কৈশোৰপ্ৰাপ্তি
অধ্যায় ১০
১। দেহৰ পৰিৱর্তনৰ সময়ত অন্তঃস্রাৱী গ্রন্থিবােৰৰ নিঃসৰণক কি বােলে?
উত্তৰঃ দেহৰ পৰিৱৰ্তনৰ সময়ত অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ নিঃসৰণক হৰম’ন বোলে।
২। কৈশােৰপ্ৰাপ্তিৰ সংজ্ঞা লিখা।
উত্তৰঃ ডাঙৰ-দীঘল হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। জীৱনৰ যিটো সময়ত দেহটোৰ পৰিৱৰ্তন হৈ প্ৰজননক্ষম অৱস্থা আহৰণ কৰে তাক কৈশোৰপ্ৰাপ্তি বোলা হয়।
৩। ঋতুস্ৰাৱ কি? বহলাই লিখা।
উত্তৰঃ মাইকী মানুহৰ প্ৰজননক্ষম দশা যৌৱনাৰম্ভ আৰম্ভ হয় ১০-১২ বছৰ বয়সত আৰু সাধাৰণতে ৪৫-৫০ বছৰ বয়সলৈকে থাকে। যৌৱনাৰম্ভত ডিম্বাণু পৰিপক্ক হয়। প্ৰায় ২৮-৩০ দিনৰ ভিতৰত এটা ডিম্বাশয়ৰপৰা ওলাই আহে। এই সময়ত যদি ডিম্বাণুটো নিষেচিত হয়, তেতিয়া জৰায়ুৰ বেৰখন ডাঠ হয় যাতে ডিম্বটো জৰায়ুৰ অভ্যন্তৰত ৰাখিব পাৰে আৰু বিকাশ আৰম্ভ হ’ব পাৰে। ইয়াৰ ফলত গৰ্ভধাৰণ হয়, যদি ডিম্বাণুটো নিষেচিত নহয়, তেতিয়া ডিম্বাণুটো ৰক্তনলীসমূহ আৰু জৰায়ুত গঠন হোৱা ডাঠ ত্বকখনৰ সৈতে বাহিৰলৈ ওলাই আহে। ইয়াৰ বাবে মাইকী মানুহৰ ৰক্তক্ষৰণ হয় আৰু যাক ঋতুস্ৰাৱ বোলে।
৪। যৌৱনাৰম্ভত হােৱা দেহৰ পৰিৱর্তনসমূহৰ তালিকা প্রস্তুত কৰা।
উত্তৰঃ
৫। অন্তঃস্রাৱী গ্রন্থি আৰু সিহঁতে নিঃসৰণ কৰা হৰম’নৰ দুটা স্তম্ভ থকা এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ
৬। লৈংগিক হৰম’ন কি? সেইবােৰক কিয় এনেদৰে নামকৰণ কৰা হয়? সিহঁতৰ কার্য লিখা।
উত্তৰঃ
৭। শুদ্ধ উত্তৰ বাছি উলিওৱা।
(ক) কিশােৰ – কিশােৰীসকল খাদ্যৰ প্রতি সাৱধান হ’ব লাগে, কাৰণ—
(i) সঠিক আহাৰে মগজু বিকাশ ঘটায়।
(ii) দেহৰ দ্রুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্রয়ােজন।
(iii) কিশােৰ – কিশােৰীৰ সােনকালে ভােক লাগে।
(iv) কিশােৰ – কিশােৰীৰ স্বাদবাদুবােৰ বিকশিত।
উত্তৰঃ (ii) দেহৰ দ্ৰুত গতিত বৃদ্ধিৰ বাবে সঠিক আহাৰৰ প্ৰয়োজন।
(খ) স্ত্রী প্রজনন কাল আৰম্ভ হয় যেতিয়া তেওঁলােকৰ-
(i) ঋতুচক্ৰ আৰম্ভ হয়।
