অধিকাৰ
Rights
Chapter 5
ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type Question)
১) অধিকাৰ কি ? অধিকাৰৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
২) অধিকাৰ আৰু দায়বদ্ধতৰ মাজৰ সম্পৰ্কে
উত্তৰঃ
৩) অধিকাৰ কাক বোলে ? এইবোৰৰ কিয় প্ৰয়োজন ?
উত্তৰঃ
৪) অধিকাৰৰ অৰ্থ ব্যাখ্যা কৰা । ইয়াৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ
৫) অধিকাৰৰ ভিত্তি কি ? কিহৰ ভিত্তিত কিছুমান অধিকাৰক সাৰ্বজনীন প্ৰকৃতিৰ বুলি বিবেচনা কৰা হয় ?
উত্তৰঃ
৬) অধিকাৰৰ সংজ্ঞা দিয়া ।বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহ উল্লেখ কৰা ।
উত্তৰঃ
৭) বিভিন্ন প্ৰকাৰৰ অধিকাৰসমূহৰ উল্লেখ কৰা । তাৰে যিকোনো এটা চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
৮) সাম্প্ৰতিক কালত আমাৰ দেশত দাবী কৰা নুতন কিছুমান অধিকাৰৰ চমু আলোচনা কৰা ।ষ
উত্তৰঃ
৯) উপযুক্ত উদাহৰণৰে ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ চমু আলোচনা কৰা ।
উত্তৰঃ
১০) ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা ।
উত্তৰঃ
১১) বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ।
উত্তৰঃ
১২) অধিকাৰে ৰাষ্ট্ৰীয় কৃৰ্তপক্ষৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে । উদাহৰণ সমূহ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩) অধিকাৰ উপভোগৰ ক্ষেত্ৰত থকা দায়বদ্ধতা আৰোপ কৰে । উদাহৰণসহ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৪) নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়বিলাক আলোচনা কৰা ।
উত্তৰঃ
১৫) আইনগত অধিকাৰ সম্পৰ্কে ব্যাখ্যা কৰা ।
উত্তৰঃ
১৬) ইমানুৱেল কাণ্টৰ অধিকাৰৰ ধাৰণাটো ব্য়াখ্যা কৰা ।
উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন ( Short answer questions) :
১) সীমাবদ্ধতাৰ দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা ।
উত্তৰঃ
২) অধিকাৰ কি ?
উত্তৰঃ
৩) প্ৰাকৃতিক অধিকাৰ ।
উত্তৰঃ
৪) অৰ্থনৈতিক অধিকাৰ ।
উত্তৰঃ
৫) অধিকাৰৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা ।
উত্তৰঃ
৬) অধিকাৰৰ বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ
৭) বৈধ অধিকাৰ আৰু ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক আলোচনা কৰা ।
উত্তৰঃ
৮) সাংস্কৃতিক অধিকাৰ ।
উত্তৰঃ
৯) মানুহৰ মৰ্যাদা সম্পৰ্কে কাণ্টৰ ধাৰণা কৰা ।
উত্তৰঃ
১০) অধিকাৰৰ দায়বদ্ধতাই কি বুজায় ?
উত্তৰঃ
১১) সাৰ্বজনীন মানৱ অধিকাৰৰ প্ৰস্তাৱনাটো উল্লেখ কৰা ।
উত্তৰঃ
১২) সাৰ্বজনীন বুলি বিবেচনা কৰা তিনিটা অধিকাৰৰ নাম লিখা ।
উত্তৰঃ
১৩) তিনিটা অৰ্থনৈতিক অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ
১৪) ” অৰ্থনৈতিক অধিকাৰ অবিহনে নাগৰিকৰ আন সকলো মূল্যহীন ।”- ব্যাখ্যা কৰা ।
উত্তৰঃ
১৫) প্ৰাচীন কালত অধিকাৰ সম্বন্ধে ৰাজনীতিবিদসকলে কি কৈছিল ? চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ
১৬) ব্যাক্তিগত অধিকাৰ ৰাষ্ট্ৰৰ ওপৰত কিয় সীমাবদ্ধতা ? দুটা কাৰণ লিখা ।
উত্তৰঃ
১৭) প্ৰাকৃতিক অধিকাৰৰ ধাৰণাটো সমালোচনাসহ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৮) নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ উপায় সম্পৰ্কে এটা টোকা লিখা।
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short question ):
১) ‘অধিকাৰ’ৰ যিকোনো দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
২) নাগৰিকৰ অধিকাৰ ৰক্ষাৰ দুটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
৩) দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা ।
উত্তৰঃ
৪) দুটা অৰ্থনৈতিক অধিকাৰ লিখা ।
উত্তৰঃ
৫) নাগৰিকৰ দুটা দায়বদ্ধতা উল্লেখ কৰা ।
উত্তৰঃ
৬) প্ৰাকৃতিক অধিকাৰে কি বুজায় ?
