অজিৎ বৰুৱা- জেংৰাই ১৯৬৩
অধ্য়ায়-১৪
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক –
(ক) কেতিয়া আৰু ক’ত অজিৎ বৰুৱাৰ জন্ম হৈছিল ?
উত্তৰঃ
(খ) অজিৎ বৰুৱাৰ কাব্য প্ৰতিভাৰ স্ফূৰণ ক’ত পোন প্ৰথমে হৈছিল?
উত্তৰঃ
(গ) অজিৎ বৰুৱাই সম্পাদনা কৰা বংশাৱলীখনৰ নাম কি?
উত্তৰঃ
(ঘ) অজিৎ বৰুৱাৰ জীৱনৰ প্ৰথমটো চৰকাৰী চাকৰি কি আছিল ?
উত্তৰঃ
(ঙ) অজিৎ বৰুৱাই লাভ কৰা পুৰস্কাৰ কেইটা কি কি?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ ঃ অজিৎ বৰুৱাৰ কৰ্মজীৱনৰ চমু খতিয়ান দিয়ক।
উত্তৰঃ
প্রশ্ন ২ : অজিৎ বৰুৱাৰ বৈচিত্ৰপূৰ্ণ কৰ্মজীৱনে তেওঁৰ সৃষ্টিশীল ৰচনাক প্ৰভাৱিত কৰিছিল নে ? চমুকৈ লিখক ।
উত্তৰঃ
প্রশ্ন ৩ : ‘জেংৰাই ১৯৬৩’ কবিতাটোত পাশ্চাত্য প্রভাৱ অনুভূত হয়নে ? চমুকৈ লিখক।
উত্তৰঃ
প্রশ্ন ৪ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক
(ক) আমি অন্ধবিশ্বাসী—
কেৱল,
আমাৰ অন্ধবিশ্বাস যদি নিৰন্ধ অন্ধ হ’লহেঁতেন !
ৰাতি হ’লত সোৱণশিৰিৰ চৰত আমি নাও চপালো।
(চাপৰিৰ ডাঙৰীয়াই আমাক ৰক্ষা কৰিব?)
উত্তৰঃ
(খ) উকাৰ জুই, সময়ৰ দুৱাৰত পহৰাদাৰ,
নহ’লে, আঁৰ-কাপোৰ গুচাত—
সেয়ে বোধ কৰোঁ মোৰ মুখাগ্নিৰ জুই
“…. ভাতৃ…অনল….এহিসে ক্ষণত…হৈবা কৰুণাময় ” …
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ ঃ অসমীয়া কবিতাৰ ইতিহাসত অজিৎ বৰুৱাৰ স্থান নিৰ্ণয় কৰক ।
উত্তৰঃ
প্রশ্ন ২ : ‘জেংৰাই ১৯৬৩’ কবিতাটোৰ মাজেদি কবিয়ে অতীত আৰু বৰ্তমানক সমন্বিত ৰূপ প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে – কথাষাৰৰ আধাৰত কবিতাটোৰ বিশ্লেষণ আগবঢ়াওক।
উত্তৰঃ
প্রশ্ন ৩ : ‘জেংৰাই ১৯৬৩’কবিতাটোৰ মাজেদি কবি অজিৎ বৰুৱাৰ জীৱন দৰ্শন কেনেদৰে ফুটি উঠিছে? উদাহৰণসহ বিচাৰ কৰক ।
উত্তৰঃ
Type By- Janmoni hazarika