চাৰি ভৰিৰে ব’হো মই আঁঠ ভৰিৰে চলো,বাঘ নহয়,কুম্ভীৰ নহয়,বহুত মানুহ গিলো।

উত্তৰঃ পাল্কী