ত্ৰিপুৰাত মদন পূজাৰ আড়ম্বৰ আৰু মোট খোলাৰ কৌতুক
অধ্য়ায়- ৭
ক) বস্তুধর্মী প্রশ্ন (৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ত্ৰিপুৰা বুৰঞ্জীৰ সম্পাদক কোন?
উত্তৰঃ
প্রশ্ন ২ : ত্ৰিপুৰাত কোনখন নদীৰ পাৰত মোট খেলা অনুষ্ঠিত হৈছিল?
উত্তৰঃ
প্রশ্ন ৩ ত্ৰিপুৰালৈ যোৱা অসমীয়া কটকী দুজনৰ নাম কি?
প্রশ্ন ৩
প্রশ্ন ৪ : মোট খেলাৰ দিনা ত্ৰিপুৰাৰ ৰজাই নগৰৰ নাৰীসকললৈ কি দলিয়াইছিল?
প্রশ্ন ৩
প্রশ্ন ৫ : অসমৰ কটকী দুজনে ত্ৰিপুৰাত কেনে ধৰণৰ মোটেৰে পানী মৰামৰি কৰিছিল?
প্রশ্ন ৩
প্রশ্ন ৬ : মদন পূজাত কাৰ মূৰ্তি স্থাপন কৰা হৈছিল ?
প্রশ্ন ৩
খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : কটকী বুৰঞ্জী কাক বোলে? উদাহৰণ দাঙি ধৰক।
প্রশ্ন ৩
প্রশ্ন ২ : প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক ——
কোনোসকলে আপুনিও বোলাই পিন্ধিছিলে। পাছে ৰাজা ভিতৰলৈ গ’ল। আনো সকল ঘৰাঘৰি গ’ল। আমাৰ কটকীও বহালৈ আহিল।
প্রশ্ন ৩
গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : অসমৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে এটা আলোচনা যুগুত কৰক।
উত্তৰঃ
প্রশ্ন ২ : ত্ৰিপুৰা বুৰঞ্জীৰ পৰিচয় দাঙি ধৰি অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জীখনৰ গুৰুত্ব কেনে ধৰণৰ আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ৩ : ‘ত্ৰিপুৰাত মদন পূজাৰ আড়ম্বৰ আৰু মোট খেলাৰ কৌতুক’ পাঠটোত ত্ৰিপুৰাৰ সামাজিক- সাংস্কৃতিক দিশৰ ছবি কেনেদৰে স্পষ্ট হৈছে সেয়া আলোচনা কৰি দেখুৱাওক।
উত্তৰঃ
প্রশ্ন ৪ : ত্ৰিপুৰাৰ ৰজাৰ সাজসজ্জাৰ এটা বিৱৰণ পাঠৰ আধাৰত তুলি ধৰক ।
উত্তৰঃ
প্রশ্ন ৫ : বুৰঞ্জীৰ গদ্যৰ বৈশিষ্ট্যসমূহ উদাহৰণসহ আলোচনা কৰক।
উত্তৰঃ
Type By –Janmoni Hazarika