আধুনিক যুগৰ অসমীয়া ভাষা
অধ্য়ায়- ১০
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—
(ক) আধুনিক অসমীয়া ভাষাৰ বিকাশক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?
উত্তৰঃ
(গ) অসমীয়া ভাষাৰ আধুনিক যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছে?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : অৰুনোদইৰ পাতত দেখা পোৱা বিভিন্ন ধ্বনি পৰিৱৰ্তনসমূহ উল্লেখ কৰক ।
উত্তৰঃ
প্রশ্ন ২ : ‘জোনাকী স্তৰৰ অসমীয়া ভাষা’ নামকৰণৰ মূল ভেটি কি? বুজাই লিখক ।
উত্তৰঃ
প্রশ্ন ৩ : ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ (অঃ ভাঃ উঃ সাঃ)ই হাতত লোৱা গঠনমূলক কামসমূহ কি কি?
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : জোনাকী যুগৰ ভাষা আৰু অৰুণোদয় যুগৰ ভাষাৰ মাজত এটি তুলনামূলক বিচাৰ আগবঢ়াওক।
উত্তৰঃ
প্রশ্ন ২ : অৰুণোদয় স্তৰৰ অসমীয়া ভাষা সম্পর্কে এটি চমু আলোচনা আগবঢ়াওক ।
উত্তৰঃ
প্রশ্ন ৩ : জোনাকী স্তৰৰ অসমীয়া ভাষা সম্পৰ্কে এটি প্রবন্ধ যুগুত কৰক।
উত্তৰঃ
প্রশ্ন ৪ : যুদ্ধোত্তৰ যুগত অসমীয়া ভাষাৰ ক্ষেত্ৰলৈ হোৱা পৰিৱৰ্তন সম্পৰ্কে এটি চমুটোকা লিখক ।
উত্তৰঃ
Type By- Janmoni Hazarika