মাধৱ কন্দলি—ৰামবিহীন অযোধ্য়াৰ বৰ্ণনা
অধ্য়ায়-৪
৪.৯ আৰ্হি প্ৰশ্ন
বস্তুধৰ্মী প্ৰশ্ন
প্ৰশ্ন ১ঃ মাধৱ কন্দলি কোন সময়ৰ কবি ?
উত্তৰঃ
প্ৰশ্ন ২ঃ ভৰত কাৰ সৈতে অযোধ্য়ালৈ উভতি আহি আছিল বুলি কবিতাংশত উল্লেখ আছে ?
উত্তৰঃ
চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্ৰশ্ন ১ঃ পুৰণি অসমীয়া কবিতাৰ প্ৰধান বৈশিষ্ট্য়ৰাজি কি কি—-চমুকৈ আলোচনা কৰক।
উত্তৰঃ
প্ৰশ্ন ২ঃ মাধৱ কন্দলিৰ ৰামায়ণত কেইটা খণ্ড পোৱা যায় ? এই ক্ষেত্ৰত কবিয়ে কোৱা ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’—বাক্য়শাৰীৰ প্ৰাসংগিকতা কিমান সেয়া আলোচনা কৰক।
উত্তৰঃ
ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্ৰশ্ন ১ঃ মাধৱ কন্দলিৰ অনুবাদ-ৰীতি সম্পৰ্কে এটি নাতিদীৰ্ঘ প্ৰবন্ধ যুগুত কৰক।
উত্তৰঃ
প্ৰশ্ন ২ঃ মাধৱ কন্দলিৰ কাব্য়-প্ৰতিভা বিশ্লেষণ কৰি দেখুৱাওক।
উত্তৰঃ
প্ৰশ্ন ৩ঃ ‘ৰামবিহীন অযোধ্য়াৰ বৰ্ণনা’ কাব্য়াংশত কবিয়ে অযোধ্য়াৰ ছবি কিদৰে দাঙি ধৰিছে, উদাহৰণসহ আলোচনা কৰক।
উত্তৰঃ
Question Type By-Janmoni Hazarika