ত্ৰয়োদশ শতিকাৰ পৰা ষোড়শ শতিকালৈ অসমত আহোমৰ শাসন
Chapter – 1
১। চুকাফা কিমান চনত জন্ম হৈছিল ?
(ক) ১২৩৬
(খ) ১২৪৪
(গ) ১২২৮
উত্তৰঃ (গ) ১২২৮।
২। চুকাফাই মাওলুং নামৰ ঠাইৰপৰা এক দীঘলীয়া যাত্ৰাৰ শেষত কিমান খ্ৰি. খামজাং নাম এখন ঠাইত উপস্থিত হয় ?
(ক) ১২১৪
(খ) ১২২৮
(গ) ১২৪২
উত্তৰঃ (খ) ১২২৮।
৩। চুকাফাই কি নামৰ ঠাইৰপৰা এক দীঘলীয়া যাত্ৰাৰ শেষত উপস্থিত হয় ?
(ক) গুৱাহাটী
(খ) যোৰহাট
(গ) ম্য়ানমাৰৰ মাওলুং
উত্তৰঃ(গ) ম্য়ানমাৰৰ মাওলুং।
৪। চুকাফাই ক’ত বাস কৰা নগাসকলৰ লগত যুদ্ধ কৰিছিল ?
(ক) পৰ্বতৰ দাঁতি-কাষৰীায়া
(খ) নদীৰ পাৰত
(গ) যোৰহাটত
উত্তৰঃ (ক) পৰ্বতৰ দাঁতি-কাষৰীায়া।
৫। চুকাফাৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১২৬৪
(খ) ১২৮৮
(গ) ১২৬৮
উত্তৰঃ (গ) ১২৬৮।
৬। চুকাফাই ক’ত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল ?
(ক) মাজুলীত
(খ) গুৱাহাটীত
(গ) চৰাইদেউত
উত্তৰঃ (গ) চৰাইদেউত।
৭। প্ৰায় কিমান বছৰ ৰাজত্ব কৰাৰ পিছত চুতেওফাৰ মৃত্যু হয় ?
(ক) ১৩ বছৰ
(খ) ১৫ বছৰ
(গ) ১১ বছৰ
উত্তৰঃ (ক) ১৩ বছৰ।
৮। কিমান চনত চুতেওফাৰ মৃত্যু হয় ?
(ক) ১২৮৬
(খ) ১২৮১
(গ) ১২৬৬
উত্তৰঃ (খ) ১২৮১।
৯। চুবিনফাই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল ?
(ক) ১২৮৮ পৰা ১২৯২
(খ) ১২৮১ পৰা ১২৯৩
(গ) ১২৬৮ পৰা ১২৮০
উত্তৰঃ (গ) ১২৬৮ পৰা ১২৮০।
১০। চুতুফা ৰজা হোৱাৰ আগতে কিমান চনৰ পৰা কিমান চনলৈ ৰাজপাটত কোনো ৰজা নাছিল ?
(ক) ১২৬৪ পৰা ১৩৬৯
(খ) ১৩৪৪ পৰা ১২৫৯
(গ) ১৩৮৪ পৰা ১৩৯৮
উত্তৰঃ (ক) ১২৬৪ পৰা ১৩৬৯।
১১। ত্যাওখামথি কিমান চনত জন্ম হৈছিল ?
(ক) ১৩৮৮
(খ) ১৩৮০
(গ) ১৩৬৪
উত্তৰঃ (খ) ১৩৮০।
১২। কিমান চনত ত্যাওখামথি ৰজা হৈছিল ?
(ক) ১৩৮০
(খ) ১৩৫২
(গ) ১৩৯৮
উত্তৰঃ (ক) ১৩৮০।
১৩। ত্যাওখামথি কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৪৫৫
(খ) ১৪৫২
(গ) ১৩৮৯
উত্তৰঃ (গ) ১৩৮৯।
১৪। চুডাংফা কিমান চনত জন্ম হৈছিল ?
(ক) ১৩৯৭
(খ) ১৩৯২
(গ) ১৩৭৬
উত্তৰঃ (ক) ১৩৯৭।
১৫। ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ-দীঘল হোৱা বাবে তেওঁ কি নামেৰে পৰিচিত ?
(ক) চুডাংফা
(খ) বামুণী কোঁৱৰ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বামুণী কোঁৱৰ।
১৬। চুডাংফাৰ ৰাজত্বকালত পোন প্ৰথমবাৰৰ বাবে আহোমসকলৰ মাজত কি ধৰ্মৰ প্ৰভাৱ পৰে ?
(ক) কছাৰী-ব্ৰাহ্মাণ্য
(খ) ইয়াৰ ভিতৰত এটাও নহয়
(গ) হিন্দু-ব্ৰাহ্মাণ্য
উত্তৰঃ (গ) হিন্দু-ব্ৰাহ্মাণ্য।
১৭। চুডাংফাৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৪০৭
(খ) ১৪২২
(গ) ১৪১২
উত্তৰঃ (ক) ১৪০৭।
১৮। চুহুমুং কিমান চনত জন্ম হৈছিল ?
(ক) ১৪৮৬
(খ) ১৪৯৭
(গ) ১৪৯০
উত্তৰঃ (খ) ১৪৯৭
১৯। চুহুংমুঙৰ আন এটা নাম কি ?
(ক) চুডাংফা
(খ) চুকাফা
(গ) দিহিঙীয়া
উত্তৰঃ (গ) দিহিঙীয়া।
২০। চুহুংমুঙৰ কিমান চনত মৃত্যু হৈছিল ?
(ক) ১৫৩৯
(খ) ১৫৬৮
(গ) ১৫৪২
উত্তৰঃ (ক) ১৫৩৯।