অৰ্জুন-ভঞ্জন
Chapter- 13
১। যশোদাৰ কাৰ ওপৰত উঠিল প্ৰচণ্ড খং?
(ক) নন্দৰাণী ওপৰত
(খ) কৃষ্ণৰ ওপৰত
(গ) গোৱালীকেইগৰাকীৰ ওপৰত
উত্তৰ- (গ) গোৱালীকেইগৰাকীৰ ওপৰত ।
২। কৃষ্ণৰো কাৰ ওপৰত উঠিল খং?
(ক) মাকৰ ওপৰত
(খ) গোৱালীৰ ওপৰত
(গ) নন্দৰাণী ওপৰত
উত্তৰ- মাকৰ ওপৰত ।
৩। যশোদাই কৃষ্ণক ক’ত বান্ধি থলে?
(ক) সূতাত
(খ) উৰলত
(গ) গছত
উত্তৰ- (খ) উৰলত ।
৪। কৃষ্ণই শান্ত শিশুৰ দৰেই কুছি-মুছি কাৰ কোলাত সোমাই থাকিল?
(ক) মাকৰ কোলাত
(খ) নন্দৰাণী কোলাত
(গ) গোৱালীৰ কোলাত
উত্তৰ- (ক) মাকৰ কোলাত ।
৫। অৰ্জুন ভঞ্জন নামৰ অংকীয়া নাটখন কোনে ৰচনা কৰিছিল?
(ক) মহাপুৰুষ মাধৱদেৱে
(খ) শ্ৰীশ্ৰী মন্ত শংকৰদেৱে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মহাপুৰুষ মাধৱদেৱে ।
৬। যশোদাই ৰছী জোৰা দিয়েহে প্ৰতিবাৰেই কে আঙুল ৰছী কম হয়?
(ক) একআঙুল ৰছী কম হয়
(খ) দুআঙুল ৰছী কম হয়
(গ) তিনিআঙুল ৰছী কম হয়
উত্তৰ- (খ) দুআঙুল ৰছী কম হয় ।
৭। দধি অৰ্থ কি?
(ক) মাটিৰ পাত্ৰ
(খ) দৈ গাখীৰ
(গ) নিমজ
উত্তৰ- (খ) দৈ গাখীৰ ।
৮। কৃষ্ণই যশোদাক দেখিয়েই ভয়তে কৰ পৰা নামি দৌৰিবলৈ ধৰিলে?
(ক) গছৰপৰা
(খ) উৰলৰপৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- উৰলৰপৰা ।
৯। কণমানি কৃষ্ণৰ কি কৰি আমনি লাগিল?
(ক) খেলি খেলি আমনি লাগিল
(খ) মাখন খায় আমনি লাগিল
(গ) বাঁহি বজাই আমনি লাগিল
উত্তৰ- (ক) খেলি খেলি আমনি লাগিল ।
১০। কাক পাই কৃষ্ণৰ শোক যেন দুগুণে উথলি উঠিল?
(ক) মাকক পাই
(খ) দেউতাকক পাই
(গ) গোৱালীহঁতক পাই
উত্তৰ- (খ) দেউতাকক পাই ।
১১। দেউতাকৰ ক’তে ধৰি কৃষ্ণই উচুপি উচুপি কান্দিবলৈ ধৰিলে?
(ক) ককালত ধৰি
(খ) ডিঙিত ধৰি
(গ) ভৰিত ধৰি
উত্তৰ- (খ) ডিঙিত ধৰি ।
১২। নিয়াৰিৰ অৰ্থ কি?
(ক) নিমজ, সুশৃংখলা আদৰ
(খ) নিমজ, সুশৃংখলা, পোন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নিমজ, সুশৃংখলা, পোন ।
১৩।ভাণ্ডৰ অৰ্থ কি ?
(ক) দৈ গাখীৰ
(খ) মাটিৰ পাত্ৰ
(গ) নিমজ
উত্তৰ- (ক) দৈ গাখীৰ ।
১৪। ফেৰেঙণিৰ অৰ্থ কি?
(ক) অতপালি
(খ) গছৰ দুটা ডালৰ জোৰা
(গ) ভাণ্ড
উত্তৰ- (খ) গছৰ দুটা ডালৰ জোৰা ।
১৫। ন ন্য়ায়=?
(ক) অহিংসা
(খ) অন্য়ায়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অন্য়ায় ।
১৬। অন্য় দেশ=?
(ক) দেশান্তৰ
(খ) ডেশান্তৰ
(গ) দোশান্তৰ
উত্তৰ- (ক) দেশান্তৰ ।
১৭। জলত চৰে যি?
(ক) জলছৰ
(খ) জলচৰ
(গ) যলচৰ
উত্তৰ- (খ) জলচৰ ।
১৮। গোৱাল + ঈ =?
(ক) গোৱলী
(খ) গোৱলী
(গ) গোৱলী
উত্তৰ- (খ) গোৱলী ।
১৯। কুবেৰৰ কেইটা পুত্ৰ আছিল?
(ক) তিনিটা
(খ) দুটা
(গ) এটা
উত্তৰ- (খ) দুটা ।
২০। ন উচিত=?
(ক) অনোচিত
(খ) অনুচিত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অনুচিত ।
Type by- Bikul Mandal