Chapter 1
আগমন আৰু ইয়াৰ প্ৰকাৰ
• অতি চমু প্রশ্ন
১। আগমন কিমান প্ৰকাৰৰ ? সেইবােৰ কি কি ?
উত্তৰঃ
২। আগমন আধাৰ কি ?
উত্তৰঃ
৩। প্রকৃত আগমন ——– প্ৰকাৰৰ ।
উত্তৰঃ
৪। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হ’ল — ।
উত্তৰঃ
৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত হল ____।
উত্তৰঃ
৬। সকলাে গ্রহ সূর্যৰ পােহৰত জিলিকে ‘ হ’ল _____ ৰ এটা উদাহৰণ।
উত্তৰঃ
৭। অবৈজ্ঞানিক আগমন কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ
৮। আগমনেই নিগমনৰ সামান্য বচন যােগান ধৰে ____শুদ্ধনে?
উত্তৰঃ
৯। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ?
উত্তৰঃ
১৩। সাদৃশামূলক যুক্তিৰ সিদ্ধান্ত নিশ্চিতনে ?
উত্তৰঃ
১১। সাদৃশ্যনুমানৰ ভিত্তি কি ?
উত্তৰঃ
১২। ভাল সাদৃশ্যনুমানৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ
১৩। বৈজ্ঞানিক আগমনে কোন প্রকাৰৰ বচন প্রতিষ্ঠা কৰে ?
উত্তৰঃ
১৪। ‘ আগমনাত্মক জাপ হ’ল বিশেষৰ পৰা সামান্যলৈ এক যাত্রা’— শুদ্ধ নে অশুদ্ধ ?
উত্তৰঃ
১৫। সাদৃশানুমানৰ মূল্য কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ
১৬। সাদৃশ্যমূলক যুক্তিৰ সিদ্ধান্ত হল সম্ভাব্য স্বভাবৰ ___শুদ্ধনে ?
উত্তৰঃ
১৭। তলত দিয়া কোনটো কথা শুদ্ধ ?
উত্তৰঃ
( ক ) আগমন কেৱল বস্তুগত সত্যতাৰ লগত জড়িত ।
উত্তৰঃ
( খ ) আগমন আকাৰগত আৰু বস্তুগত উভয় প্রকাৰৰ লগত জড়িত ।
উত্তৰঃ
( গ ) আগমন হৈছে এক সামাণ্যকৰণৰ প্রণালী ।
উত্তৰঃ
১৮। বৈজ্ঞানিক আগমনেই এক বিশ্লেষণাত্মক বা অশাব্দিক বচন / সংশ্লেষনাত্মক বা শাব্দিক বচন প্রতিষ্ঠা কৰে ৷
উত্তৰঃ
১৯। সকলােবােৰ অনুমানেই সাদৃশ্যমূলক’— এই উক্তিৰ সৈতে জড়িত তর্কশাস্ত্রবিদ গৰাকীৰ নাম লিখা ।
উত্তৰঃ
• চমু প্রশ্ন
১। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত ____ কিয় ।
উত্তৰঃ
২। বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া ?
উত্তৰঃ
৩। বৈজ্ঞানিক আগমন কি ?
উত্তৰঃ
৪। ভাল সাদৃশ্যনুমানৰ দুটা চর্ত উল্লেখ কৰা ।
উত্তৰঃ
৫। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সম্ভাব্য স্বভাৱৰ ’ ____ কিয় ।
উত্তৰঃ
৬। সাদৃশ্যানুমানৰ মূল্য নির্ধাৰণৰ যিকোনাে এটা চর্ত উল্লেখ কৰা ।
উত্তৰঃ
৭। আগমনাত্মক পদ্ধতি বা আমমনাত্মক নীতিৰ বিভিন্ন স্তৰসমূহ কি কি ?
