এটা ঘৰৰ দুখন দুৱাৰ পানী ঝৰ ঝৰ পৰে, বতাহ লওঁতে বতাহ এৰোতে বহুত দিগ্দাৰ কৰে ?

উত্তৰঃ ছৰ্দ্দি বা পানী লগা