চাৰিওফালে চাৰি খুঁটা,মাজত মেদেলা পেটা ।দুই বিচনীয়ে বিচি থাকে,কেৰেলা সাপে নাচি থাকে?

উত্তৰঃ হাতী