জীৱৰ বিচিত্ৰতা
Chapter 7
১) গুপ্তবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?
উত্তৰ ঃ গ্ৰীক ভাষাৰ পৰা ।
২) জৈৱ বৈচিত্ৰতাৰ অৰ্থ হ’ল-
উত্তৰ ঃ জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতা ।
৩) গ্ৰীক ভাষাত Angio ৰ অৰ্থ কি?
উত্তৰ ঃ আবৃত ।
৪) পেৰিফেৰা শব্দৰ অৰ্থ কি?
উত্তৰ ঃ ৰন্ধ্ৰযুক্ত প্ৰাণী ।
৫) তলৰ কোনবিধ সৰীপসৃপ প্ৰাণী?
উত্তৰ ঃ কাছ ।
৬) কেৰোলাচ লিনিয়াচ্ ক’ত জন্ম হৈছিল?
উত্তৰ ঃ ছুইডেন ।
৭) কেৰোলাচ লিনিয়াচ্ ৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ ঃ 1707 ।
8) তলৰ কোনবিধ মৎস্য় প্ৰাণী?
উত্তৰ ঃ মিছামাছ ।
৯) পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ কেনেধৰণৰ?
উত্তৰ ঃ উষ্ণৰক্তী ।
১০) প্ৰট’কৰডেটসমূহ কি প্ৰাণী?
উত্তৰ ঃ সামুদ্ৰিক প্ৰাণী ।
১১) তলৰ কোনবিধ প্ৰাণীয়ে পৰিপক্ক পোৱালী জন্ম দিয়ে?
উত্তৰ ঃ কাঙ্গাৰো ।
১২) একনলদেহী প্ৰাণীসমূহৰ দেহত কেইটা গহ্বৰ থাকে?
উত্তৰ ঃ এটা ।
১৩) নগ্নবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?
উত্তৰ ঃ গ্ৰীক ভাষাৰ পৰা ।
১৪) সমাঙ্গদেহী উদ্ঊভিদখিনিক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰ ঃ শেলাই ।
১৫) গ্ৰীক ভাষাত Sperma ৰ অৰ্থ কি?
উত্তৰ ঃ বীজ ।
১৬) তলৰ কোনবিধ মচ জাতীয় উদ্ভিদ?
উত্তৰ ঃ মাৰ্কেনশ্বিয়া’ ।
১৭) যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি কি শ্ৰেণীত অন্তৰ্ভুক্ত?
উত্তৰ ঃ সমাঙ্গদেহী উদ্ভিদ ।
১৮) জীৱবিলাকক কিহৰ কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়?
উত্তৰ ঃ সিহঁতৰ আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয় ।
১৯) 1859 চনত কোনজন মহান বিজ্ঞানীয়ে নিজৰ গ্ৰন্থত ক্ৰমবিকাশৰ ধাৰণাৰ বিষয়ে অৱতাৰণা কৰিছিল?
উত্তৰ ঃ চাৰ্লচ ডাৰউইন ।
২০) 1859 চনত ক্ৰমবিকাশৰ বিষয়ে অৱতাৰণা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ ঃ অৰিজিন অফ স্পেচিছ্ ।
Type : Dimpi Bora