কলা
Chapter 6
১) জটিল স্থায়ী কি কলা ?
উত্তৰ ঃ স্থায়ী কলা।
২) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
উত্তৰ ঃ চাৰিটা কোষেৰে গঠিত।
৩) উদ্ভিদৰ দেহত থকা সৰহখিনি কি কলা ?
উত্তৰ ঃ মৃত।
৪) কোনবিধ জটিল কলাৰ উদাহৰণ?
উত্তৰ ঃ ফ্লোৱেম।
৫) ফ্লোৱেম কেইবিধ কোষেৰে গঠিত?
উত্তৰ ঃ চাৰিবিধ।
৬) ট্ৰেকাইড আৰু নলীকাবিলাকৰ গঠন কেনেকুৱা?
উত্তৰ ঃ চুঙাকৃতিৰ।
৭) আচ্ছাদক কলা কি?
উত্তৰ প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্য়িক আৱৰণ।
৮) প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে?
উত্তৰ ঃসংকোচন আৰু প্ৰসাৰণ।
৯) তলৰ কোনদুবিধ আমাৰ শৰীৰত পোৱা কলা?
উত্তৰ ঃ পোশী আৰু তেজ।
১০) কোনবিধ এবিধ বিশেষধৰণৰ জুলীয়া সংযোজক কলা?
উত্তৰ ঃ তেজ বা ৰক্ত।
১১) উদ্ভিদৰ পাতৰ বহিঃস্তকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ্ৰ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয়?
উত্তৰ ঃ পত্ৰৰন্ধ্ৰ।
১২) উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয়?
উত্তৰ ঃ কাৰ্বন ডাই অক্সাইড গেছ।
১৩) পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষেৰে আগুৰি ৰাখে?
উত্তৰ ঃ দুটা।
১৪) উদ্ভিদৰ শিপাৰৰ বহিঃস্তকখনৰ কাম কি?
উত্তৰ ঃ পানী শোষণ কৰা।
১৫) পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষকেইটাক কি বুলি কোৱা হয়?
উত্তৰ ঃ ৰক্ষীকোষ।
১৬) মস্তিকত কি কলা থাকে?
উত্তৰ ঃ স্নায়ু কলা।
১৭) চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়?
উত্তৰ ঃ অৰেখিত পেশী।
১৮) এটা কোষত কেইটা কোষকেন্দ্ৰ পোৱা যায়?
উত্তৰ ঃ এটা।
১৯) হৃদযন্ত্ৰৰ বেৰ কেনেধৰণৰ পেশীকলাৰ দ্বাৰা গঠিত?
উত্তৰ ঃ হৃদপেশী।
২০) জুলিয়া আধাৰ দ্ৰব্য থকা সংযোজক কলাবিধৰ নাম কি ?
উত্তৰ ঃ তেজ।
২১) তেজৰ অৰ্দ্ধজুলীয়া আধাৰ দ্ৰব্যক কি বোলে ?
উত্তৰ ঃ প্লাজমা।
২২) পেশী আৰি অস্থিক কি কলাই সংযোগ কৰে ?
উত্তৰ ঃ টেণ্ডল কলাই।
Type : Dimpi Bora