১। ল’ৰাটোৱে সপোনত কিহৰ দুটা পোৱালি দেখিলে?
(ক) ভূতৰ পোৱালি
(খ) মানুহৰ পোৱালি
(গ) হাতীৰ পোৱালী
উত্তৰ- (ক) ভূতৰ পোৱালি ।
২। এটা ক’লা আৰু এটা কি ৰঙৰ নাঙঠ-পিঙঠ ভূতৰ পোৱালি আছিল?
(ক) বগা
(খ) ৰঙা
(গ) নীলা
উত্তৰ- (ক) বগা ।
৩। দেখিবলৈ এনে ভাল ভূত-পোৱালিৰ কি আছিল?
(ক) নাচ আছিল
(খ) চুলী আছিল
(গ) নখ আছিল
উত্তৰ- (ক) নাচ আছিল ।
৪। ভূতে কি ধৰি খায়?
(ক) মানুহ ধৰি খায়
(খ) পুক-পতং ধৰি খায়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) মানুহ ধৰি খায় ।
৫। কবিতাটোৰ কবি কোন আছিল?
(ক) লক্ষ্মীনাথ বেজবৰুৱা
(খ) চন্দ্ৰকুমাৰ আগৰৱালা
(গ) জ্য়োতিপ্ৰসাদ আগৰৱালা
উত্তৰ- (গ) জ্য়োতিপ্ৰসাদ আগৰৱালা ।.
৬। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত জন্ম হৈছিল?
(ক) ১৯০১ চনত
(খ) ১৯০২ চনত
(গ) ১৯০৩ চনত
উত্তৰ- (গ) ১৯০৩ চনত ।
৭। যখিনীহঁতক ক’ত ধৰি নচুৱাই?
(ক) কাপোৰত ধৰি
(খ) চুলিত ধৰি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) চুলিত ধৰি ।
৮। কিমান চনত তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী নিৰ্মাণ কৰে?
(ক) ১৯৩৪ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯৩৬ চনত
উত্তৰ- (খ) ১৯৩৫ চনত ।
৯। কি থকা আলমাৰিটোত ভূতৰ পোৱালীটো আনি থলে সুমায়?
(ক) শাক-পাচলী থকা
(খ) পুতলা থকা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) পুতলা থকা ।
১০। জ্য়োতিপ্ৰসাদ আগৰৱালা কিমান চনত মৃত্য়ু হয়?
(ক) ১৯৫০ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৫১ চনত
উত্তৰ- (গ) ১৯৫১ চনত ।
১১। জ্য়োতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা নাটবোৰ কি কি?
(ক) কাৰেঙৰ লিগিৰী, ইন্দ্ৰমালতী, লভিতা
(খ) লভিতা, কাৰেঙৰ লিগিৰী, জয়মতী
(গ) কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা
উত্তৰ- (গ) কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা ।
১২। জ্য়োতিপ্ৰসাদ আগৰৱালাই চৈধ্য় বছৰ বয়সতে ৰচনা কৰা নাটক খনৰ নাম কি?
(ক) ৰূপালীম
(খ) লভিতা
(গ) শোণিত কুঁৱৰী
উত্তৰ- (গ) শোণিত কুঁৱৰী ।
১৩। তেওঁ ৰচনা কৰা সংগীতবোৰক কি বোলে?
(ক) জয়মতী
(খ) জ্য়োতিসংগীত
(গ) কাৰেঙৰ লিগিৰী
উত্তৰ- (খ) জ্য়োতিসংগীত ।
১৪। জ্য়োতি ৰামায়ন তেওঁৰ বাবে এখন কি?
(ক) উল্লেখযোগ্য় কবিতা
(খ) উল্লেখযোগ্য় গ্ৰন্থ
(গ) ওপৰৰ এটাও নহয়.
উত্তৰ- (খ) উল্লেখযোগ্য় গ্ৰন্থ ।
১৫। ভূতে মানুহক কলৈ ধৰি নি খায়?
(ক) ঘৰলৈ
(খ) পুখুৰীলৈ
(গ) ওপৰৰ এটাও নহয়.
উত্তৰ- (খ) পুখুৰীলৈ ।
১৬। এটা ক’লা এটা বগা কি ভূতে কথা পাতে?
(ক) নাঙঠ ভূতে
(খ) পিঙঠ ভূতে
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (গ) ওপৰৰ দুয়োটাই শুদ্ধ ।
১৭। ভূতে লৰি লৰি কি কৰি যায়?
(ক) এংকোৰ বেংকোৰ
(খ) যখিনী হৈ যায়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) এংকোৰ বেংকোৰ ।
১৮। কুম্পুৱে সপোনত কি দেখিছিল?
(ক) ভূত
(খ) মাকক
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ভূত ।
১৯। যখৰ বিপৰীত অৰ্থ কি?
(ক) যখিনী
(খ) শিয়ালী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) যখিনী
২০। বোন্দাৰ বিপৰীত অৰ্থ কি?
(ক) জায়
(খ) যখিনী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) জায় ।