ভগ্নাংশ আৰু দশমিক
পাঠ ২
অনুশীলনী 2(A)
1. তলৰ প্ৰতিক্ষেত্ৰতেই প্ৰথমটোৰ লগত দ্বিতীয়টোৰ যোগফল, অন্তৰ, পূৰণফল আৰু ভাগফল নিৰ্ণয় কৰা 一
2. ডাঙৰ-সৰু তুলনা কৰি অসমতাৰ চিন প্ৰয়োগ কৰি দেখুওৱা 一
3. তলৰ সংখ্য়াকেইটাৰ প্ৰতিক্ৰম উলিয়াই সেইকেইটাক উৰ্ধ্বক্ৰমত সজোৱা 一
4. কোনটো ডাঙৰ উলিওৱা 一
6. সমাধান কৰাঃ