উত্তৰঃ
৭) নাগৰিক অধিকাৰ দুটাৰ নাম লিখা ।
উত্তৰঃ
৮) মানৱ অধিকাৰে কি বুজায় ?
উত্তৰঃ
৯) দুটা মানৱ অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ
১০) নাগৰিকে উপভোগ কৰা যিকোনো দুটা ৰাজনৈতিক অধিকাৰৰ নাম লিখা ।
উত্তৰঃ
(ক) বস্তনিষ্ঠ প্ৰশ্নাৱলী ( Objective Type question )
১) ৰাষ্ট্ৰসংঘই ” সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা – পত্ৰ “খন কেতিয়া গ্ৰহণ কৰিছিল ?
উত্তৰঃ
২) “অধিকাৰ হল সমাজ জীৱনৰ সেইবিলাক অৱস্থা যিবিলাক নহলে সাধাৰণতে মানুহে ব্যাক্তিত্বৰ পূৰ্ণ বিকাশ সাধন কৰিব নোৱাৰে ।”- এই উক্তিটো কাৰ ?
উত্তৰঃ
৩) ভোটদানৰ অধিকাৰ কোন শ্ৰেণীৰ অধিকাৰত অন্তভুক্ত ?
উত্তৰঃ
৪) ভাৰতীয় সংবিধানৰ কোন অংশত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল ।
উত্তৰঃ
৫) অধিকাৰৰ এটা সূত্ৰ দিয়া ।
উত্তৰঃ
৬) এটা মৌলিক অধিকাৰ উল্লেখ কৰা ।
উত্তৰঃ
৭) কাণ্টে মানুহৰ অধিকাৰ সম্পৰ্কে উল্লেখ কৰা যুক্তি এটা লিখা ।
উত্তৰঃ
৮) নাগৰিকৰ এটা মৌলিক প্ৰয়োজনউল্লেখ কৰা ।
উত্তৰঃ
৯) প্ৰস্তাৱনাত উল্লেখ থকা এটা অধিকাৰৰ নাম লিখা ।
উত্তৰঃ
১০) অধিকাৰ ৰক্ষাৰ যিকোনো দুটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
১১) দুই প্ৰকাৰৰ অধিকাৰৰ নাম লিখা ।
উত্তৰঃ
১২) তথ্য জনাৰ অধিকাৰ কি ?
উত্তৰঃ
১৩) অধিকাৰৰ গুৰুত্ব কি ?
উত্তৰঃ
১৪) তুমি বিচৰা দুটা নতুন অধিকাৰৰ নাম লিখা ।
উত্তৰঃ
১৫) প্ৰাকৃতিক অধিকাৰৰ এজন সমৰ্থকৰ নাম লিখা ।
উত্তৰঃ
১৬) নাগৰিকৰ এটা কৰ্তব্য উল্লেখ কৰা ।
উত্তৰঃ
১৭) অধিকাৰ আৰু দাবীৰ মাজত পাৰ্থক্য ।
উত্তৰঃ
১৮) মানুহৰ আৱশ্যকীয় অধিকাৰ কি ?
উত্তৰঃ
১৯) কৰ্মৰ অধিকাৰৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
২০) মানৱ অধিকাৰৰ এটা উদাহৰণ দিয়া ।
উত্তৰঃ
২১) খালী ঠাই পূৰ কৰাঃ
(ক) ভোটাধিকাৰ হল এটা____________ অধিকাৰ ।
(খ) অধিকাৰ আৰু _________ হল এটা মুদ্ৰাৰ দুটা ফাল ।
(খ) শুদ্ধ নে অশুদ্ধ লিখা ( Write correct Incorrect):
১) অধিকাৰে কৰ্তব্যক সূচায় ।
উত্তৰঃ
২) জীৱিকাৰ অধিকাৰক প্ৰয়োজনীয় বুলি দাবী কৰিব পাৰিনে ?
উত্তৰঃ
৩) অধিকাৰ মানুহৰ কল্যাণৰ কাৰণে প্ৰয়োজন ।
উত্তৰঃ
৪) অধিকাৰ আৰু নৈতিকতা পৰস্পৰ বিৰোধী ।
উত্তৰঃ
৫) ধূমপান বা ড্ৰগচ সেৱন এটা মৌলিক অধিকাৰ ।
উত্তৰঃ
(গ) শুদ্ধ উত্তৰ বাছি উলিওৱা ( Choose the correct answer):
১) প্ৰাকৃতিক অধিকাৰবোৰে আমাক দিয়ে –
(ক) সংবিধান (খ) সংবাদ
(গ) প্ৰকৃতিয়ে (ঘ) ৰজাই
উত্তৰঃ
২) জীৱনৰ অধিকাৰ হল –
(ক) নৈতিক অধিকাৰ (খ) পৌৰ অধিকাৰ
(গ)ৰাজনৈতিক অধিকাৰ (ঘ) অৰ্থনৈতিক অধিকাৰ
উত্তৰঃ