চাৰিজন লেতেৰ পেতেৰ,চাৰিজন একা-বেঁকা,এই সাঁথৰটো ভাঙি দিয়াচোন ?

উত্তৰঃবাৰমাহ