আহোমঃ ৰাজ্য়ৰপৰা সাম্ৰাজ্য়লৈ
Chapter – 4
১। সৰাইঘাটৰি যুদ্ধ কোন চনত হৈছিল ?
(ক) ১৬৭২
(খ) ১২২৮
(গ) ১৬৭১
উত্তৰঃ (গ) ১৬৭১।
২। চুকাফা কি গোষ্ঠীৰপ ৰাজকোঁৱৰ আছিল ?
(ক) মঙ্গোলীয় জনগোষ্ঠী
(খ) টাই জনগোষ্ঠী
(গ) বৰো জনগোষ্ঠী
উত্তৰঃ (খ) টাই জনগোষ্ঠী
৩। চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজ্য়খনৰ নাম কি ?
(ক) অসম
(খ) আহোম
(গ) মোগল
উত্তৰঃ (খ) আহোম।
৪। চুচেংফা স্বৰ্গদেউ কেন ৰজাৰ পুতেক আছিল ?
(ক) চুকাফা
(খ) চুখামফা
(গ) লাচিত
উত্তৰঃ (খ) চুখামফা।
৫। ১৬০৬ খ্ৰি. ত যুদ্ধত কোন পৰাজয় হয় ?
(ক) মোগল
(খ) কছাৰী
(গ) আহোম
উত্তৰঃ (খ) কছাৰী।
৬। কোনজন ৰজাক প্ৰতাপসিংহ উপাধি দিছিল ?
(ক) চুকাফাক
(খ) চুখামফাক
(গ) চুচেংফা
উত্তৰঃ (গ) চুচেংফা।
৭। মোগলে কোনৰাজ্য়ৰ প্ৰতি লোভনীয় চকুৰে চাইছিল ?
(ক) অসম
(খ) কছাৰী
(গ) আহোম
উত্তৰঃ (গ) আহোম।
৮। সুন্দৰ গোহাঁইৰ পুুতেক কোন আছিল ?
(ক) আখেক
(খ) চুকাফা
(গ) চুচেংফা
উত্তৰঃ (ক) আখেক।
৯। ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠাইছিল ?
(ক) প্ৰতাপ সিংহ
(খ) মিৰজুমলা
(গ) বৰফুকন
উত্তৰঃ (খ) মিৰজুমলা।
১০। আহোম ৰাজ্য়ৰ প্ৰথম বৰবৰুৱা কোন আছিল ?
(ক) লাচিত
(খ) চুকাফা
(গ) মোমাই তামুলী
উত্তৰঃ (গ) মোমাই তামুলী।
১১। সৰাইঘাটৰ যু৪দ্ধত আহোমৰ সেনাপতি কোন আছিল ?
(ক) চুকাফা
(খ) লাচিত
(গ) তামুলী
উত্তৰঃ (খ) লাচিত।
১২। কিমান চনত বিনাবাধাই মীৰজুমলাই গুৱাহাটী দখল কৰিছিল ?
(ক) ১৬৬২ চনৰ ৪ ফ্ৰেব্ৰুৱাৰি
(খ) ১৬৬২ চনৰ ৮ ফ্ৰেব্ৰুৱাৰিট
(গ) ১৬৬২ চনৰ ১২ ফ্ৰেব্ৰুৱাৰি
উত্তৰঃ (ক) ১৬৬২ চনৰ ৪ ফ্ৰেব্ৰুৱাৰী।
১৩। কিমান চনত ৰুদ্ৰসিংহৰ মৃত্য়ু হৈ ?
(ক) ১৭১৪ চনৰ ২৩ আগষ্ট
(খ) ১৭১৪ চনৰ ২৬ আগষ্ট
(গ) ১৭১৪ চনৰ ২৯ আগষ্ট
উত্তৰঃ (গ) ১৭১৪ চনৰ ২৯ আগষ্ট।
১৪। ৰুদ্ৰসিংহ কি ৰোগত মৃত্য়ু হৈছিল ?
(ক) বসন্ত
(খ) জ্বৰ
(গ) যক্ষ্মা
উত্তৰঃ (ক) বসন্ত।
১৫। গদাধৰ সিংহৰ মৃত্য়ুৰ পিছত কোনজন পুত্ৰ ৰাজপাটাত বহে ?
(ক) সৰু পুত্ৰ
(খ) ডাঙৰ পুত্ৰ
(গ) মাজু পুত্ৰ
উত্তৰঃ (খ) ডাঙৰ পুত্ৰ।
Type By – Kishor Nath