নাগৰিকতা
Citizenship
Chapter 6
ৰচনাধৰ্মী প্ৰশ্ন (Essay Type questions):
১) নাগৰিকৰ সমজ্ঞা দিয়া । নাগৰিক আৰু বিদেশীৰ মাজত থকা পাৰ্থক্যবোৰ ব্যাখ্যা কৰা ।
উত্তৰ ঃ
২) নাগৰিক কোন ? নাগৰিকত্ব কেনেকৈ অৰ্জন কৰিব পাৰি ? – আলোচনা কৰা ।
উত্তৰঃ
৩) কি কি কাৰণত নাগৰিকত্ব লোপ পায় বৰ্ণনা কৰা ।
উত্তৰঃ
৪) আজিকালি প্ৰায়বোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকে কোনবোৰ অধিকাৰ আশা কৰে ? তেওঁলোকৰ ৰাষ্ট্ৰত অন্যান্য নাগৰিকৰ প্ৰতি কি বাধ্য- বাধকতা থাকিব ?
উত্তৰঃ
৫) সাৰ্বজনীন নাগৰিকত্বৰ ধাৰণাটো পৰীক্ষা কৰা ।
উত্তৰঃ
৬) নাগৰিকক সমান অধিকাৰ প্ৰদান কৰা হলেও সকলোৱে তাক সমানে প্ৰয়োগ কৰিব নোৱাৰিব পাৰে ।- ব্যাখ্যা কৰা ।
উত্তৰঃ
৭) সুনাগৰিকৰ গুণসমূহ কি কি ?
উত্তৰঃ
৮) সুনাগৰিকত্ব অন্তৰায়সমূহ কি কি ?
উত্তৰঃ
৯) সাৰ্বজনীন নাগৰিকত্বৰ বিষয়ে কি জানা লিখা ।
উত্তৰঃ
১০) গোলকীয় নাগৰিকত্বই কি বুজায় লিখা ।
উত্তৰঃ
১১) বিশ্বনাগকিতত্বৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
১২) ৰাষ্ট্ৰীয় নাগৰিকতা কি ?বুজাই লিখা ।
উত্তৰঃ
১৩) দেশীয়কৰণ সূত্ৰৰ দ্বাৰা এজন নাগৰিকে কি কি উপায়ে নাগৰিকত্ব অৰ্জনকৰিব পাৰে বৰ্ণনা কৰা ।
উত্তৰঃ
১৪) বৰ্তমান সময়ত বিশ্ব নাগৰিকত্ৱ সম্ভব নে ? আলোচনা কৰা ।
উত্তৰঃ
১৫) আমাৰ দেশ ভাৰতবৰ্ষত নাগৰিকত্ৱ সম্পৰ্কত সৃষ্টি হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
১৬) কৰ্তব্য বুলিলে কি বুজা নাগৰিকৰ কৰ্তব্য সমূহ কি কি ?
উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন (( Short answer question )
১) সুনাগৰিকৰ যিকোনো পাচঁটা গুণ উল্লেখ কৰা ।
উত্তৰঃ
২) ভাৰতত নাগৰিকত্বক লৈ আজিকালি উথাপিত হোৱা বিষয়বোৰৰ কিছুমান আলোচনা কৰা ।
উত্তৰঃ
৩) মাৰ্টিন লুথাৰ কিঙৰ নাগৰিকত্বৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰঃ
৪) পৰিৱেশ ৰক্ষনা-বেক্ষনৰ বাবে কেইটামান কামৰ উল্লেখ কৰা । .
উত্তৰঃ
৫) সমান অধিকাৰৰ বিষয়ে কি জানা লিখা ।
উত্তৰঃ
৬) নাগৰিক আৰু বিদেশীৰ মাজৰ চাৰিটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ
৭) গোলকীয় নাগৰিকত্ব ।
উত্তৰঃ
৮) বিদেশীসকলে অন্য ৰাষ্ট্ৰত কি কি অধিকাৰ লাভ কৰিব পাৰে ?
উত্তৰঃ
৯) নাগৰিকৰ ৰাজনৈতিক অধিকাৰ ।
উত্তৰঃ
১০) নাগৰিক আৰু ভোটৰ একেনে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ
১১) নাগৰিকত্বৰ ধাৰণাটো অধিকাৰৰ লগত কিদৰে জড়িত ? আলোচনা কৰা ।
উত্তৰঃ
১২) সুনাগৰিকত্বৰ অন্তৰায়সমূহ কি কি ?
উত্তৰঃ
১৩) ফ্ৰান্সৰ বিপ্লৱক নাগৰিকত্ব ধাৰণাৰ মাইলৰ খুঁটা বুলি কেনেকৈ কব পাৰি ?
উত্তৰঃ
১৪) অনাটনক সুনাগৰিকত্বৰ প্ৰতিবন্ধক বুলি কিয় কোৱা হয় ?
উত্তৰঃ
১৫) সুনাগৰিকৰ তিনিটা গুণ উল্লেখ কৰা ।
উত্তৰঃ
১৬) অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা ।
উত্তৰঃ
১৭) নাগৰিকৰ কৰ্তব্য সম্পৰ্কে এটি টোকা লিখা ।
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer questions):
১) নাগৰিকৰ সমজ্ঞা দিয়া ।
উত্তৰঃ
২) নাগৰিকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
৩) নাগৰিকৰ তিনিটা কৰ্তব্য লিখা ।
উত্তৰঃ
৪) সুনাগৰিকৰ দুটা গুণ উল্লেখ কৰা ।
উত্তৰঃ
৫) সম নাগৰিকত্ব কি ?
