পাঁচটা আখৰে এটা হয় উপাধি,সোণাৱালী আখৰে জন্তৰ পোৱালীৰ মাত,প্ৰথমে দ্বিতীয় বহে আৰোগ্য লাভত,অকলে তৃতীয় বহে তাঁতৰ শালত । চতুৰ্থ পঞ্চমে মিলে ঘৰৰ চালত ?

উত্তৰঃ বেজবৰুৱা