১। শ্য়েইক্ছপীয়েৰ সৰ্বকালৰ এজন প্ৰতিভাশালী শ্ৰেষ্ঠ নাট্য়কাৰ হিচাপে কি হ’ল?
(ক) পৰিগণিত হ’ল
(খ) প্ৰশ্ন হ’ল
(গ) প্ৰচলন হ’ল
উত্তৰ- (ক) পৰিগণিত হ’ল ।
২। নাট্য়জীৱন আৰম্ভ কৰা শ্য়েইকছপীয়েৰৰ শেহৰখন নাটক কি আছিল?
(ক) অথেল’ আছিল
(খ) দ্য় টেম্পপেষ্ট আছিল
(গ) মেকবেথ আছিল
উত্তৰ- (খ) দ্য় টেম্পপেষ্ট আছিল ।
৩। জুলিয়াছ চীজাৰ নামৰ নাটকখন কিমান চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ হৈছিল?
(ক) ১৫৯৮ চনত
(খ) ১৫৯৯ চনত
(গ) ১৬০০ চনত
উত্তৰ- (খ) ১৫৯৯ চনত ।
৪। শ্য়েইকছপীয়েৰৰ এই যাত্ৰা আৰম্ভণিতে বৰ কিহৰ নাছিল?
(ক) সুখৰ নাছিল
(খ) দুখৰ নাছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সুখৰ নাছিল ।
৫। সাগৰ দৰে সুবিশাল আৰু কিহৰ দৰে সু-উচ্চ প্ৰতিভাৰ ওচৰত নশিৰ হৈছে?
(ক) হিমালয়ৰ দৰে
(খ) নদীৰ দৰে
(গ) পৰ্বতৰ দৰে
উত্তৰ- (ক) হিমালয়ৰ দৰে ।
৬। শ্য়েইকছপীয়েৰৰ কিমান চনত জন্ম হৈছিল?
(ক) ১৫৬৩ চনত
(খ) ১৫৬৪ চনত
(গ) ১৫৬৫ চনত
উত্তৰ- (খ) ১৫৬৪ চনত ।
৭। পুৰোধা অৰ্থ কি?
(ক) জনশ্ৰুতি
(খ) ঘাই হোতা
(গ) মিলনান্তক নাটক
উত্তৰ- (খ) ঘাই হোতা ।
৮। লণ্ডনৰ বিখ্য়াত কোনখন থিয়েটাৰ শ্য়েইকছপীয়েৰৰ অৱদান?
(ক) গ্লব থিয়েটাৰ
(খ) গীতাশ্ৰী থিয়েটাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গ্লব থিয়েটাৰ ।
৯। হাতৰ সোণৰ কাঠীৰ পৰশত সেই সৃষ্টি সম্ভৱ হৈছিল সেই বিশ্ববাসীৰ বাবে উত্তৰবিহীন কি হৈ ৰ’ল?
(ক) প্ৰশ্ন হৈ ৰ’ল
(খ) চেষ্টা হৈ ৰ’ল
(গ) প্ৰতিষ্ঠা হৈ ৰ’ল
উত্তৰ- (ক) প্ৰশ্ন হৈ ৰ’ল ।
১০। স্কুলত তেওঁ কি ভাষা অধ্য়য়ন কৰে?
(ক) লেটিন ভাষা
(খ) ইংৰাজী ভাষা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) লেটিন ভাষা ।
১১। অপ্ৰতিৰোধ্য়ৰ অৰ্থ কি?
(ক) যাক ৰোধ কৰিব নোৱাৰি
(খ) ঘাই হোতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) যাক ৰোধ কৰিব নোৱাৰি ।
১২। গুণ, দোষ, অৱস্থা আদি বুজোৱা পদক কি বোলে?
(ক) বিশেষণ পদ
(খ) বিশেষ্য় পদ
(গ) ক্ৰিয়া পদ
উত্তৰ- (ক) বিশেষণ পদ ।
১৩। ট্ৰেজেডীৰ অৰ্থ কি?
(ক) মিলনাত্মক নাটক
(খ) বিয়োগাত্মক নাটক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বিয়োগাত্মক নাটক
১৪। শ্য়েইকছপীয়েৰ এজন কি আছিল?
(ক) চহকী ব্য়ৱসায়ী
(খ) গল্পকাৰ
(গ) নাট্য়কাৰ
উত্তৰ- (ক) চহকী ব্য়ৱসায়ী ।
১৫। মাক মেৰী কোন আছিল?
(ক) নাট্য়কাৰ
(খ) ধনী কৃষকৰ জীয়াৰী
(গ) চহকী ব্য়ৱসায়ী
উত্তৰ- (খ) ধনী কৃষকৰ জীয়াৰী ।
১৬। উইলিয়াম ষ্ট্ৰেটফ’ৰ্ডে স্কুলত কি ভাষা অধ্য়ন কৰিছিল?
(ক) অসমীয়া ভাষা
(খ) লেটিন ভাষা আৰু সাহিত্য়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লেটিন ভাষা আৰু সাহিত্য় ।
১৭। ছাত্ৰ হিচাপে উইলিয়াম কি আছিল?
(ক) ভাল ছাত্ৰ
(খ) অধ্য়য়নপিপাসু মনৰ
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ল।
১৮। খেতি কৰি জীৱিকা নিৰ্বাহ কৰা লোকক কি বোলে?
(ক) কৃষক
(খ) খেতিয়ক
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।
১৯। অভিনয় কৰা লোকক কি বোলে?
(ক) নায়ক
(খ) অভিনেতা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) অভিনেতা ।
২০। কবিতা ৰচনা কৰা লোকক কি বোলে?
(ক) কবি
(খ) সাহিত্য়িক
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।