শঙ্কৰদেৱ-বৰ্ষা বৰ্ণন
অধ্য়ায়-৫
৫.৮ আৰ্হি প্ৰশ্ন
বস্তুধৰ্মী প্ৰশ্ন
প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—
(ক) শঙ্কৰদেৱৰ মাতৃৰ নাম উল্লেখ কৰক।
উত্তৰঃ
(খ) ক’ত থাকোঁতে শঙ্কৰদেৱৰ লগত নাৰায়ণ দাস ঠাকুৰৰ সাক্ষাৎ হয় ?
উত্তৰঃ
(গ) শংকৰদেৱে ‘অমৃত মথন’ৰ কাহিনীভাগ ক’ৰ পৰা গ্ৰহণ কৰিছিল ?
উত্তৰঃ
(ঘ) দশমৰ মুঠ কেইটা অধ্য়ায় শংকৰদেৱে অনুবাদ কৰিছিল ?
উত্তৰঃ
(ঙ) ‘ভটিমা’ৰ অৰ্থ কি ?
উত্তৰঃ
চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্ৰশ্ন ১ঃ চমুটোক লিখক—–
(ক) শঙ্কৰদেৱৰ কাব্য়কৃতি।
(খ) শঙ্কৰদেৱৰ গীত ৰচনাসমূহ
(গ) ‘বৰ্ষা বৰ্ণন’ত প্ৰকৃতি।
ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্ৰশ্ন ১ঃ শঙ্কৰদেৱৰ জীৱনৰ সংক্ষিপ্ত বিৱৰণ আগবঢ়াই তেওঁৰ ৰচনাকৃতিসমূহৰ পৰিচয় দিয়ক।
উত্তৰঃ
প্ৰশ্ন ২ঃ ‘বৰ্ষা বৰ্ণন’ত কবিয়ে বৰ্ষা ঋতুৰ গুণাগুণৰ বিষয়ে কি কৈছে ?
উত্তৰঃ
প্ৰশ্ন ৩ঃ ‘বৰ্ষা বৰ্ণন’ত প্ৰকৃতিয়ে কি ৰূপ পৰিগ্ৰহ কৰে ? আলোচনা কৰক।
উত্তৰঃ
প্ৰশ্ন ৪ঃ ‘বৰ্ষা বৰ্ণন’ৰ মাজেদি শংকৰদেৱে কি আধ্য়াত্মিক প্ৰসঙ্গ অবতাৰণা কৰিছে ? আপোনাৰ নিজৰ ভাষাত বিশ্লেষণ কৰক।
উত্তৰঃ
Question Type By- Janmoni Hazarika