চোতাল | AJB Class 6 Assamese Chapter 5 Short Question and Answer Assamese Medium

১। অসমীয়া গাঁৱলীয়া সমাজত চোতাল নথকা ঘৰ আছেনে?

ক) নাই বুলিবই পাৰি

খ) বহুত আছে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) নাই বুলিবই পাৰি।

২। ঘৰৰ আগফালে থকা চোতালক কি বোলে?

ক) পিছচোতাল

খ) আগচোতাল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) আগচোতাল।

৩। ঘৰৰ পিছফালে থকা চোতালক কি বোলে?

ক) পিছচোতাল

খ) আগচোতাল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ পিছচোতাল।

৪। কাক কেন্দ্ৰ কৰিয়েই ঘৰখনত এটা শৃংখলাবদ্ধ পৰিৱেশ গঢ়ি উঠে?

ক) পথাৰখনক

খ) গোহালিটোক

গ) চোতালখনক

উত্তৰঃ গ) চোতালখনক।

৫। চোতাল শব্দটো কৰ পৰা আহিছে?

ক) বঙালী ভাষাৰ পৰা

খ) সংস্কৃত চত্ব শব্দৰ পৰা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সংস্কৃত চত্ব শব্দৰ পৰা।

৬। শৃংখলাবদ্ধ শব্দৰ অৰ্থ কি?

ক) পৰিপাটি লগা

খ) মংগলজনক

গ) বাম ঠাই

উত্তৰঃ ক) পৰিপাটি লগা।

৭। থলী শব্দৰ অৰ্থ কি?

ক) দ ঠাই

খ) বাম ঠাই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বাম ঠাই।

৮। মাংগলিক শব্দৰ অৰ্থ কি?

ক) শ্ৰেণীবদ্ধ হোৱা

খ) অতীজৰে পৰা চলি অহা নীতি-নিয়ম

গ) মংগলজনক

উত্তৰঃ গ) মংগলজনক।

৯। পৰম্পৰা শব্দৰ অৰ্থ কি?

ক) অতীজৰে পৰা চলি অহা নীতি-নিয়ম

খ) মংগলজনক

গ) পৰিপাটি লগা

উত্তৰঃ ক) অতীজৰে পৰা চলি অহা নীতি-নিয়ম।

১০। অসমৰ গঞা ৰাইজৰ বাবে চোতালখন একপ্ৰকাৰ কি?

ক) এক বিপদজনক সম্পদ

খ) এবিধ এৰাব নোৱাৰা সম্পদ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) এবিধ এৰাব নোৱাৰা সম্পদ।

১১। চোতাল শব্দৰ আভিধানিক অৰ্থ কি ?

ক) ঘৰৰ ভিতৰৰ বহল ঠাই

খ) দুৱাৰমুখৰ আগৰ বহল সমান ঠাই

গ) বহল ঠাই, খলা-বমা

উত্তৰঃ খ) দুৱাৰমুখৰ আগৰ বহল সমান ঠাই।

১২। কাৰ কাৰণে চোতাল এখন অপৰিহাৰ্য  অংগ ?

ক) ব্য়ৱসায় কৰাৰ মানুহৰ বাবে

খ) চাকৰি কৰা মানুহৰ বাবে

গ) খেতি কৰা মানুহৰ বাবে

উত্তৰঃ গ) খেতি কৰা মানুহৰ বাবে।

১৩। খেতি কৰা মানুহৰ বাবে চোতাল কিয় প্ৰয়োজন ?

ক) চোতালতে খেতি কৰিব বাবে

খ) বীজবোৰ ৰ’দত শুকুৱাব বাবে

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) বীজবোৰ ৰ’দত শুকুৱাব বাবে।

১৪। অসমীয়া নাৰীয়ে চোতালত কি কৰে ?

ক) কাপোৰ মেলে

খ) ভাত ৰান্ধে

গ) তাঁত বয়ে

উত্তৰঃ গ) তাঁত বয়ে।

১৫। কোনে ঘৰৰ চোতালখন সাৰি-পুছি পৰিষ্কাৰ কৰি ৰাখে ?

ক) জীয়ৰী-বোৱাৰীয়ে

খ) ঘৰৰ মুৰব্বীয়ে

গ) কোনেও পৰিষ্কাৰ নকৰে

উত্তৰঃ ক) জীয়ৰী-বোৱাৰীয়ে।

১৬। অসমীয়া সমাজত মৃত্য়ুৰ পিছত মৃতকৰ দেহতো কি কৰা হয় ?

ক) পুৰি পেলোৱা হয়

খ) পুতি থোৱা হয়

গ) চোতালত বগা কাপোৰেৰে ঢাকি থয়

উত্তৰঃ গ) চোতালত বগা কাপোৰেৰে ঢাকি থয়।

১৭। আগৰ দিনত চোতালহ বহি ককা-আইতাহঁতে সন্ধিপৰত নাতি-নাতিনীহঁতক কি কৰে ?

ক) পঢ়ায়

খ) সাধু শুনায়

গ) ভাত খোৱায়

উত্তৰঃ খ) সাধু শুনায়।

১৮। বহাগ বিহুত কি কৰে ?

ক) হুচৰি গায়

খ) মেজি পোৱাই

গ) তুলসীৰ তলত চাকি জ্বলাই

উত্তৰঃ ক) হুচৰি গায়।

১৯। ‘অনুষ্ঠান’ শব্দটো ভাঙিলে হ’ব ?

ক) স+ঠ

খ) ষ+ঠ

গ) শ+ঠ

উত্তৰঃ খ) ষ+ঠ।

২০। কিহে ঘৰ এখনৰ পৰিচয় বহু পৰিমাণে বহন কৰে ?

ক) ঘৰৰ পৰিৱেশে

খ) ঘৰৰ গৃহস্থয়ে

গ) চোতালএখনে

উত্তৰঃ গ) চোতালএখনে।