নৱকান্ত বৰুৱা–পলস
অধ্য়ায়-১২
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—
(ক) নৱকান্ত বৰুৱাই কোনখন কাকতৰ যোগেদি কবিৰূপে আত্মপ্রকাশ কৰিছিল ?
উত্তৰঃ
(খ) ‘পলাশৰ জুই নুমাল এতিয়া’ বুলি কৈ কবিয়ে কি বুজাবলৈ বিচাৰিছে?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : প্রসঙ্গ সংগতি দৰ্শাই ব্যাখ্যা কৰক
ক) উৰুখা পানীয়ে উটাই নিয়ক মৰা মকৰাৰ খোলা।
আমাৰ পলসে সাৰুৱা কৰক কলঙৰ দুটি কূল !
উত্তৰঃ
খ) সিহঁতে পঢ়িব আমাৰ জীৱাশ্মত
জাতিস্মৰৰ হাঁহি উঠা সাধু।
উত্তৰঃ
গ) আমাৰ নাতিৰ নতুন পামৰ নাঙলৰ সীলুত
আমি সাৰ পাম ৷
ৰচনাধৰ্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : আধুনিক অসমীয়া কাব্য সাহিত্যত নৱকান্ত বৰুৱাৰ স্থান নিৰ্ণয় কৰি এটি চমু নিবন্ধ যুগুত কৰক ।
উত্তৰঃ
প্রশ্ন ২ : ‘পলস’ কবিতাটোৰ মূল কথাখিনি আপোনাৰ ভাষাত আলোচনা কৰক ৷
উত্তৰঃ
প্রশ্ন ৩ : ‘পলস’ কবিতাটোত নৱকান্ত বৰুৱাই অতীত আৰু বৰ্তমান যুগৰ সমন্বয় সাধনৰ ছবি অঙ্কন কৰিছে। এই কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰক ।
উত্তৰঃ
প্রশ্ন ৪ : নতুন কবিতাৰ বৈশিষ্ট্য ‘পলস’ কবিতাটোত কেনেদৰে ফুটি উঠিছে বৰ্ণনা কৰক ৷
উত্তৰঃ
প্রশ্ন ৫ : ‘পলস’ শব্দটো কি অৰ্থত ব্যৱহাৰ কৰা হৈছে? আলোচনা কৰক।
উত্তৰঃ
Type By- Janmoni Hazarika