ক. খালী ঠাই পূৰ্ণ কৰাঃ ১।সচেতন মনত পূর্ব অভিজ্ঞতাৰ পুনৰাভি ব্যক্তিকৰণ কৰা প্ৰক্ৰিয়াকেই ——— বোলে। উত্তৰঃ স্মৃতি। ২। অতীত অভিজ্ঞতাক তাৰ উপস্থিতিৰ বাছনি কৰি লোৱাকেই ———- বোলে। উত্তৰ : প্ৰত্যভিজ্ঞা। ৩। প্রত্যভিজ্ঞাৰ ক্ষেত্ৰত বস্তু ইন্দ্ৰিয়গ্রাহ্য অৱস্থাত থাকিব লাগে ——— প্ৰক্ৰিয়াত। উত্তৰ : স্মৃতি । ৪। পৰস্পৰৰ সম্বন্ধযুক্ত বিস্মৃতিৰ তিনিটা উপাদান আছে। সেই কেইটা হ’ল :…