কোন বৰৰ(দৰাৰ) লগত বৰযাত্ৰী নাথাকে ?

উত্তৰঃ মুনিবৰ,যদুবৰ,মান্যবৰ,গোবৰ,কবৰ,খবৰ ,চেপ্তেম্বৰ,অক্টোবৰ,নৱেম্বৰ,ডিচেম্বৰ ।