আইদেউ সন্দিকৈ
Chapter 3
১। কিমান চনত চ’ত মাহৰ এটি ক্ষণত ছোৱালীজনীৰ জন্ম হৈছিল?
(ক) ১৯১৪ চনত
(খ) ১৯১৫ চনত
(গ) ১৯১৬ চনত
উত্তৰ- ১৯১৫ চনত ।
২। ডিম্ব গোহাঁয়ে ছোৱালীজনীক কি দেখুৱাম বুলি মনে মনে লৈ আনিলে?
(ক) নাও দেখুৱাম বুলি
(খ) জাহাজ দেখুৱাম বুলি
(গ) মটৰ গাড়ী দেখুৱাম বুলি
উত্তৰ- জাহাজ দেখুৱাম বুলি ।
৩। ছোৱালীজনীয়ে এনেকৈয়ে পিছৰ জীৱনটে কি হৈ কটাব লগীয়া হ’ল?
(ক) বিধবা হৈ
(খ) আবিয়ৈ হৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- আবিয়ৈ হৈ ।
৪। সমাজৰ ভয়ত দেউতাকে প্ৰথমে কি কৰিছিল?
(ক) যুদ্ধ কৰিছিল
(খ) থেৰো-গেঁৰো কৰিছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- থেৰো-গেঁৰো কৰিছিল ।
৫। ডিম্ব গোহাঁয়ে ছোৱালীজনীক জাহাজ দেখুৱাব আনোতে লগত কোন আহিছিল?
(ক) জ্য়োতিপ্ৰসাদ আগৰৱালা আহিছিল
(খ) কেশৱ আহিছিল
(গ) মালক্ষী সন্দিকৈ আহিছিল
উত্তৰ- কেশৱ আহিছিল ।
৬। ডিম্ব গোহাঁই আৰু ছোৱালীজনী একেকোবে কি পাৰৰ গমিৰিঘাট পালেহি?
(ক) উত্তৰ পাৰৰ
(খ) দক্ষিণ পাৰৰ
(গ) পশ্চিম পাৰৰ
উত্তৰ- উত্তৰ পাৰৰ ।
৭। জাহাজবোৰ যাতায়াতৰ বাবে কি আহিলা আছিল?
(ক) বহুত বেয়া আহিলা আছিল
(খ) উপযুক্ত আহিলা আছিল
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- উপযুক্ত আহিলা আছিল ।
৮। ঘৰৰ সন্মুখতে এটা কি ঘৰ সাজি ছোৱালীজনীক থাকিবলৈ দিয়া হ’ল?
(ক) জুপুৰী ঘৰ
(খ) খেৰৰ ঘৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- জুপুৰী ঘৰ
৯। জয়মতীৰ যোগেদি অসমৰ সাংস্কৃতিক জগতত এটা নতুন যুগৰ কি হ’ল?
(ক) সূচনা হ’ল
(খ) বিষয় হ’ল
(গ) অনুষ্টান হ’ল
উত্তৰ- সূচনা হ’ল ।
১০। টকীত অভিনয় কৰা বাবে জাত যোৱা ৰাইজে এঘৰীয়া কৰা এই ছোৱালীজনীৰ নাম কি?
(ক) আইদেউ সন্দিকৈ
(খ) মৰমী
(গ) মালতী
উত্তৰ- আইদেউ সন্দিকৈ ।
১১। এটা শব্দত প্ৰকাশ কৰা: একে মাকৰ সন্তান-
(ক) সহোদৰ
(খ) সহপাঠী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- সহোদৰ ।
১২। ছোৱালীজনীক কত থাকিবলৈ দিয়া হৈছিল?
(ক) ঘৰৰ বাহিৰত
(খ) জুপৰী ঘৰত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- জুপৰী ঘৰত ।
১৩। ছোৱালীজনীৰ নাম কি?
(ক) জয়মতী
(খ) আইদেউ সন্দিকৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- আইদেউ সন্দিকৈ ।.
১৪। ছোৱালীজনীৰ পিছতে আৰু কেইটা ভায়েক জন্ম হৈছিল?
(ক) দুটা
(খ) তিনিটা
(গ) এটা
উত্তৰ- তিনিটা ।
১৫। ডিম্ব গোঁহাই ছোৱালীজনীৰ সম্বন্ধীয় কি আছিল?
(ক) ককায়েক
(খ) বন্ধু
(গ) ভায়েক
উত্তৰ- ককায়েক ।
১৬। পিছদিনা পুৱাতেই কোন আহি ছোৱালীজনীৰ সৈতে কথা পাতিছিল?
(ক) ডিম্ব গোঁহাই
(খ) জ্য়োতিপ্ৰসাদ আগৰৱালা
(গ) ৰাইজ
উত্তৰ- জ্য়োতিপ্ৰসাদ আগৰৱালা ।
১৭। ডিম্ব আৰু ছোৱালীজনী একেকোবে আহি কৰ পালেহি?
(ক) উত্তৰ পাৰৰ গমিৰিঘাট
(খ) যোৰহাট
(গ) নগাঁও
উত্তৰ- উত্তৰ পাৰৰ গমিৰিঘাট
১৮। জ্য়োতিপ্ৰসাদ আগৰৱালাৰ লগত আৰু কোন আহিছিল?
(ক) মাক আৰু দেউতাক
(খ) ভনীয়েক আৰু খুৰীয়েক
(গ) ককায়েক আৰু ভনীয়েক
উত্তৰ- ভনীয়েক আৰু খুৰীয়েক ।
১৯। সমাজৰ ভয়ত দেউতাকে প্ৰথমতে কি কৰিছিল?
(ক) খং কৰিছিল
(খ) কান্দিছিল
(গ) থেৰো-গেঁৰো কৰিছিল
উত্তৰ- থেৰো-গেঁৰো কৰিছিল ।
২০। ছোৱালীজনীয়ে পিছৰ জীৱনটো কি কৰি কটাব লগীয়া হ’ল?.
(ক) খং কৰি
(খ) আবিয়ৈ হৈ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- আবিয়ৈ হৈ ।
Type by- Bikul Mandal