বচন
A. Very Short Type Questions :
1. Find out the correct answer
( শুদ্ধ উত্তৰ বাছি উলিওৱা )
( a ) ‘ E ‘ proposition is universal affirmative / universal negative / particular negative . ( E ‘ বচন এটি সামান্য সদর্থক / সামান্য নঞর্থক / বিশেষ নঞর্থক । )
Answer:
( b ) A proposition has one / two / three terms . ( এটা বচনত এটা / দুটা / তিনিটা পদ থাকে । )
( c ) A universal proposition takes into con- | sideration the entire denotation / the en- | tire connotation of the subject .
( Frater ! সামান্য বচনত উদ্দেশ্য পদৰ সম্পূর্ণ বাচ্যর্থ / লক্ষণার্থক সামৰি লােৱা হয় । )
( d ) The copula of a proposition is in the T | past / present / future tense . ( বচনৰ সংযােজকটো অতীত বর্তমান / ভৱিষ্যৎ কালত । থাকে । )
( e ) ” Every sentence is a proposition but every proposition is not a sentence ” -is it true ? ( “ প্রত্যেক বাক্যই একোটা বচন কিন্তু প্রত্যেক বচনেই বাক্য নহয় । ” কথাষাৰি সত্য । নে ? )
(f) “ All the Philosophers are not Scientists ” – this sentence is equivalent to which of the following propositions ? ( “ সকলাে দার্শনিক বৈজ্ঞানিক নহয় ” —এই বাক্যটোৰ সমার্থক হিচাপে নিম্নোক্ত কোনটো বচন | ধৰিব পাৰি ? )
(i) No Philosopher is Scientist ( কোনো দার্শনিক নহয় বৈজ্ঞানিক । )
( ii ) Some Philosophers are Scientists ( কিছুমান দার্শনিক হয় বৈজ্ঞানিক । )
(iii) Some Scientists are not Philosophers . ( কিছুমান বৈজ্ঞানিক নহয় দার্শনিক । )
( iv ) Some Philosophers are not Scientists .
( কিছুমান দার্শনিক নহয়বৈজ্ঞানিক । )
( g ) . ” All players are not tall ” -this sentence is equivalent to which of the following | propositions ?
( “ সকলাে খেলুৱৈ ওখ নহয় ” । নিন্মােক্ত কোনটো বচনক উক্ত বাক্যটোৰ । 1 সমার্থক ৰূপ বুলিব পাৰি ? )
( i ) No player is tall .
( কোনাে খেলুৱৈ নহয় ওখ । )
( ii ) Some tall persons are players .
কিছুমান ওখ ব্যক্তি হয়
খেলুৱৈ । )
( iii ) Some players are not tall .
( কিছুমান খেলুৱৈ নহয় ওখ । )
( iv ) Some players are tall .
( কিছুমান খেলুৱৈ হয়ওখ । )
2. The copula of a proposition is a term – Is it true ?
( বচনৰ সংযােজকটো এটা পদ- এইটো | শুদ্ধনে ?
3. What is the symbolic name of a particular ! affirmative proposition ?
( বিশেষ সদর্থক বচনৰ সাংকেতিক নাম কি ? )
4. How many terms are there in a logical proposition ?
( এটা তর্কবিজ্ঞানসন্মত বচনত কেইটা | পদ থাকে ? )
5. How many propositions are there according to the four – fold scheme of propositions ?
( বচনৰ চতুর্বর্গীয় শ্রেণীবিভাগ মতে কিমান প্ৰকাৰৰ বচন আছে ? ) [ H.S. ’02 , ’05 ] ।
6. Is copula a term ?
( সংযােজকটো এটা পদনে ? )
7. What is the symbolic sign of universal negative proposition ?
( সামান্য নর্থক বচনৰ সাংকেতিক চিহ্ন বা প্রতীক কি ? )
8. According to relation propositions are classified as which of the following ?
( সম্বন্ধ অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন । কৰা হৈছে ? )
( i ) Simple and Compound ( সৰল আৰু যৌগিক )
(ii) Categorical And Conditional ( নিৰপেক্ষ আৰু সাপেক্ষ )
(iii) Analytic And Synthetic ( বিশ্লেষক আৰু সংশ্লষক )
9. State One Important Point OF Difference Between Sentence And Proposition (বাক্য আৰু বচনৰ মাজত থকা এটা গুৰুত্বপূৰ্ন পাৰ্থক্য উল্লেখ কৰা ।
10. Is The Copula a Term In a Logical Proposition ?
( তৰ্কবিজ্ঞানসন্মত বচনত সযোজকটো পদ হয় নে ?
