জোনাকী’ৰ জন্ম-কাহিনী
Chapter 2
১। কিমান চনত অসমৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান কটন কলেজ স্থাপন হৈছিল?
(ক) ১৯০১ চনত
(খ) ১৯০৩ চনত
(গ) ১৯০২ চনত
উত্তৰ- ১৯০১ চনত ।
২। অ.ভা.উ.সা. সভাৰ প্ৰথম সম্পাদক কোন আছিল?
(ক) হেমচন্দ্ৰ গোস্বামী আছিল
(খ) শিবৰাম শৰ্মা বৰদলৈ আছিল
(গ) পদ্মধৰ চলিহা আছিল
উত্তৰ- শিবৰাম শৰ্মা বৰদলৈ আছিল ।
৩। ল’ৰাসকলৰ মাজত ৰং-ধেমালিও হৈছিল আৰু কিহৰ আলোচনা কৰিছিল?
(ক) গধুৰ কথাৰো
(খ) সমাজৰ কথাৰো
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- গধুৰ কথাৰো ।
৪। অসমীয়া ছাত্ৰই ক’ত পঢ়িবলৈ গৈছিল?
(ক) গুৱাহাটীত
(খ) কলিকতাত
(গ) মুম্বাইত
উত্তৰ- কলিকতাত ।
৫। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
(ক) হেমচন্দ্ৰ গোস্বামী আছিল
(খ) চন্দ্ৰকুমাৰ আগৰৱালা আছিল
(গ) লক্ষ্মীনাথ বেজবৰুৱা আছিল
উত্তৰ- চন্দ্ৰকুমাৰ আগৰৱালা আছিল ।
৬। জোনাকীৰ আত্মকথা আৰু কি ছপা হৈছিল?
(ক) সাথঁৰ
(খ) কবিতা পুথি
(গ) গল্প
উত্তৰ- সাথঁৰ ।
৭। অসমীয়া সাহিত্য়ত এটা নতুন যুগৰ কি হৈছিল বুলিব পাৰি?
(ক) সূচনা হৈছিল বুলিব পাৰি
(খ) ত্ৰিমূৰ্তি হৈছিল বুলিব পাৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- সূচনা হৈছিল বুলিব পাৰি ।
৮। যিসকল অসমীয়া ছাত্ৰই কলিকতাত পঢ়িবলৈ গৈছিল তেওঁলোকৰ মনত কি আছিল?
(ক) স্বদেশ-প্ৰীতি আছিল
(খ) স্বদেশ-প্ৰেম আছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- স্বদেশ-প্ৰীতি আছিল ।
৯। ছাত্ৰসকলে অসমীয়া সাহিত্য়লৈও নতুন নতুন কি বোৱাই আনিছিল?
(ক) চিন্তা বোৱাই আনিছিল
(খ) আঁচনি বোৱাই আনিছিল
(গ) নিয়ম বোৱাই আনিছিল
উত্তৰ-চিন্তা বোৱাই আনিছিল ।
১০। চন্দ্ৰকুমাৰে এই দায়িত্ব লোৱাত কাৰ প্ৰকাশৰ বাট মুকলি হৈছিল?
(ক) জোনাকীৰ
(খ) হেমচন্দ্ৰ গোস্বামীৰ
(গ) লক্ষ্মীনাথ বেজবৰুৱাৰ
উত্তৰ- জোনাকীৰ ।
১১। উচ্চ ৰ বিপৰীত অৰ্থ কি?
(ক) অসীম
(খ) নিম্ন
(গ) গধুৰ
উত্তৰ- নিম্ন ।
১২। উচিত শব্দৰ অৰ্থ কি?
(ক) পৰাধীন
(খ) অনুচিত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- অনুচিত ।
১৩। ছাত্ৰৰ সংখ্য়া বৃদ্ধি পোৱাত কিহৰ সংখ্য়া বৃদ্ধি হৈছিল?
(ক) মুছলমানৰ সংখ্য়া
(খ) মেছৰ সংখ্য়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- মেছৰ সংখ্য়া ।
১৪। অসম সাহিত্য় সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?
(ক) পদ্মনাথ গোহাঞি বৰুৱা
(খ) ৰজনীকান্ত বৰদলৈ
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ- পদ্মনাথ গোহাঞি বৰুৱা
১৫। কলিকতাত পঢ়িবলৈ যোৱা ছাত্ৰ সকলৰ মনত কি আছিল?
(ক) চিন্তা আছিল
(খ) স্বদেশ-প্ৰীতি অসীম আছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- স্বদেশ-প্ৰীতি অসীম আছিল ।
১৬। কোন কলিকতাত পঢ়িবলৈ যোৱা এগৰাকী পুৰণি ছাত্ৰ?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) শিবৰাম শৰ্মা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- শিবৰাম শৰ্মা ।
১৭। প্ৰীতি ৰ একে অৰ্থ বুজোৱা শব্দটো লিখা।
(ক) সুন্দৰ
(খ) বেয়া
(গ) আন্ধাৰ
উত্তৰ- সুন্দৰ ।
১৮। পৰাধীনৰ বিপৰীত অৰ্থ কি?
(ক) স্বাধীন
(খ) অসীম
(গ) নতুন
উত্তৰ- স্বাধীন
১৯। কলিকতাৰ পৰা প্ৰকাশ হোৱা আলোচনীখনৰ নাম কি ?
(ক) পুথিভঁৰাল
(খ) জোনাকী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- জোনাকী ।
২০। লক্ষ্মীনাথ বেজবৰুৱাই কি নাট ৰচনা কৰিছিল?
(ক) জাতীয় উন্নতি
(খ) লিতিকাই
(গ) বনকুঁৱৰী
উত্তৰ- লিতিকাই ।
Type by- Bikul Mandal