ইংৰাজ সম্ৰাজ্য়ৰ সম্প্ৰসাৰণ
Chapter – 2
১। প্ৰথম আফগান যুদ্ধ কোনজন গৱৰ্ণৰ দিনত হৈছিল ?
(ক) লৰ্ড অকলেণ্ড
(খ) লগৰ্ড এলেনবৰো
(গ) লৰ্ড হাৰ্ডিঞ্জ
উত্তৰঃ (ক) লৰ্ড অকলেণ্ড।
২। কেইজন গৱৰ্ণৰ ভাৰতত ইংৰাজ সাম্ৰাজ্য়বাদ গজগজীয়া কৰি তুলিছিল ?
(ক) দুই
(খ) চাৰি
(গ) ছয়
উত্তৰঃ চাৰি।
৩। লৰ্ড এলেনবৰোৱে কেইবছৰৰ ৰাজত্ব কৰিছিল ?
(ক) ২ বছৰৰ
(খ) ৪ বছৰৰ
(গ) ৬ বছৰৰ
উত্তৰঃ (ক) ২ বছৰৰ।
৪। কিমান খ্ৰি. ৰত ৰণজিৎ সিঙৰ মৃত্য়ু হৈছিল ?
(ক) ১৮৩৩ খ্ৰি. ত ২৭ জুনত
(খ) ১৮৩৬ খ্ৰি. ত ২৭ জুনত
(গ) ১৮৩৯ খ্ৰি. ত ২৭ জুনত
উত্তৰঃ (ক) ১৮৩৩ খ্ৰি. ত ২৭ জুনত
৫।ইংৰাজ সকলে কিমান খ্ৰি. ত লাহোৰ জডয় কৰিছিল ?
(ক) ১৮৪৬ খ্ৰি. ৰ
(খ) ১৮৪৪ খ্ৰি. ৰ
(গ) ১৮৪৫ খ্ৰি. ৰ
উত্তৰঃ (ক) ১৮৪৬ খ্ৰি. ৰ
৬। ৰণজিৎ সিঙৰ পুত্ৰৰ নাম কি আছিল ?
(ক) বাবৰ
(খ) দলীপ
(গ) খালচা
উত্তৰঃ (খ) দলীপ।
৭। ১৮৫৪ খ্ৰি. ত ইংৰাজ ইষ্ট ইণ্ডিয়া ক ম্পেনিৰ সভাপতি কোন আছিল ?
(ক) লৰ্ড এলেনবৰো
(খ) ৰণজিৎ
(গ) ছাৰ চাৰ্লছ
উত্তৰঃ (গ) ছাৰ চাৰ্লছ
৮। ডেলহাউছিল শাসনৰ মূলমন্ত্ৰ কি আছিল ?
(ক) লৰ্ড এলেনবৰো
(খ) ৰাজ্য়ক নীতি
(গ) স্বত্ববিলোপ
উত্তৰঃ (গ) স্বত্ববিলোপ নীতি।
৯। ইংৰাজৰ তলতীয়া হোৱাৰ প্ৰথম ৰাজ্য়খনৰ নাম কি ?
(ক) মাৰঠা শাসিত চাতাৰা
(খ) মাৰাঠা শাসিত বাতাৰা
(গ) মাৰাঠা শাসি কাতাৰা
উত্তৰঃ (ক) মাৰাঠা শাসিত চাতাৰা।
১০। ২য় ইংগ-শিখ যুদ্ধত কোন পৰাজয় হয় ?
(ক) শিখসকল
(খ) ইংগ সকল
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) শিখসকল।
১১। ২য় ইংগ-শিখ যুদ্ধত কোন ঠাইত হৈছিল ?
(ক) অসমমত
(খ) অন্ধপ্ৰদেশত
(গ) জালিৱানবাগত
উত্তৰঃ (গ) জালিৱানবাগত
১২। ভাৰতৰ কোনটো প্ৰথম ৰেল পথ আছিল ?
(ক) বোম্বাইৰ পৰা থানেলৈ
(খ) গুজৰাটৰ পৰা থানেলৈ
(গ) অন্দ্ৰপ্ৰদেশৰ পৰা থানেলৈ
উত্তৰঃ (ক) বোম্বাইৰ পৰা থানেলৈ।
১৩। ভাৰতৰ প্ৰথম ৰেল পথটো কিমান দীঘল আছিল ?
(ক) ৮ কিলোমিটাৰ
(খ) ১১ কিলোমিটাৰ
(গ) ১৩ কিলোমিটাৰ
উত্তৰঃ (খ) ১১ কিলোমিটাৰ।
১৪। কৰ্ণাটকৰ নবাবৰ মৃত্য়ুৰ পিছত কি পদবী তুলি দি পেঞ্চন বন্ধ কৰিছিল ?
(ক) নবাবী পদক
(খ) সম্ৰাত পদক
(গ) ৰাজ পদক
উত্তৰঃ (ক) নবাবী পদক
১৫। এই যুদ্ধৰ ফলত কিমান টকা পেঞ্চসহকাৰে দলীপ সিঙক ইংলেণ্ডলৈ পঠাই ?
(ক) ৩ লাখ
(খ) ৪ লাখ
(গ) ৫ লাখ
উত্তৰঃ (গ) ৫ লাখ
Type By – Kishor Nath