ৰাজনীতি বিজ্ঞানৰ ধাৰণা
Chapter – 6
১। ৰাজনীতি বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ কি ?
(ক) General Science
(খ) Social Science
(গ) Political Science
উত্তৰঃ (গ) Political Science।
২। ‘Politics’ শব্দৰ কোনটো ভাষাৰ শব্দ ?
(ক) ইংৰাজী
(খ) গ্ৰিক
(গ) সংস্কৃত
উত্তৰঃ (খ) গ্ৰিক।
৩। ৰাজনীতি শব্দটো পেন প্ৰথমে কোনে ব্য়ৱহাৰ কৰিছিল ?
(ক) এৰিষ্ট’টলে
(খ) প্লেট
(গ) আলেকজেণ্ডাৰ
উত্তৰঃ (ক) এৰিষ্ট’টলে।
৪। ৰাজন মানে কি ?
(ক) ৰাজ
(খ) প্ৰজা
(গ) মন্ত্ৰী
উত্তৰঃ (ক) ৰজা।
৫। কোনে অৰ্থশাস্ত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল ?
(ক) বাল্মিকী
(খ) কৌটিল্য়
(গ) গাৰ্ণাৰৰ
উত্তৰঃ (খ) কৌটিল্য়।
৬। প্লেট’ৰ বিখ্য়াত গ্ৰন্থখন কি ?
(ক) ‘দ্য় লজ’
(খ) ‘দ্য় কজ’
(গ) ‘দ্য় লাজ’
উত্তৰঃ (ক) ‘দ্য় লজ’।
৭। পলিচ শব্দ বা অৰ্থ কি ?
(ক) নগৰ বা ৰাষ্ট্ৰ
(খ) গাঁও বা ৰাষ্ট্ৰ
(গ) চহৰ বা ৰাষ্ট্ৰ
উত্তৰঃ (ক) নগৰ বা ৰাষ্ট্ৰ।
৮। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু কি ?
(ক) গৰু
(খ) মানুহ
(গ) কাছ
উত্তৰঃ (খ) মানুহ।
৯। দ্য় লজ নামৰ গ্ৰন্থখনৰ ৰচিয়তা কোন ?
(ক) প্লেট’
(খ) এৰিষ্ট’টল
(গ) আলেকজেণ্ডাৰ
উত্তৰঃ প্লেট’।
১০। ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কি ?
(ক) সমস্য়া
(খ) কলা
(গ) পদ্ধতি
উত্তৰঃ (খ) কলা।
১১। ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথম কোনে ব্য়ৱহাৰ কৰিছিল ?
(ক) জ্য়া বঁদাই
(খ) প্লেট
(গ) মেকিয়াভেলি
উত্তৰঃ (ক) জ্য়া বঁদাই।
১২। ৰাজনীতি বিজ্ঞানক কোনে শ্ৰেষ্ঠ বুলি অবিহিত কৰা হৈছিল ?
(ক) এৰিষ্ট’টল
(খ) মেকিয়াভেলি
(গ) মন্টেছকিড
উত্তৰঃ (ক) এৰিষ্ট’টল।
১৩। গীটাৰ বজাই সৃষ্টি কৰা সুৰ কি ?
(ক) কলা
(খ) পদ্ধতি
(গ) সমস্য়া
উত্তৰঃ (ক) কলা।
১৪। ৰাজনীতি বিজ্ঞানিক কি বুলি অভিহিত কৰা হয় ?
(ক) প্ৰকৃত বিজ্ঞান
(খ) ৰাসায়ন বিজ্ঞান
(গ) সাধাৰণ বিজ্ঞান
উত্তৰঃ (ক) প্ৰকৃত বিজ্ঞান।
১৫। ব্ৰাইচৰ মতে ৰাজনীতি বিজ্ঞান কি বিজ্ঞান ?
(ক) সাধাৰণ বিজ্ঞান
(খ) ৰাসায়ন বিজ্ঞান
(গ) প্ৰগতিশীল বিজ্ঞান
উত্তৰঃ (গ) প্ৰগতিশীল বিজ্ঞান।
Type By – Kishor Nath