অখণ্ড সংখ্য়া
পাঠ ১
অনুশীলনী 1(B)
1. তলৰ চৰ্ত সিদ্ধ হোৱাকৈ অখণ্ড সংখ্য়া a আৰু b নিৰ্ণয় কৰা যাতে 一
(i) a + b ধনাত্মক
উত্তৰঃ a = 1 আৰু b = 2
(ii) a + b ঋণাত্মক
উত্তৰঃ a = -5 আৰু b = 1
(iii) a + b = 0
উত্তৰঃ a = 1 আৰু b = -1
(iv) a ≠ b আৰু a + b = 0
উত্তৰঃ a = 2 আৰু b = -2(v) (vi) a ধনাত্মক, b ঋণাত্মক a – b ঋণাত্মক
(vii) a ধনাত্মক, b ঋণাত্মক আৰু a + b ঋণাত্মক
উত্তৰঃ a = 2 আৰু b = -3
(viii) a ধনাত্মক, b ঋণাত্মক আৰু a + b = 1
উত্তৰঃ a = 3 আৰু b = -2
(ix) a ঋণাত্মক, b ধনাত্মক আৰু a + b ধনাত্মক
উত্তৰঃ a = -1 আৰু b = 3
(x) a ঋণাত্মক, b ধনাত্মক আৰু a + b ঋণাত্মক
উত্তৰঃ a = – 3 আৰু b = 2
(xi) a ঋণাত্মক, b ধনাত্মক আৰু a – b ঋণাত্মক
উত্তৰঃ a = – 3 আৰু b = 1
2. সত্য় নে অসত্য় লিখা (ইয়াত a, b, c অখণ্ড সংখ্য়া)
(i) যদি a – b ধনাত্মক তেন্তে a > b
উত্তৰঃ সত্য
(ii) যদি a – b ঋণাত্মক তেন্তে a > b
উত্তৰঃ অসত্য
(iii) যদি a > b তেন্তে a + c > b + c
উত্তৰঃ সত্য
(iv) যদি a ধনাত্মক তেন্তে a > 0
উত্তৰঃ সত্য়
(v) যদি a ঋণাত্মক তেন্তে a < 0
উত্তৰঃ সত্য়
(vi) যদি a < b তেন্তে a – c < b – c
উত্তৰঃ সত্য়
3. a, b, c অখণ্ড সংখ্য়া বুলি লৈ তলৰ খালী ঠাইবিলাক পূৰ কৰাঃ
(i) যদি a > b তেন্তে |a – b| = a – b
(ii) যদি a < b তেন্তে |a – b| = b – a
(iii) যদি a > 2, b > 3, আৰু c > 0 তেন্তে|a – 2| + |b – 3| + |c| = a – 2 + b + 3 + c
(iv) a < 0, b < 0, c < 0 তেন্তে |a| + |b| + |c| = a + b + c
(v) যদি a আৰু b দুয়োটাই ঋণাত্মক তেন্তে সিহঁতৰ যোগফল সদায় ঋণাত্মক।
4. খালী ঠাই পূৰ্ণ কৰা 一
(i) (-18) + (-6) = (-6) + (-18)
(ii) [(5) + (-8)] + 9 = 5 + [(-8) + 9]
(iii) 0 + (-29) = -29 = (-29) + 0
(iv) x + 8 = 0 হ’লে x = -8
(v) -21 + (-4) = -25
5. শুদ্ধনে অশুদ্ধ উল্লেখ কৰা (ইয়াত a, b, c আদি যিকোনো অখণ্ড সংখ্য়া)
(i) a – b = b – a
উত্তৰঃ শুদ্ধ
(ii) a – b – c = (a – b) -c
উত্তৰঃ শুদ্ধ
(iii) a – b – c = a – (b – c )
উত্তৰঃ শুদ্ধ
(iv) a < b তেন্তে a – b ঋণাত্মক
উত্তৰঃ শুদ্ধ
(v) |a + b| ≥ |a| + |b|
উত্তৰঃ অশুদ্ধ
6. সত্য়তা নিৰূপণ কৰা (a, b, c আদি অখণ্ড সংখ্যা)
(i) |a| = |-a|
উত্তৰঃ সত্য়
(ii) |a| < a
উত্তৰঃ অশুদ্ধ
(iii) |a| ≥ a
উত্তৰঃ শুদ্ধ
(iv) |a – b| ≤ |a| – |b
|উত্তৰঃ অশুদ্ধ
– Hiru Moni Bora
Post ID : DABP004138