অসমৰ ভূগোল
অধ্য়ায়- 4
A. অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1
1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :
(i) পঞ্চৰত্নৰ পৰা গুৱাহাটী, যোৰহাট, ডিব্ৰুগড় হৈ চৈখোৱাঘাটলৈকে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল— [HSLC ’10]
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ii) 2001 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা [HSLC ’11] (a) 2.39 শতাংশ
(b) 2.79 শতাংশ
(c) 2.59 শতাংশ
(d) 3.29 শতাংশ।
(iii) মাটিকালি হিচাবে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল- [HSLC 12]
(a) কোকৰাঝাৰ
(b) ডিমা হাছাও
(c) কাৰ্বি আংলং
(d) কাছাৰ
(iv) অসমৰ ডিমা হাছাও জিলাত থকা পর্বত- পাহাৰসমূহ— [HSLC ’13]
(a) পাটকাই পর্বতশ্রেণীৰ অন্তৰ্গত
(b) বৰাইল পর্বতশ্রেণীৰ অন্তৰ্গত
(c) মেঘালয় মালভূমিৰ অন্তৰ্গত
(d) লুছাই পর্বতশ্রেণীৰ অন্তৰ্গত
(v) গুৱাহাটী আৰু শ্বিলং সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাই (NH) পথটো হ’ল— [HSLC 15, 17]
(a) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(b) ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(c) ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(d) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (vi) বৰ্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল [HSLC ’18]
(ক) ১০ খন
(খ) ৫ খন
(গ) ২০ খন
(ঘ) ৬ খন
2. অসমত কিমানখন প্রশাসনিক জিলা আছে? [HSLC ’14]
B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3
1. অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন আৰু দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম উল্লেখ কৰাঁ।[HSLC 10]
2., অসমৰ শোণিতপুৰ, মৰিগাঁও আৰু শিৱসাগৰ জিলাত অৱস্থিত তিনিখন অভয়াৰণ্যৰ নাম উল্লেখ কৰা ৷ [HSLC ’13]
3. অসম চৰকাৰৰ ২০১৪ চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষবোৰ কি কি? [HSLC’19]
4. অসমৰ জল পৰিবহণ ব্যৱস্থাৰ সুবিধাবোৰ উল্লেখ কৰা ৷ [HSLC’19]
5. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা । [HSLC’19]
6. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া প্ৰধান কাৰণবোৰ উল্লেখ কৰা । [HSLC’19]
7. অসমৰ চাৰিটা খনিজ সম্পদৰ নাম উল্লেখ কৰা । [HSLC 20]
8. অসমৰ দুটা ভৈয়াম জনজাতি আৰু দুটা পাৰ্বত্য জনজাতিৰ নাম উল্লেখ কৰা । [HSLC 20].
9. অসমত অর্থনৈতিক উন্নয়নৰ তিনিটা সমস্যা উল্লেখ কৰা । [HSLC ’20]
10. অসমৰ জনসংখ্যা বিতৰণৰ ওপৰত এটি টোকা লিখা ৷ [HSLC 20]
C. ৰচনাধৰ্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6
1. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য সম্পর্কে চমুকৈ আলোচনা কৰা। [HSLC ’11]
2. অসমৰ খনিজ সম্পদভিত্তিক শিল্প-উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা ৷ [HSLC ’11]
3. অসমৰ মানচিত্ৰৰ নক্সা আঁকি অসমৰ প্ৰধান ভৌগোলিক | অঞ্চলকেইটা দেখুওৱা আৰু যি কোনো এটা অঞ্চলৰ চমু বর্ণনা দিয়া। [HSLC ’11]
4. অসমৰ এখন নয়া মানচিত্র আঁকি পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ, অবস্থান দেখুওৱা আৰু যি কোনো এখন ৰাষ্ট্ৰীয় উদ্যানৰ চক্ষু বিৱৰণ দিয়া। [HSLC ’12]
5. অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পর্কে আলোচনা কৰা। [HSLC 13]
6. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়াবোৰ মানচিত্ৰত বহুওৱা। [HSLC 13]
7. অসমৰ কুটিৰ উদ্যোগৰ এটি খতিয়ান দাঙি ধৰা ।[HSLC ’13]
(i) ব্রহ্মপুত্র নদী
(ii) ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
(iii) হাফলং নগৰ
8. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তাত তলত দিয়াবোৰ বহুওৱা : [HSLC [10]
(ক) জাটিংগা,
(খ) মাজুলী,
(গ) মানস ৰাষ্ট্ৰীয় উদ্যান।
9. অসমৰ এখন নক্সা আঁকা আৰু তলত দিয়াবোৰ যথাস্থানত বহুওৱা। [HSLC 15] (i) সোৱণশিৰি
(ii) বৰপেটা
(iii) চন্দ্ৰপুৰ
(iv) মাজুলী
10. অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষিকাৰ্য্য সম্পৰ্কে আলোচনা কৰা। [HSLC’16]
11. অসমৰ পৰ্য্যটন উদ্যোগৰ সম্ভাৱনা সমূহৰ বিষয়ে চমুকৈ লিখা। [HSLC’16]
12. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তলত দিয়াসমূহ যথাস্থানত বহুওৱা : [HSLC 16]
(a) অসমৰ প্ৰথম তেলশোধানাগাৰ ।
(b) ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান ।
13. অসমৰ প্ৰধান খনিজ সম্পদবোৰৰ নাম লিখা। অসমৰ তৈল ক্ষেত্ৰবোৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC ’17]
14. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ সমূহ কি কি ? অসমৰ • চাহ উদ্যোগৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা। [HSLC 17]
15. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমূহ যথাস্থানত বহুওৱা : [HSLC ’17]
(a) এখন ৰাষ্ট্ৰীয় উদ্যান
(b) মোনাবাৰী চাহ বাগিছা
(c) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ
16. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ চাৰিটা কাৰণ লিখা। [HSLC 18]
17. অসমৰ পৰ্যটন উদ্যোগৰ যি কোনো চাৰিটা সমস্যা উল্লেখ কৰা। [HSLC ’18]
18. অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবোৰ একাদিক্রমে উল্লেখ কৰা । [HSLC ’18]
19. অসমৰ জনসংখ্যা বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুকৈ আলোচনা কৰা ৷ [HSLC 18]
20. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তলত দিয়া সমূহ নাম সহকাৰে বহুওৱা : [HSLC’18]
(a) এখন কয়লাক্ষেত্র
(b) এটা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্র
(c) এখন চিকিৎসা মহাবিদ্যালয়
21. অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। [HSLC’18]
22. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহ নাম সহকাৰে বহুওৱা : [HSLC’19]
(a) এটা তেল শোধনাগাৰ
(b) ৰপ্তানি বৃদ্ধি ঔদ্যোগিক পার্ক 3. / অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা ।[HSLC’19]
23. অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া । [HSLC’19]
25/ অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াসমূহৰ যিকোনো দুটা নামসহ বহুওৱাঃ [HSLC 20]
(a) জৈৱ-প্ৰযুক্তি পার্ক
(b) এখন পক্ষী অভয়াৰণ্য
(c) এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা
26. অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । [HSLC 20]
27. অসমত ৰেল পৰিবহণ উন্নয়নৰ বিষয়ে এটি খতিয়ান লিখা । [HSLC 20]
Type by- Bikul Mandal