰ্শনিকৰ নাম লিখা ।
উত্তৰঃ
২০) ‘অজ্ঞতাৰ আঁৰকাপোৰ’ৰ ধাৰণাটো কাৰ ?
উত্তৰঃ
২১) ন্যায় প্ৰতিষ্ঠাৰ বাবে জন্ ৰাউলসে পোষকতা কৰা দুটা নীতি কি কি ?
উত্তৰঃ
বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective questions):
১) মানুহে প্ৰকৃত ন্যায় উপভোগ কৰে –
(ক) একনায়কত্ববাদত (খ) সৰ্বাত্মক ৰাষ্ট্ৰত (গ) ৰাজতন্ত্ৰত
(ঘ) গণতন্ত্ৰত
উত্তৰঃ
২) ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আৱশ্যক –
(ক) প্ৰতিশ্ৰুতিবদ্ধ ন্যায়পালিকা (খ) স্বাধীন ন্যায়পালিকা
(গ) ভয়াতুৰ ন্যায়াধীশ (ঘ) অসাধু ন্যায়ধীশ
উত্তৰঃ
৩) ন্যায় কোনে পৰিচালনা / প্ৰদান কৰে
(ক) কাৰ্যপালিকাই (খ) ন্যায়পালিকাই
(গ) বিধানমণ্ডলে (ঘ) ৰাজনৈতিক দলে
উত্তৰঃ
৪) কোন প্ৰকাৰৰ ন্যায়ক ভাৰতীয় সংবিধানৰ প্ৰস্তাবনাত স্থান দিয়া হৈছে ?
(ক) সামজিক ন্যায় (খ) অৰ্থনৈতিক ন্যায়
(গ) ৰাজনৈতিক ন্যায় (ঘ) সাংস্কৃতিক ন্যায়
উত্তৰঃ
৫) মানুহে প্ৰকৃত ন্যায় পাব পাৰে –
(ক) একনায়কত্ত্ববাদত (খ) সৰ্বাত্মবাদত
(গ) ৰাজতন্ত্ৰত (ঘ) গণতন্ত্ৰত
উত্তৰঃ