সুখ
Chapter 11
১। সুখ বিচাৰোঁতে ক’ত দুখৰ উপৰি দুখ পায়?
(ক) ঘৰত
(খ) সংসাৰত
(গ) পৰিয়ালৰ মানুহৰ লগত
উত্তৰ- (খ) সংসাৰত ।
২। পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাথাকে?
(ক) সুখ নাথাকে
(খ) দুখ নাথাকে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) দুখ নাথাকে ।
৩। পৰমপিতাৰ সকলো কি পৃথিৱীৰ আমাৰ ঘৰ?
(ক) সন্তান আমাৰ ঘৰ
(খ) জীৱ-জন্তু আমাৰ ঘৰ
(গ) ভগৱান আমাৰ ঘৰ
উত্তৰ- (ক) সন্তান আমাৰ ঘৰ ।
৪। পৰৰ কাৰণে কান্দিব জানিলে কিহত সুখ পায়?
(ক) হাঁহোনতো সুখ পায়
(খ) কান্দোনতো সুখ পায়
(গ) স্বাৰ্থৰ পৰ কৰিলেও সুখ পায়
উত্তৰ- (খ) কান্দোনতো সুখ পায় ।
৫। কবিতাটোৰ কবি কোন?
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা
(খ) লক্ষ্মীনাথ বেজবৰুৱা
(গ) আনন্দচন্দ্ৰ আগৰৱালা
উত্তৰ- (গ) আনন্দচন্দ্ৰ আগৰৱালা ।
৬। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?
(ক) ১৮৭৩ চনত
(খ) ১৮৭৪ চনত
(গ) ১৮৭৫ চনত
উত্তৰ- (খ) ১৮৭৪ চনত ।
৭। তেওঁ এখন কবিতাৰ পুথিৰ নাম কি?
(ক) জিলিকনি
(খ) বেদুইন
(গ) বীণবৰাগী
উত্তৰ- (ক) জিলিকনি ।
৮। সেন্দূৰীয়া আলি সুগন্ধি কি ফুলে?
(ক) পদুম ফুলে
(খ) তগৰ ফুলে
(গ) কুসুম ফুলে
উত্তৰ- (গ) কুসুম ফুলে ।
৯। পৰৰ অভাৱত পৰৰ দুখত কি পমি যায়?
(ক) হিয়া
(খ) মন
(গ) লওপৰৰ এটাও নহয়
উত্তৰ- (ক) হিয়া ।
১০। আনন্দচন্দ্ৰ আগৰৱালা কিমান চনত মৃত্য়ু হৈছিল?
(ক) ১৯৩৭ চনত
(খ) ১৯৩৮ চনত
(গ) ১৯৩৯ চনত
উত্তৰ- (গ) ১৯৩৯ চনত ।
১১। স্বাৰ্থৰ বাট কি?
(ক) দুখৰ কাঁইট
(খ) সুখৰ কাঁইট
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) দুখৰ কাঁইট ।
১২। সুখৰ দুখৰ কি কাৰণ?
(ক) স্বাৰ্থই কাৰণ
(খ) মনেই কাৰণ
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (খ) মনেই কাৰণ ।
১৩। নিঃস্বাৰ্থৰ বাটত কি ফুলে?
(ক) সেন্দূৰীয়া আলি ফুলে
(খ) সুগন্ধিকুসুম ফুলে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সুগন্ধিকুসুম ফুলে ।
১৪। আগৰৱালাদেৱৰ কবিতা পুথিখনৰ নাম কি?
(ক) জোনাকী
(খ) জিলিকনি
(গ) বিজুলী
উত্তৰ- (খ) জিলিকনি ।
১৫। আনন্দচন্দ্ৰ আগৰৱালাক কি বুলি জনাজাত যায়?
(ক) কবি
(খ) ভাঙনি কোঁৱৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) ভাঙনি কোঁৱৰ ।
১৬। দিনত কণা=?
(ক) দীনকণা
(খ) দিনকণা
(গ) দিনকনা
উত্তৰ- (খ) দিনকণা ।
১৭। পৰৰ কাৰণে খাতিব পাৰিলে সংসাৰ কি হয়?
(ক) দুখৰ ঠাই হয়
(খ) সুখৰ ঠাই হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সুখৰ ঠাই হয় ।
১৮। সুখ বিচাৰোঁতে মানুহে সংসাৰত কি পায়?
(ক) দুখ
(খ) সুখ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সুখ ।
১৯। কাৰ পাছে পাছে সুখ ফুৰে?
(ক) মানুহৰ
(খ) যিয়ে স্বাৰ্থ-বলিদান দিব পাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) যিয়ে স্বাৰ্থ-বলিদান দিব পাৰে ।
২০। সেন্দুৰ + ঈয়া=?
(ক) সেন্দুৰিয়া
(খ) সেন্দুৰীয়া
(গ) সেন্দোৰীয়া
উত্তৰ- (খ) সেন্দুৰীয়া ।
Type by- Bikul Mandal