১। কিমান খ্ৰি.ত অট’মান তুৰ্কী সাম্ৰাজ্যৰ অধিপতিয়ে এছিয়া মাইনৰ১ আৰু কনষ্টাণ্টিনপ’ল অধিকাৰ কৰে ?
(ক) ১৪৫৩
(খ) ১৪৪২
(গ) ১৪৮৪
উত্তৰঃ (ক) ১৪৫৩।
২। কিমান খ্ৰি.ত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে ?
(ক) ১৪২৮
(খ) ১৪৮৭
(গ) ১৪৬৪
উত্তৰঃ (খ) ১৪৮৭।
৩। কিমান খ্ৰি.ত পৰ্তুগীজ নীবিক ভাস্ক’-ডা-গামাই ভাৰতৰ পশ্চিম উপকূলৰ কালিকট বন্দৰত উপস্থিত হী নতুন জনপথ আৱিষ্কাৰ কৰিলে ?
(ক) ১৪২৯
(খ) ১৪৬৪
(গ) ১৪৯৮
উত্তৰঃ (গ) ১৪৯৮।
৪। কিমান খ্ৰি.ত জুলাই মাজত অহা ভাস্ক’-ডা-গামাক সেই সময়ৰ লকালিকটৰ হিন্দু ৰজা জামৰিণে সাদৰ অভ্যৰ্থনা জনাইছিল ?
(ক) ১৪৯৮
(খ) ১৪৮৮
(গ) ১৪৪৬
উত্তৰঃ (ক) ১৪৯৮।
৫। কিমান খ্ৰি.ত ভাস্ক’-ডা-গামা পুনৰাই ভাৰতলৈ আহে আৰু ক’চিন আৰু কান্নানোৰত পৰ্তুগীজ বাণিজ্যঘাটি স্থাপন কৰে ?
(ক) ১৫২২
(খ) ১৫১৪
(গ) ১৫০২
উত্তৰঃ (গ) ১৫০২।
৬। বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল ?
(ক) ১৬২৪
(খ) ১৬০০
(গ) ১৬০৬
উত্তৰঃ (খ) ১৬০০।
৭। কিমান খ্ৰি.ত এজন শাসনকৰ্তা নিয়োগ কৰে ?
(ক) ১৫০৫
(খ) ১৫৪৮
(গ) ১৫২৭
উত্তৰঃ (ক) ১৫০৫।
৮। আলমিডাৰ পিছত কিমান খ্ৰি.ত ভাৰতত পৰ্তুগীজ শাসনৰূপে নিযুক্ত হয় ?
(ক) ১৫২৪
(খ) ১৫০৯
(গ) ১৫৮২
উত্তৰঃ (খ) ১৫০৯।
৯। আলবুকাৰ্বে কিমান খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল ?
(ক) ১৫২৮
(খ) ১৫০০
(গ) ১৫১০
উত্তৰঃ (গ) ১৫১০।
১০। কিমান খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথালিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে ?
(ক) ১৫৩৪
(খ) ১৫২৮
(গ) ১৫৮৮
উত্তৰঃ (ক) ১৫৩৪।
১১। আলফনছ কাক ভাৰতৰ পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয় ?
(ক) ছেৰ ছাহ
(খ) আলবুকাৰ্ক
(গ) হুমায়ুন
উত্তৰঃ (খ) আলবুকাৰ্ক।
১২। ভাৰতীয় বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্ৰতিষ্ঠা কৰিছিল ডাচ্চসকলে ?
(ক) ভাৰতীয় ফল-মূল
(খ) ভাৰতীয় শাপ-পাচলি
(গ) ভাৰতীয় বস্ত্ৰক
উত্তৰঃ (গ) ভাৰতীয় বস্ত্ৰক।
১৩। জ্যাঁ কলবাৰ্টৰ উদ্যোগত কি ক’ম্পেনী প্ৰতিষ্ঠিত হয় ?
(ক) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী
(খ) Tata ক’ম্পেনী
(গ) Amazon ক’ম্পেনী
উত্তৰঃ (ক) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী।
১৪। ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনীৰ মুখ্যয় প্ৰশাসক কোন আছিল ?
(ক) ভাস্ক’-ডা-গামা
(খ) ফ্ৰান্সিছ ডুপ্লে
(গ) আলবুকাৰ্ক
উত্তৰঃ (খ) ফ্ৰান্সিছ ডুপ্লে।
১৫। ভাস্ক’-ডা-গামাই কি আৱিষ্কাৰ কৰিছিল ?
(ক) জাহাজ
(খ) হেলিকপ্তাৰ
(গ) নতুন জলপথ
উত্তৰঃ (গ) নতুন জলপথ।
১৬। কিমান খ্ৰি.ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূতৰূপ ছাৰ টমাছ ৰ’ সম্ৰাট জাহামগীৰৰ দৰবাৰত উপস্থিত হয় ?
(ক) ১৬১৫
(খ) ১৬২৫
(গ) ১৬০২
উত্তৰঃ (ক) ১৬১৫
১৭। কিমান খ্ৰি.ত জব চাৰ্ণক নামৰ বৃটিছ বণিকজনে বংগদেশত সফল ব্যৱসায় আৰম্ভ কৰিলে ?
(ক) ১৬২৪
(খ) ১৬৯০
(গ) ১৬৮২
উত্তৰঃ (খ) ১৬৯০।
১৮। কিমান খ্ৰি.ত মোগল সম্ৰাট ফাৰুকচিয়াৰে এখন ফৰমানৰদ্বাৰা বংগ, চেন্নাই আৰু মুম্বাইৰ ইংৰাজ বণিকক বছৰি মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময় দিয়ে ?
(ক) ১৭২৮
(খ) ১৭০০
(গ) ১৭১৭
উত্তৰঃ (গ) ১৭১৭।
১৯। কিমান চনত পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল ?
(ক) ১৭৪২
(খ) ১৭৮৮
(গ) ১৭৬৫
উত্তৰঃ (ক) ১৭৪২।
২০। কিমান খ্ৰি.ত কৰ্ণাটকৰ আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক চান্দ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে ?
(ক) ১৭২৬
(খ) ১৭৪৯
(গ) ১৭৮৮
উত্তৰঃ (খ) ১৭৪৯।