পৰিমেয় সংখ্য়া
অধ্য়ায়-1
অনুশীলনী-1 (B)
1.
a) এনে 5টা পৰিমেয় সংখ্য়া লিখা যিকেইটা -1 আৰু 0ৰ মাজত থাকে।
Ans:-
b) ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্য়াকেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীতকেইটা লিখা।
Ans:-
c) সংখ্য়াৰেখাত এই আটাইবিলাক পৰিমেয় সংখ্য়া স্থাপন কৰি দেখুৱাব পাৰিবানে? ইয়াৰে কেইটামান সংখ্য়াৰেখাত স্থাপন কৰা।
Ans:-
2. 9.5 আৰু 10ৰ মাজৰ তিনিটা পৰিমেয় সংখ্য়া নিৰ্ণয় কৰা। (এইকেইটাক আৰ্হিক ৰাখিবা)।
Ans:-
3. তলত দিয়া সংখ্য়াকেইটা সংখ্য়াৰেখাত স্থাপন কৰি দেখুওৱা।
Ans:-
4. ৰ মাজত থকা 20টা পৰিমেয় সংখ্য়া লিখা।
Ans:-
5. হৰক 10 ৰ ঘাতলৈ নি তলৰ পৰিমেয় সংখ্য়াবিলাকক দশমিকত প্ৰকাশ কৰা
Ans:-
6. তলৰ কোনবোৰ সংখ্য়া পৰিমেয় নহয়
Ans:-
7. আকাৰত লিখা
Ans:-
8. তলৰ দশমিকবিলাকক আৰ্হিলৈ নিয়া
Ans:-
9. সত্য় নে অসত্য় লিখা
i) আৰ্হিত থকা পৰিমেয় সংখ্য়া এটাৰ হৰটোৰ যদি 2 বা 5 ৰ বাহিৰে অন্য় কোনো সংখ্য়া মৌলিক উৎপাদক হিচাপে নেথাকে তেন্তে এই পৰিমেয় সংখ্য়াটোক দশমিক প্ৰকাশ কৰোতে ই এটা সসীম দশমিক হ’ব।
Ans:-
ii) সংখ্য়া ৰেখাৰ প্ৰতিটো বিন্দুৰ বাবে একোটা পৰিমেয় সংখ্য়া আছে।
Ans:-
iii) প্ৰতিটো পৰিমেয় সংখ্য়াকেই সংখ্য়াৰেখাত একোটা পৰিমেয় সংখ্য়াকেই সংখ্য়াৰেখাত একোটা বিন্দুৰে নিৰ্দেশ কৰিব পাৰি।
Ans:-
iv) সংখ্য়া ৰেখাত এনেকুৱা অসংখ্য় বিন্দু আছে যিবিলাকক কোনো পৰিমেয় সংখ্য়াৰ দ্বাৰা সূচিত কৰিব নোৱাৰি।
Ans:-
v) প্ৰতিটো ভগ্নাংশই পৰিমেয়।
Ans:-
vi) দুটা পৰিমেয় সংখ্য়াৰ পূৰণফল সদায় এটা অখণ্ড সংখ্য়া।
Ans:-
vii) ঋণাত্মক পৰিমেয় সংখ্য়া এটাৰ অনোন্য়ক সদায় এটা ধনাত্মক পৰিমেয়।
Ans:-
viii) যদি আৰু ইহঁত দুয়োটাই পৰিমেয় (অৰ্থাৎ আৰু পৰিমেয়) তেন্তে ইহঁতৰ এটাক আনাটোৰ গুণাত্মক বিপৰীত বুলি কোৱা হয়।
Ans:-
ix) পৰিমেয় সংখ্য়াৰ থুপটোৰ বাবে ‘0’ ক যোগাত্মক অভেদ বা একক (Additive identity) বুলি কোৱা হয়।
Ans:-
x) পৰিমেয় সংখ্য়াৰ থুপটোৰ বাবে ‘1’ ক গুণাত্মক অভেদ বা একক (Multiplicative identity) বুলি কোৱা হয়।
Ans:-
Type- Bikash Bora