নীলমণি ফুকন- ব্ৰহ্মপুত্ৰত সূৰ্য্য়াস্ত
অধ্য়ায়-১৫
বস্তুধৰ্মী প্ৰশ্ন
প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—
(ক) ভবেন বৰুৱাই প্ৰকাশ কৰা নীলমণি ফুকনৰ কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ
(খ) ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটিত ‘সূৰ্য্যাস্ত’ কিহৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক
ক) শূন্যতাৰ হাতৰপৰা সৰি পৰিল
দিনৰ হিন্ময় হৃদয়-পাত্র
উত্তৰঃ
খ) বুৰবুৰণিত বিৰিঙি উঠিল
পাত্ৰৰ ৰক্তিম আধেয়
মর্মন্তুদ তাৰ উজ্জ্বলতা
মানুহৰ অন্তিম লালসাৰ
কি প্রজ্জ্বলন !
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : আধুনিক অসমীয়া কাব্য ধাৰাত নীলমণি ফুকনৰ স্থান নিৰ্ণয় কৰি এটি চমু নিবন্ধ যুগুত কৰক।
উত্তৰঃ
প্রশ্ন ২ : ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটিৰ আধাৰত নীলমণি ফুকনৰ কাব্য প্ৰতিভাৰ বিচাৰ কৰক ৷
উত্তৰঃ
প্রশ্ন ৩ঃ নীলমণি ফুকনৰ ‘ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাটিৰ বিষয়বস্তুৰ আভাস দি ইয়াত আধুনিকতাৰ কোনবোৰ বৈশিষ্ট্য প্ৰতিফলিত হৈছে –যথোপযুক্ত উদাহৰণ দাঙি ধৰি বিচাৰ কৰক ৷
উত্তৰঃ
প্রশ্ন ৪ : নীলমণি ফুকনৰ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত’ কবিতাত সাম্প্ৰতিক কালৰ কবিতাৰ কি কি বৈশিষ্ট্য প্ৰকাশিত হৈছে স্পষ্টভাৱে বিচাৰ কৰক।
উত্তৰঃ
Type By- Janmoni Hazarika