অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা
Chapter – 9
১। অৰ্থবিজ্ঞান কিহত অন্তৰ্ভুক্ত ?
(ক) ৰাসায়ন বিজ্ঞান
(খ) সমাজ বিজ্ঞান
(গ) ঐতিহাসিক বিজ্ঞান
উত্তৰঃ (খ) সমাজ বিজ্ঞান।
২। বস্তুৰ প্ৰাথমিক প্ৰকাৰ কেইটা ?
(ক) দুটা
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (ক) দুটা।
৩। তলৰ কোনটো ভৌতিক বস্তু নহয় ?
(ক) চকী
(খ) মেজ
(গ) শিক্ষক
উত্তৰঃ (গ) শিক্ষক।
৪। তলৰ কোনটো আৰ্থিক বস্তু হয় ?
(ক) খাদ্য়
(খ) মেজ
(গ) উকীল
উত্তৰঃ (ক) খাদ্য়।
৫। তলৰ কোনটো উপকাৰিতা বস্তু নহয় ?
(ক) ঘৰ
(খ) চকী
(গ) ভাং
উত্তৰঃ (গ) ভাং।
৬। যিবিলাক বস্তু সমাজৰ সকলো মানুহে ব্য়ৱহাৰ পাৰি তাক –
(ক) আৰ্থিক বস্তু
(খ) ৰাজহোৱা বস্তু
(গ) মূলোধনজাতীয় বস্তু
উত্তৰঃ (খ) ৰাজহোৱা বস্তু।
৭। উপযোগিতা আৰু কিহৰ মাজত কোনো সম্পৰ্ক নাই ?
(ক) ক্ষমতা
(খ) তৃপ্তি
(গ) পোহৰ
উত্তৰঃ (খ) তৃপ্তি।
৮। প্ৰচুৰতাৰ ভিত্তিত বস্তুৰ প্ৰকাৰৰ –
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (ক) দুই।
৯। গৰমৰ দিনত পাংখা চলাবলৈ কিহৰ প্ৰয়োজন ?
(ক) বিদ্য়ুৎৰ
(খ) বতাহৰ
(গ) বায়ুৰ
উত্তৰঃ (ক) বিদ্য়ুৎৰ।
১০। কি ভোজীৰ বাবে মাছ – মাংস প্ৰয়োজন ?
(ক) নিৰামিষভোজী
(খ) মাংসভোজী
(গ) আমিষভোজী
উত্তৰঃ (খ) মাংসভোজী।
১১। কোনো বস্তু এপদৰ সলনি পোৱা আন বস্তুৱেই –
(ক) অপ্ৰচুৰা
(খ) বিনিময়
(গ) বাহ্য়িক
উত্তৰঃ (খ) বিনিময়।
১২। দাম বাহিলে ?
(ক) তাহিদা কম
(খ) চাহিদা বেছি
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) চাহিদা বেছি।
১৩। বস্তু এটাৰ উপযোগিতা ব্য়ৱহাৰ কৰাকে কি বোৱা হয় ?
(ক) ৰাসায়ন
(খ) ভোগ
(গ) আৰ্থিক
উত্তৰঃ (খ) ভোগ।
১৪। তলৰ কোনটো পৰিপৃৰক দ্ৰব্য় হয় ?
(ক) তামোল – পাণ
(খ) চকী – মেজ
(গ) তাপ – পোহৰ
উত্তৰঃ (ক) তামোল – পাণ।
১৫। সকলো সম্পদে মানুহৰ কল্য়াণ সাধন –
(ক) কৰে
(খ) নকৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) নকৰে।
Type By – Kishor Nath