11. Find Out The Correct Answer :
(শুদ্ধ উওৰটো বাচি উলিওৱা ঃ)
12. A Judgement when Expressed In Language Is Called A Word A term A Proposition. ( Choose The Correct One ( অৱধাৰনক যেতিয়া ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় তেতিয়া তাক শব্দ পদ বচন বোলে । ( শুদ্ধটো লিখা )
B. Short Type Questions :
১. ( সংজ্ঞা দিয়া ।)
a. ( সামান্য বচন ।
b. ( সদৰ্থক বচন )
c. ( যথাৰ্থ বচন ।)
২। ( উদাহৰন দিয়া )
a. ( যথাৰ্থ বচন ।
b. ( সামান্য বচন ।
৩। ( নিৰপেক্ষ বচন মানে কি ?)
৪। ( উপ- বিপৰীত বিৰোধ বুলিলে কি বুজা ?)
৫। ( তৰ্কবিজ্ঞানসন্মত বচনৰ বিভিন্ন ।)
৬। ( সকল্পক বচনত গুন কেনেদৰে নিৰ্নয় কৰিবা ? উদাহৰনসহ চমুকৈ বাখ্যা কৰা।)
৭। ( চমু টোকা লিখা )
a. ( পদৰ ব্যাপতা )
b. ( সংযোজক )
c. ( বচনৰ চতুৰ্বৰ্গীয় শ্ৰেনী বিভাজন )
d. ( বচনৰ বিৰোধ )
৮। ( সাৰ্বিক বচনত কোনটো পদ ব্যাপ্ত ?)
৯। ( চমুকৈ উওৰ দিয়া। )
( চমুকৈ ব্যাখ্যা কৰা। )
a. ( নিৰপেক্ষ আৰু সাপেক্ষ বচন )
b. ( বচনৰ চতুৰ্বৰ্গীয় শ্ৰেনীবিভাজন বোৰ কি কি ?)
১০। ( পাৰ্থক্য লিখা )
a. ( সকল্পক আৰু বিকল্পক বচন )
b. ( বাক্য আৰু বচন )
c. ( নিৰপেক্ষ আৰু সাপেক্ষ বচন )
d. ( বাক্য আৰু বচন )
১১। ( তাৎপৰ্য অনুসৰি বচনৰ শ্ৰেনীবিভাজন কৰা আৰু উপযুক্ত উদাহৰণসহ সিহঁতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া ।
১২। ( বচনৰ চতুৰ্বৰ্গীয় বিভাজন মানে কি ?)
১৩। ( উদাহৰহনসহ নিৰপেক্ষ বচনৰ সংজ্ঞা দিয়া ।)
১৪। ( এৰিষ্টটলৰ মতে বচন কি ? বচনৰ বিভিন্ন অংশসমূহৰ কি কি ? বাখ্যা কৰা ।)
১৫। ( উপযুক্ত উদাহৰণসহ সাৰ্বিক বচনৰ সংজ্ঞা দিয়া ।)
১৬। ( নিৰপেক্ষ বচন আৰু সাপেক্ষ বচনৰ মাজত পাৰ্থক্য নিৰ্নয় কৰা ।)
১৭। ( বচনৰ চতুৰ্বৰ্গীয় বিভাজন বিষয়ে এটা চমু টোকা লিখা ।)
১৮। ( উপযুক্ত উদাহৰনৰ সহায়ত নঞৰ্থক বচনৰ সংজ্ঞা দিয়া ।)
১৯। ( পৰিমান অনুসৰি বচনৰ শ্ৰেনীবিভাগ কৰা ।)
c. Essay Type Questions:
১। বচন কি ? বচনৰ চতুৰ্বৰ্গীয় শ্ৰেণীবিভাজন বাখ্যা কৰা ।)
২। ( সকল্পক বচন মানে কি ? এই প্ৰকাৰ বচনৰ গুন কেনেদৰে নিৰ্নয় কৰিবা ? উদাহৰনৰ সদায়ত চমুকৈ বাখ্যা কৰা ।)
৩। ( বচনৰ চতুৰ্বৰ্গীয় বিভাজন বিষয়ে এটি চমু টোকা লিখা।)
A. Very Short Type Questions :
১। এৰিষ্টটোলে অসম – বিৰোধ আৰু উপ -বিপৰীত বিৰোধ স্ববকৃতি দিছিলনে ?
