১। জোনবিল মেলা কিহৰ সম্প্ৰীতিৰ উৎসৱ?
(ক) পাহাৰ-ভৈয়ামৰ
(খ) নদ-নদীৰ
(গ) পাহাৰ-পৰ্বতৰ
উত্তৰ- (ক) পাহাৰ-ভৈয়ামৰ ।
২। জোনবিলৰ পাৰলৈ কোন ৰজাক ৰাইজে আদৰি নিয়ে?
(ক) আদি ৰজাক
(খ) চুতীয়া ৰজাক
(গ) গোভা ৰজাক
উত্তৰ- (গ) গোভা ৰজাক ।
৩। তিৱাসকলে পাহাৰত কি বিহুৰ আয়োজন কৰে?
(ক) ব’হাগ বিহুৰ
(খ) কাতি বিহুৰ
(গ) মাঘ বিহুৰ
উত্তৰ- (গ) মাঘ বিহুৰ ।
৪। ৰাইজে ক’ত মাছ মাৰিবলৈ নামে?
(ক) বিলত
(খ) নদীত
(গ) সাগৰত
উত্তৰ- (ক) বিলত ।
৫। বিশেষকৈ মাঘ বিহুৰ প্ৰমূল্য়ই কি অঞ্চলত বেছি?
(ক) গাওঁ অঞ্চলত
(খ) গোভা অঞ্চলত
(গ) চহৰ অঞ্চলত
উত্তৰ- (ক) গাওঁ অঞ্চলত ।
৬। কৰ গাৱঁৰ মধ্য়ত জোনবিল নামে এখন ডাঙৰ বিল আছে?
(ক) ভগত গাঁৱৰ
(খ) জাগীভকত গাঁৱৰ
(গ) বৰঙ্গাবাৰী গাঁৱৰ
উত্তৰ- (খ) জাগীভকত গাঁৱৰ ।
৭। পাহাৰত মাঘ বিহুৰ আয়োজন কৰে, লগতে কোন দেৱতাক পূজা-সেৱাও কৰে? .
(ক) ইষ্ট দেৱতাক
(খ) ইন্দ্ৰ দেৱতাক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ইষ্ট দেৱতাক ।
৮। বৰ্তমান মাঘ বিহুৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ বা কি বাৰে জোনবিল মেলা অনুষ্ঠিত হয়?
(ক) সোমবাৰে
(খ) দেওবাৰে
(গ) বুধবাৰে
উত্তৰ- (খ) দেওবাৰে ।
৯। তিৱাসকলে আনৰ নিচিনাকৈ মাহৰ সংক্ৰান্তিৰ তিথিত কি নাপাতে?
(ক) মেলা নাপাতে
(খ) বিহু নাপাতে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বিহু নাপাতে ।
১০। ভৈয়ামৰ জনজাতিসকলৰ বিহু সংস্কৃতিৰ সাক্ষৰ কি কৰি আহিছে?
(ক) প্ৰচলন কৰি আহিছে
(খ) আয়োজন কৰি আহিছে
(গ) বহন কৰি আহিছে
উত্তৰ- (গ) বহন কৰি আহিছে ।
১১। সেইদিনা তাত বয়-বস্তু কি কৰে?
(ক) কিনি আনে
(খ) বিনিময়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বিনিময় ।
১২। এই মেলা কিহৰ তীৰ্থক্ষেত্ৰ?
(ক) গোভাৰ মহা মিলনৰ
(খ) পৰ্বত-ভৈয়ামবাসীৰ মহা মিলনৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পৰ্বত-ভৈয়ামবাসীৰ মহা মিলনৰ ।
১৩। তেওঁলোকে বিলৰ পাৰত কিহেৰে সৰু সৰু পঁজা ঘৰ সাজে?
(ক) নৰাৰে
(খ) মাটিৰে
(গ) হাতেৰে
উত্তৰ- (ক) নৰাৰে ।
১৪। পৰ্বতীয়া জনজাতিসকলে মেলালৈ কিহত আহে?
(ক) জাহাজত
(খ) পাহাৰ বগাই
(গ) গাড়ীত
উত্তৰ- (খ) পাহাৰ বগাই ।
১৫। তেওঁলোকে কি জাতৰ বস্তু আনে?
(ক) গাজ শিল্পজাতৰ বস্তু
(খ) বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বাঁহ-বেতেৰে তৈয়াৰী শিল্পজাত বস্তু ।
১৬। তেওঁলোকে কিহেৰে মাঘ বিহু আয়োজন কৰে?
(ক) তেওঁলোকৰ বস্তুবোৰেৰে
(খ) মেলাৰ পৰা নিয়া বস্তুখিনিৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) মেলাৰ পৰা নিয়া বস্তুখিনিৰে ।
১৭। দেৱৰ আলয়=?
(ক) দেবালয়
(খ) দেৱালয়
(গ) ডেৱালয়
উত্তৰ- (খ) দেৱালয় ।
১৮। বনৰ সমীপ=?
(ক) দুৰ্ভিক্ষ
(খ) উপবন
(গ) ওপবন
উত্তৰ- (খ) উপবন ।
১৯। পাছত যায়=?
(ক) উপবন
(খ) অনুসৰণ
(গ) অনোসৰন
উত্তৰ- (খ) অনুসৰণ ।
২০। দিনে দিনে=?
(ক) প্ৰতিদিনে
(খ) প্ৰটিদিনে
(গ) প্ৰতীদিনে
উত্তৰ- (ক) প্ৰতিদিনে ।
Type by- Bikul Mandal