(ii) স্তনৰ বিকাশ হয়।
(iii) দেহৰ ওজন বাঢ়ে।
(iv) উচ্চতা বাঢ়ে।
উত্তৰঃ (i) ঋতুচক্ৰ।
(গ) কিশােৰ – কিশােৰীৰ সঠিক আহাৰ হৈছে—
(i) চিছ , চাওমিন , কোকোকোলা।
(ii) ৰুটী, দাইল, শাক – পাচলি ।
(iii) ভাত , চাওমিন , বার্গাৰ।
(iv) কালেট , চিছ আৰু নেমুৰ চৰবত
উত্তৰঃ (ii) ৰুটি, ডাইল, শাক-পাচলি।
(৮) টোকা লিখা-
(ক) ঘটিকা (খ) গৌণ লৈংগিক বৈশিষ্ট্যসমূহ (গ) লিংগ নির্ধাৰণ।
(৯) খালী ঠাই পূর্ণ কৰা –
(i) মগজুৰ লগত সংলগ্ন অন্তঃস্রাৱী গ্রন্থি ।
উত্তৰঃ
(ii) অগ্ন্যাশয়ে নিঃসৰণ কৰা হৰম’নক বােলে ।
উত্তৰঃ
(iii) ১১ বছৰৰপৰা ১৯ বছৰৰ ল’ৰা – ছােৱালীক বোলে।
উত্তৰঃ কিশোৰ-কিশোৰী।
(iv) পলুৰপৰা প্রাপ্তবয়স্কলৈ হােৱা পৰিৱৰ্তনক বােলে ।
উত্তৰঃ
(v) থাইৰক্সিন হৰম’নৰ উৎপাদনৰ বাবে প্রয়ােজন।
উত্তৰঃ
১০। চমু টোকা লিখা –
(i) ৰজোদর্শন ( menarche )
উত্তৰঃ
(ii) ৰজোবন্ধ ( menopause )
উত্তৰঃ
(iii) যৌৱনাৰম্ভ ( puberty )
উত্তৰঃ
সম্প্রসাৰিত শিকন – ক্রিয়াকলাপ আৰু প্রকল্পসমূহঃ
১। তােমালােকৰ বয়ােজ্যেষ্ঠ আত্মীয়ৰপৰা বাল্য বিবাহৰ আইনগত স্থিতিৰ বিষয়ে গম পাবা। ইণ্টাৰনেটৰপৰাও তথ্য গােটাব পাৰা। বাল্য বিবাহৰ ওপৰত দুই মিনিটৰ এটা বক্তব্য লিখা।
২। বাতৰি কাকত, আলােচনী আদিৰপৰা বা চিকিৎসকৰপৰা HIV / AIDS ৰ বিষয়ে তথ্য সংগ্রহ কৰা আৰু ১৫-২০ লাইনৰ এখন ৰচনা লিখা।
৩। এটা পিয়ল অনুসাৰে প্রতি এহেজাৰ পুৰুষৰ বিপৰীতে ৮৮২ গৰাকী মহিলা আছে । বিচাৰি উলিওৱা-
(ক) এই নিম্ন অনুপাত প্ৰতিটো জনগােষ্ঠীৰ উদ্বিগ্নতাৰ কাৰণ । মনত ৰাখিবা যে এটা ল’ৰা বা এজনী ছােৱালী জন্ম হােৱাৰ সম্ভাৱনা সমান।
(খ) ভ্ৰণৰ লিংগ নির্ণয় ( Amniocentesis ) কৰিব পৰা পদ্ধতিটো কি আৰু ই কিমান প্রয়ােজনীয়? ভাৰতবৰ্ষত জন্মপূর্ণ লিংগ নির্ণয় কৰা পদ্ধতিটো কি বাবে বন্ধ কৰিছে ।
৪। তােমালােকৰ সমূহীয়া ধাৰণাৰপৰা প্ৰজননৰ তথ্যবােৰ জনাৰ প্রয়ােজনীয়তাৰ ওপৰত এটা চমু টোকা লিখা।
Type- Nayan Jyoti Bordoloi
Author: Himashree Bora.
Post ID :DABP006166