মধ্য় ভাৰতীয় আৰ্যভাষা-পালি স্তৰ
অধ্য়ায়-৩
বস্তুধর্মী প্রশ্ন
প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক –
(ক) মধ্য ভাৰতীয় আর্যভাষাক সৰ্বমুঠ কেইটা ভাগত ভাগ কৰিব পাৰি ?
উত্তৰঃ
(খ) ‘পালিত ঋ ধ্বনিৰ প্ৰয়োগ আছেনে?
উত্তৰঃ
(গ) `পালি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ
(ঘ) কাল আৰু ভাৱ প্ৰকাশক ‘ল’ কাৰৰ সংখ্যা পালিত কেইটা ?
উত্তৰঃ
চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত লিখক)
প্রশ্ন ১ : মধ্য ভাৰতীয় আর্যভাষাৰ উপস্তৰসমূহৰ বিষয়ে চমুকৈ লিখক।
উত্তৰঃ
প্রশ্ন ২ : ‘পালি’ৰ উৎপত্তি সম্পৰ্কত বিভিন্ন মতামত সামৰি এটি টোকা লিখক।
উত্তৰঃ
প্রশ্ন ৩ : ‘পালি’ নামৰ তাৎপৰ্য ব্যাখ্যা কৰক ।
উত্তৰঃ
প্রশ্ন ৪ : ‘পালি’ ভাষাৰ প্ৰধান ভাষাতাত্ত্বিক বৈশিষ্ট্যসমূহ উল্লেখ কৰক।
উত্তৰঃ
ৰচনাধর্মী প্রশ্ন ( ৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)
প্রশ্ন ১ : ‘পালি ভাষা হ’ল প্ৰাচীন বৈদিক আৰু সংস্কৃতৰ সৰলীকৰণ প্ৰক্ৰিয়া’ আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ২ : প্ৰাচীন ভাৰতীয় আর্যভাষাৰ তুলনাত মধ্য ভাৰতীয় আর্যভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্য আলোচনা কৰক।
উত্তৰঃ
প্রশ্ন ৩ : ‘পালি’ ভাষাৰ স্বৰধ্বনি পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ৷
উত্তৰঃ
প্রশ্ন ৪ : ‘পালি’ ভাষাৰ ব্যঞ্জনধ্বনি পৰিৱৰ্তনৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ৷
উত্তৰঃ
প্রশ্ন ৫ : ‘পালি’ ভাষাৰ ৰূপতাত্ত্বিক বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰক ৷
উত্তৰঃ
Type By-Janmoni Hazarika