Chapter 6
পৰিস্থিতি বিজ্ঞান বা বাস্তৱ্য বিদ্যা
অনুশীলনীঃ
1. (Ecology) শব্দটো পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ?
উত্তৰঃ
2. পৰিৱেশৰ সংজ্ঞা দিয়া ?
উত্তৰঃ
3. পৰিস্থিতি বিজ্ঞান কি ?
উত্তৰঃ
4. জল চক্ৰ কি ?
উত্তৰঃ
5. ফাইট’প্লেংকটন কি ?
উত্তৰঃ
6. স্মগ বুলিলে কি বুজা ?
উত্তৰঃ
7. সেউজ গৃহ প্ৰভাৱ কি ?
উত্তৰঃ
8. এছিড বৰষুণ কি ?
উত্তৰ:
9. পাৰিস্থিতিক সমতা কি ?
উত্তৰঃ
10. খাদ্যশৃংখল আৰু খাদ্যজাল বুলিলে কি বুজা ?
উত্তৰঃ
11. ভৌতিক পৰিবেশ আৰু জীৱ পৰিৱেশ বুলিলে কি বুজা ?
উত্তৰঃ
12. সামাজিক-সাংস্কৃতিক পৰিৱেশ বুলিলে কি বুজা ?
উত্তৰঃ
13. পাৰিস্থিতিক বিজ্ঞানক কিয় ”পাৰিৱেশিক জীৱবিজ্ঞান”বুলি কোৱা হয় ?
উত্তৰঃ
14. পৰিৱেশৰ মুখ্য উপাদান সমূহ কি কি ?
উত্তৰঃ
15. পৰিস্থিতিক সন্তুলন ধ্বংসৰ মূল কাৰকবোৰ কি কি ?
উত্তৰঃ
16. পৰিস্থিতি তন্ত্ৰৰ মূল উপাদান সমূহ কি কি ?
উত্তৰঃ
17. ‘পুখুৰী পৰিস্থিতি তন্ত্ৰৰ এটা উত্তম উদাহৰণ’- ব্যাখ্যা কৰা ।
উত্তৰঃ