উত্তৰঃ
৬) নাগৰিকৰ দুটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ
৭) শৰনাৰ্থীসকলে সমুখীন হোৱা দুটা য়মস্যা উল্লেখ কৰা ।
উত্তৰঃ
৮) মুক্ত অধিকাৰৰ বিচৰণে কি সূচায় ?
উত্তৰঃ
৯) ভাৰতৰ নাগৰিকতা প্ৰদানৰ দুটা পদ্ধতি উল্লেখ কৰা ।
উত্তৰঃ
১০) নাগৰিক আৰু বিদেশীৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা ।
উত্তৰঃ
১১) জাতীয় নাগৰিকত্বৰ সমস্যায়মূহ গোলকীয় নাগৰিকত্বৰ জৰিয়তে সমাধান কৰা সম্ভাৱনে ? যদি সম্ভৱ , কিদৰে ?
উত্তৰঃ
১২) এৰিষ্ট’টলে কোনসকল লোকক নাগৰিক বিচাপে গ্ৰাহ্য কৰা নাছিল ?
উত্তৰঃ
১৩) এজন মানুহ বহু বছৰ ধৰি নিজৰ দেশৰ বাহিৰত থাকিলে কি ঘটে?
উত্তৰঃ
১৪) জন্মৰ দ্বাৰা নাগৰিকত্বৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
১৫) নাগৰিক আৰু অধিকাৰৰ মাজৰ সম্পৰ্কে লিখা ।
উত্তৰঃ
১৬) নাগৰিকতা অৰ্জনৰ দুটা পদ্ধতি উল্লেখ কৰা ।
উত্তৰঃ
বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective type questions):
১) কৰ্মৰ অধিকাৰ নাগৰিকৰ এটা ৰাজনৈতিক অধিকাৰ হয় নে ?
উত্তৰঃ
২) ” নাগৰিকত্ব আৰু শ্ৰেণী সমাজ ” গ্ৰন্থখন কোনে লিখিছিল ?
উত্তৰঃ
৩) ভাৰতৰ নাগৰিকত্ব হেৰওৱাৰ এটা কাৰণ লিখা ।
উত্তৰঃ
৪) জন্মসূত্ৰে লাভ কৰা প্ৰকৃত নাগৰিকত্বৰ এটা নীতি উল্লেখ কৰা ।
উত্তৰ
৫) সুনাগৰিকত্বৰ এটা গুণ উল্লেখ কৰা ।
উত্তৰঃ
৬) সাৰ্বজনীন ভোটাধিকাৰ প্ৰদানৰ আগতে সাৰ্বজনীন শিক্ষা দিয়া প্ৰয়োজন বুলি কোনে কৈছিল ।
উত্তৰঃ
৭) এজন ব্যক্তিএকে সময়তে দুখন ৰাষ্ট্ৰৰ নাগৰিক হব পাৰেনে ?
উত্তৰঃ
৮) ” ভাৰতীয় নাগৰিকত্ব আইন ” কোন চনত গ্ৰহণ কৰা হয় ?
উত্তৰঃ
৯) ভাৰতৰ নাগৰিকত্ব আইন কোনে সংশোধন কৰিব পাৰে ?
উত্তৰঃ
১০) টি.এইচ. মাৰচাল কোন আছিল ?
উত্তৰঃ
১১) এজন বিদেশী নাগৰিকে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে। (শুদ্ধ নে অশুদ্ধ )
উত্তৰঃ
১২) বিদেশী এজনৰ নাগৰিক অধিকাৰ নাই । ( শুদ্ধ নে অশুদ্ধ লিখা)
উত্তৰঃ
১৩) এজন বিদেশীক ৰাষ্ট্ৰৰ পৰা বহিষ্কাৰ কৰিব পাৰি ।( হয় নে নহয় লিখা) ।
উত্তৰঃ
১৪) এজন বিদেশীয়ে ৰাজনৈতিক অধিকাৰ ভোগ কৰিব পাৰে । ( হয় নে নহয় লিখা ) ।
উত্তৰঃ
১৫) কৰ্মৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ । ( হয় নে নহয় লিখা ) ।
উত্তৰঃ
১৬) শুদ্ধ উত্তৰ বাছি উলিওৱাঃ
নাগৰিকতা অৰ্জন কৰিব পাৰি –
(ক) স্থায়ী বাসিন্দাৰ জৰিয়তে (খ) বিবাহৰ জৰিয়তে
(গ) চৰকাৰী চাকৰিৰ জৰিয়তে (ঘ) ওপৰৰ আটাইকেইটা জৰিয়তে ।
উত্তৰঃ
১৭) তলত দিয়া কোনটো সুনাগৰিকৰতাৰ গুণ নহয় –
(ক) শিক্ষা (খ) স্বদেশপ্ৰেম (গ) সুস্বাস্থ্য (ঘ) অজ্ঞতা
উত্তৰঃ