নাগৰিকত্ব
Chapter – 8
১। কি শব্দৰ পৰা নাগৰিক শব্দৰ উৎপত্তি হয় ?
(ক) নাগৰিক
(খ) ৰাষ্ট্ৰ
(গ) বেলুন
উত্তৰঃ (ক) নাগৰিক।
২। নাগৰিকত্বক কেই ভাগত ভগাব পাৰি ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (ক) দুই।
৩। প্ৰতিখন দেশ কিহৰ সমষ্টি ?
(ক) সমষ্টি
(খ) ৰাষ্ট্ৰৰ
(গ) ৰাজ্য়ৰ
উত্তৰঃ (গ) ৰাজ্য়ৰ।
৪। অসমৰ নাগৰিক সকলকাৰ নাগৰিক ?
(ক) ভাৰতৰ
(খ) আমেৰিকাৰ
(গ) জাপানৰ
উত্তৰঃ (ক) ভাৰতৰ।
৫। যি সকল দেশৰ অধিবাসী নহয় তাক কি বোলা হয় ?
(ক) বিদেশী
(খ) অধিবাসী
(গ) নাগৰিক
উত্তৰঃ (ক) বিদেশী।
৬। বিদেশীক কেই ভাগত ভগাব পাৰি ?
(ক) দুই
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (ক) দুই।
৭। ইংৰাজী অধিবাসীক কি বোলা হয় ?
(ক) Inhabitant
(খ) Iegal Foreigner
(গ) illegal Foreigner
উত্তৰঃ (ক) Inhabitant।
৮। বিদেশীসকল হ’ল ৰাষ্ট্ৰৰ বাস কৰা –
(ক) স্থায়ী লোক
(খ) অস্থায়ী লোক
(গ) অবৈধ বিদেশী
উত্তৰঃ (খ) অস্থায়ী লোক।
৯। নাগৰিকত্ব পাবলৈ কেইটা পদ্ধতি আছে ?
(ক) দুই
(খ) তিনিটা
(গ) চাৰিটা
উত্তৰঃ (খ) তিনিটা।
১০। তলৰ কোনটো নাগৰিকত্ব পোৱাৰ পদ্ধতি নহয় ?
(ক) জন্ম স্বত্ব
(খ) দেশীয়কৰণ
(গ) অস্থায়ী লোক
উত্তৰঃ (গ) অস্থায়ী লোক।
১১। কোণ গণ্য়ৰাজ্য়ই নাগৰিকত্বৰ প্ৰদানৰ বাবে জন্মভূমিসম্পৰ্কীয় নাতিটোহে মানি চলে ?
(ক) ফ্ৰান্স
(খ) ইটালি
(গ) আৰ্জেন্টিনা
উত্তৰঃ (গ) আৰ্জেন্টিনা।
১২। জন্মগত নাগৰিকত্ব লাভৰ কেইপ্ৰকাৰৰ ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (ক) দুই।
১৩। তলৰ কোনখন দেশে নাগৰিকত্বৰ দুইটা নীতি মানি নচলে ?
(ক) ইংলেণ্ড
(খ) আমেৰিকা
(গ) ফ্ৰান্স
উত্তৰঃ (গ) ফ্ৰান্স।
১৪। তলৰ কোনখন দেশে ৰক্তসম্পৰ্কীয় নীতি মানি নচলে ?
(ক) আৰ্জেন্টিনা
(খ) ফ্ৰান্স
(গ) ইটালি
উত্তৰঃ (ক) আৰ্জেন্টিনা।
১৫। নাগৰিকত্ব এখন ৰাষ্ট্ৰৰ কি অংগ ?
(ক) জন্ম স্বত্ব
(খ) অবিচ্ছেদ্য়
(গ) দেশীয়কৰণ
উত্তৰঃ (খ) অবিচ্ছেদ্য়।
Type By – Kishor Nath