২। ( বচনৰ উদ্দেশ্যটো এটা পদ নে ? )
৩। ( বচনৰ বিধেয়টো এটা পদ নে ? )
৪। ( সংযোজকটো এটা পদ নে এটা শব্দ ?)
৫। ( সত্য হলে T আৰু অসত্য হলে F লিখা।)
a. ( সংযোজকটো বচনৰ পদ দুটাৰ মাজৰ সম্বন্ধ সূচক চিন ।)
B. ( সম্বন্ধ অনুযায়ী বচনক সকল্পক এই দুটা ভাগত ভগোৱা হৈছে ।)
C. ( নিৰপেক্ষ বচনত উদ্দেশ্য আৰু বিধেয়ৰ সম্বন্ধটো চৰ্ত সাপেক্ষ নহয় ।)
D. ( O বচনটো বিশেষ নঞৰ্থক ।)
E. ( হৰি হয় এজন ভাল লৰা – বচনটো বিশেষ বচন ।)
B. Short Type Questions:
১। সংজ্ঞা লিখা ।
a. ( শাব্দিক বচন ।)
b. ( নঞৰ্থক বচন ।)
২। ( উদাহৰন দিয়া ।)
a. ( শাব্দিক বচন ।)
b. ( সাপেক্ষ বচন ।)
c. ( সামান্য নঞৰ্থক বচন ।)
d. ( নিৰপেক্ষ বচন ।)
e. ( বচনৰ বিৰোধ ।)
f. ( অসম – বিৰোধ। )
g. ( বিপৰীত বিৰোধ ।)
h. ( উপ- বিপৰীত বিৰোধ ।)
i. ( বিৰুদ্ধ বিৰোধ ।)
৩। ( পৰিমান অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে ।)
a. ( সাৰ্বিক আৰু বিশেষ ?)
b. ( সদৰ্থক আৰু নঞৰ্থক ?)
c. ( সকল্পক আৰু বিকল্পক ?)
৪। ( চমুটোকা লিখা ।)
a. ( যথাৰ্থ বচন ।)
b. ( বৰ্গক্ষেত্ৰৰ বিৰোধিতা ।)
c. ( বিপৰীত বিৰোধ ।)
d. ( বিৰুদ্ধ বিৰোধ ।)
e. ( সংযোজকৰ স্বৰূপ ।)
৫। ( পাৰ্থক্য লিখা ।)
a. ( শাব্দিক আৰু যথাৰ্থ বচন ।)
b. ( অৱধাৰন আৰু বচন ।)
c. ( ব্যপ্ত পদ আৰু অব্যাপ্ত পদ ।)
d. ( বিপৰীত বচন আৰু বিৰুদিধ বচন ।)
৬। ( অসম – বিৰোধ সঁচাকৈয়ে বিৰোধ হয়নে ?)
C. Essay Type Questions :
১। ( বচন কাক বোলে ? বচনৰ বিভিন্ন অংশ উদাহৰনৰ সৈতে ব্যাখ্যা কৰা ।)
২। ( বচনৰ বিৰোধ মানে তুমি কি বুজা ? ইয়াৰ বিভিন্ন প্ৰকাৰৰবোৰ কি কি ? উদাহৰনসহ ব্যাখ্যা কৰা ।)
৩ ( পৰিমান অনুসৰি বচনক নিম্নোক্ত কোনটো ভাগত বিভাজন কৰা হৈছে ।)
a. ( সাৰ্বিক আৰু বিশেষ ?)
b. ( সদৰ্থক আৰু নঞৰ্থক ?)
c. ( সকল্পক আৰু বিকল্পক ?)
৪। ( অৱধাৰন আৰু বচনৰ মাজৰ সম্বন্ধ বিতংভাৱে আলোচনা কৰা ।)
৫। ( নিশ্চয়তা অনুসৰি বচনৰ শ্ৰেনীবিভাজন কৰা আৰু উপযুক্ত উদাহৰনসহ সিঁহতৰ যিকোনো এটাৰ সংজ্ঞা দিয়া ।)
৬। ( সম্বন্ধ অনুসৰি বচনৰ শ্ৰেনীবিভাগ কৰা । উদাহৰCসহ সাপেক্ষ বচনৰ বিভিন্ন ভাগ ব্যাখ্যা কৰা ।)
Type Sumit Patar.