উত্তৰঃ
৮। প্রমানীকৰণ কি ? ইয়াৰ বিভিন্ন প্ৰকাৰবােৰ কি কি ?
উত্তৰঃ
৯। উপযুক্ত উদাহৰণসহ আগমন অনুমানৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
১০। আগমনৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ
১১। আগমন আৰু নিগমনৰ মাজৰ তিনিটা পার্থক্য উল্লেখ কৰা ।
উত্তৰঃ
১২। আগমনাত্মক জাপ বুলিলে কি বুজা ? আগমনাত্মক জাপৰ জটিলতাবােৰ আঁতৰাবলৈ বৈজ্ঞানিক আগমনেই কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ
১৩। বৈজ্ঞানিক আগমন দুটা নীতিৰ ওপৰত নিৰ্ভৰ কৰে । এই নীতি দুটা কি কি ? এই নীতি দুটাৰ অর্থ কি ?
উত্তৰঃ
১৪। অবৈজ্ঞানিক আগমন কি ? অবৈজ্ঞানিক আগমনৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ
১৫। সাদৃশ্যমূলক যুক্তিৰ মূল্য কিদৰে নিৰূপণ কৰিব পাৰি ?
উত্তৰঃ
১৬। উদাহৰণৰ সহায়ত ভাল সাদৃশ্যানুমান আৰু বেয়া সাদৃশ্যানুমান ব্যাখ্যা কৰা ।
উত্তৰঃ
১৭ | নিগমন আৰু আগমনৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ
১৮। বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত তিনিটা সাদৃশ্য উল্লেখ কৰা ।
উত্তৰঃ
• ৰচনাধর্মী প্রশ্ন
১। আগমনৰ চাৰিটা স্তৰ চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
২। বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজৰ অমিল চাৰিটা উল্লেখ কৰা ।
উত্তৰঃ
৩। ভাল সাদৃশ্যানুমান আৰু বেয়া সাদৃশ্যনুমানৰ মাজৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰঃ
৪। ‘ আগমনাত্ম জাপৰ বিষয়ে চমুটোকা লিখা ।
উত্তৰঃ
৫। বৈজ্ঞানিক আগমন কি ? ইয়াৰ তিনিটা মূল বৈশিষ্ট্য কি কি ?
উত্তৰঃ
৬। আগমনৰ সমস্যাৰ বিষয়ে এটা চমুটোকা লিখা ।
উত্তৰঃ
৭। আগমন কি ? ইয়াৰ সাধাৰণ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ
৮। আগমন নীতি বুলিলে কি বুজা ? ইয়াৰ বিভিন্ন স্তৰবােৰ ব্যাখ্যা কৰা।
উত্তৰঃ
৯। বৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ
১০। অবৈজ্ঞানিক আগমন কি ? ইয়াৰ বৈশিষ্ট্যবোেৰ কি কি ?
উত্তৰঃ
১১। সাদৃশ্যানুমান কি ? ইয়াৰ বৈশিষ্ট্যবােৰ কি কি ?
উত্তৰঃ
১২। অবৈজ্ঞানিক আগমনৰ মূল্য কি ?
উত্তৰঃ
১৩। তুমি এই কথা মানি লােৱানে নিগমন আৰু আগমনৰ পার্থক্য কেৱল ইয়াৰ আৰম্ভণিতহে , ইয়াৰ পৰিণতিত নহয় ? ব্যাখ্যা কৰা ।
উত্তৰঃ
১৪। আগমনৰ প্রয়ােজনীয়তা কি ?
উত্তৰঃ
১৫। সকলােবােৰ অনুমানেই সাদৃশ্যমূলক ’ আলােচনা কৰা
উত্তৰঃ
১৬। সাদৃশ্যমূলক অনুমান আৰু বৈজ্ঞানিক অনুমানৰ মাজত থকা দুটা সাদৃশ্য বা বৈসাদৃশ্য উল্লেখ কৰা ।
উত্তৰঃ