প্ৰাকৃতিক সম্পদ আৰু অসম
Chapter – 11
১। তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয় ?
(ক) মাটি
(খ) পানী
(গ) পাংখা
উত্তৰঃ (গ) পাংখা।
২। প্ৰকৃতিক সম্পদক প্ৰধানকৈ কেইভাগত ভগাব পাৰি ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
উত্তৰঃ (খ) তিনি।
৩। ভাৰত চৰকাৰে কিমান চনত বন সংৰক্ষণ আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় বন নীতি ঘোষণা কৰে ?
(ক) 1965
(খ) 1952
(গ) 1942
উত্তৰঃ (খ) 1952।
৪। তলৰ কোনখন দেশত লোৰ আকৰ কম –
(ক) ভাৰত
(খ) জাপান
(গ) আমেৰিকা
উত্তৰঃ (খ) জাপান।
৫। ভাৰত চৰকাৰে দেশৰ ভৌগোলিক অঞ্চল কেই শতাংশ ভূমি হ’ব লাগে বুলি অনুমুদন কৰিছিল ?
(ক) 33%
(খ) 35%
(গ) 22.1%
উত্তৰঃ (ক) 33%।
৬। তলৰ কোনখন দেশ প্ৰকৃতিক সম্পদত চহকী ?
(ক) ভাৰত
(খ) জাপান
(গ) আমেৰিকা
উত্তৰঃ (ক) ভাৰত।
৭। তীখা উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশ চহকী ?
(ক) জাপান
(খ) আমেৰিকা
(গ) বৃটেইন
উত্তৰঃ (ক) জাপান
৮। তলৰ কোনটো বনজ সম্পদৰ উপকাৰ নহয় ?
(ক) ভূমিক্ষয় হ্ৰাস
(খ) বানপানীৰ প্ৰকোপ বঢ়োৱা
(গ) প্ৰকৃতিক ভাৰসাম্য় ৰক্ষা কৰা
উত্তৰঃ (খ) বানপানী প্ৰকোপ বঢ়োৱা।
৯। তলৰ কোনখন জিলাত তেল শেধনাগাৰ নাই ?
(ক) নুমলীগড়
(খ) বঙাইগাঁও
(গ) মৰিগাঁও
উত্তৰঃ (গ) মৰিগাঁও।
১০। অসমত খাৰুৱা তেলৰ শোধনৰ বাবে কেইটা শোধনাগাৰ আছে ?
(ক) দুটা
(খ) চাৰিটা
(গ) ছয়টা
উত্তৰঃ (খ) চাৰিটা।
১১। অসমৰ ক’ত জুইশলা উদ্য়োগ আছে ?
(ক) ধুবুৰী
(খ) তেজপুৰ
(গ) নুমলীগড়
উত্তৰঃ (ক) ধুবুৰী।
১২। অসমৰ কোন এশিঙীয়া গড় পোৱা যায় ?
(ক) কাজিৰঙা
(খ) দীপৰবিল
(গ) জাতিংগা
উত্তৰঃ (ক) কাজিৰঙা।
১৩। অসমৰ হাবিত প্ৰায় কেইবিধমান আপুৰুগীয়া কপৌফুল পোৱা যায় ?
(ক) ২০০
(খ) ৪০০
(গ) ৬০০
উত্তৰঃ (খ) ৪০০।
১৪। প্ৰকৃতিক গেছ কোনটো সম্পদত পৰে ?
(ক) খনিজ সম্পদ
(খ) বনজ সম্পদ
(গ) জলজ সম্পদ
উত্তৰঃ (ক) খনিজ সম্পদ।
১৫। অসমত কিমান চনত প্ৰথমটো তেল শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল ?
(ক) 1987
(খ) 1901
(গ) 1902
উত্তৰঃ (খ) 1901।
Type By – Kishor Nath