ভাৰতত ইংৰাজৰ শাসন
Chapter-6
১। কিমান খ্ৰি.ত বংগৰ নবাব হোৱাৰ পাছত দ্বিতীয়গৰাকীৰ পুত্ৰ চৌকৎজঙে আৰু প্ৰথমগৰাকী জীয়াৰী ঘাচিতি বেগমে চিৰাজউদ্দৌলাৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিলে ?
(ক) ১৭৫৬
(খ) ১৭৮৮
(গ) ১৭২৬
উত্তৰঃ (ক) ১৭৫৬।
২। কিমান খ্ৰি.ত সজোৱা ফ’ৰ্ট উইলিয়াম নামৰ দুৰ্গটো চিৰাজউদ্দৌলাৰ দিনত নবাবক নজনোৱাকৈ ডাঙৰকৈ সজাবলৈ ধৰিলে ?
(ক) ১৭১৪
(খ) ১৭০০
(গ) ১৭২৮
উত্তৰঃ (খ) ১৭০০।
৩। কিমান খ্ৰি.ত আলিনগৰত ইংৰাজৰ লগত সন্ধি কৰিলে ?
(ক) ১৭৮৮
(খ) ১৭২৫
(গ) ১৭৫৭
উত্তৰঃ (গ) ১৭৫৭।
৪। কিমান খ্ৰি.ত ইউৰোপত সাতবছৰীয়া যুদ্ধ আৰম্ভ হ’ল ?
(ক) ১৭৫৬
(খ) ১৭৬৮
(গ) ১৭৪৪
উত্তৰঃ (ক) ১৭৫৬।
৫। নবাব পতাৰ পুৰস্কাৰ হিচাবে মীৰজাফৰে কিমান পৰগণা জিলা ইংৰাজ এৰি দিয়ে ?
(ক) ১২
(খ) ২৪
(গ) ৩৮
উত্তৰঃ (খ) ২৪।
৬। অযোধ্যাৰ নবাবৰ লগত কৰা চুক্তি অনুযায়ী কিমান লাখ যুদ্ধৰ ক্ষতিপূৰণৰ লগতে কোৰা আৰু এলাহাবাদ লাভ কৰিলে ?
(ক) ২০ লাখ
(খ) ৭০ লাখ
(গ) ৫০ লাখ
উত্তৰঃ (গ) ৫০ লাখ।
৭। মোগল সম্ৰাটে ক’ম্পেনিৰপৰা বছৰি কিমান লাখ টকাৰ কৰৰ বিনিময়ত বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী ক’ম্পেনিক এৰি দিলে ?
(ক) ২৬ লাখ
(খ) ৩৪ লাখ
(গ) ১৮ লাখ
উত্তৰঃ (ক) ২৬ লাখ।
৮। কিমান খ্ৰি.ত নবাবৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ?
(ক) ১৭৬৪
(খ) ১৭৮৮
(গ) ১৭৫৭
উত্তৰঃ (গ) ১৭৫৭
৯। চিৰাজউদ্দৌলাৰ মৃত্যুৰ পিছত কোন বংগৰ নবাব হয় ?
(ক) ফ্ৰান্সিছ ডুপ্লে
(খ) মীৰজাফৰ
(গ) আলবুকাৰ্ক
উত্তৰঃ (খ) মীৰজাফৰ।
১০। ১৭৫৬ খ্ৰি.ত ইউৰোপত কিমান বছৰীয়া যুদ্ধ আৰম্ভ হৈছিল ?
(ক) ৭ বছৰীয়া
(খ) ৫ বছৰীয়া
(গ) ৮ বছৰীয়া
উত্তৰঃ (ক) ৭ বছৰীয়া।
১১। কিমান খ্ৰি.ত ৰ’বাৰ্ট ক্লাইৱ পুনৰ ভাৰতৰ গৱৰ্ণৰ হৈ আহে ?
(ক) ১৭৫১
(খ) ১৭২৪
(গ) ১৭৬৫
উত্তৰঃ (গ) ১৭৬৫।
১২। পলাচী যুদ্ধ কোন চনত হৈছিল ?
(ক) ১৭৬৮
(খ) ১৭৫৭
(গ) ১৭৪৬
উত্তৰঃ (খ) ১৭৫৭।
১৩। কিমান খ্ৰি.ত বক্সাৰৰ যুদ্ধত ইংৰাজৰ হাতত সন্মিলিত বাহিনীৰ পৰাজয় ঘটে ?
(ক) ১৭৬৪
(খ) ১৭৮৫
(গ) ১৭৫৮
উত্তৰঃ (ক) ১৭৬৪।
১৪। পলাচী যুদ্ধত যুদ্ধ কৰা সেনাপতি দুজনৰ নাম কি আছিল ?
(ক) মীৰকাচিম আৰু চিৰাজউদ্দৌলা
(খ) হুমায়ুন আৰু ছেৰ ছাহ
(গ) মিৰজাফৰ আৰু ঘাচিতি বেগম
উত্তৰঃ (গ) মিৰজাফৰ আৰু ঘাচিতি বেগম।
১৫। কিমান খ্ৰি.ত চিৰাজউদ্দৌলাৰ বংগৰ নবাব হয় ?
(ক) ১৭২৪
(খ) ১৭৫৬
(গ) ১৭৭২
উত্তৰঃ (খ) ১৭৫৬।
১৬। মোগল সম্ৰাটসকলৰ দিনত কোন দেশে এক উল্লেখযোগ্য় ভূমিকা লৈছিল ?
(ক) বংগদেশে
(খ) ভাৰত দেশে
(গ) এটাও নহয়
উত্তৰঃ (ক) বংগদেশে।
১৭। ঔৰংজেৱৰ মৃত্য়ুৰ পাছত বংগদেশৰ শাসনকৰ্তা কোন হয় ?
(ক) চৌকৎজং
(খ) চিৰাজুদ্দৌলা
(গ) আলিবৰ্দী খাঁ
উত্তৰঃ (গ) আলিবৰ্দী খাঁ।
১৮। আলিবৰ্দী খাঁৰ কেইজনী জীয়ৰী আছিল ?
(ক) দুজনী
(খ) তিনিজনী
(গ) এজনী
উত্তৰঃ (খ) তিনিজনী।
১৯। চিৰাজুদ্দৌলাৰ প্ৰথমগৰাকী জীয়ৰীৰ নাম কি আছিল ?
(ক) ঘাটিতি বেগম
(খ)চৌকৎজং
(গ) আলিবৰ্দী খাঁ
উত্তৰঃ (ক) ঘাটিতি বেগম।
২০। ইংৰাজে ক’লকাতাত কিমান খ্ৰী.ত ফৰ্ট উইলিয়াম নামৰ দুৰ্গটো সাজিছিল ?
(ক) ১৭৫৭ খ্ৰী .ত
(খ) ১৭৫৬ খ্ৰী.ত
(গ) ১৭০০ খ্ৰী.ত
উত্তৰঃ (গ) ১৭০০ খ্ৰী.ত।
Type by- Bikul Mandal