পৰমাণুৰ গঠন
Chapter 4
১) কোনবোৰ পদাৰ্থ গঠনৰ একো একোটা মূল গোট?
উত্তৰ ঃ অণু আৰু পদাৰ্থবোৰ।
২) জে জে থমছনে উপপাৰমাণৱিক কণাবোৰক কি হিচাপে চিনাক্ত কৰিছিল?
উত্তৰ ঃইলেক্ট্ৰন।
৩) পৰমাণুৰ গঠনৰ আৰ্হি উপস্থাপন কৰা প্ৰথমজন বিজ্ঞানী আছিল-
উত্তৰ ঃজে জে থমছন।
৪) পৰমাণুত আধানযুক্ত কেন্দ্ৰ এটা থাকে আৰু সেইটোৰ নাম হ’ল-
উত্তৰ ঃধনাত্মক আধানযুক্ত।
৫) পৰমাণুত ধনাত্মক আধানযুক্ত এটা কেন্দ্ৰ থাকে, সেইটোক কি বুলি কোৱা হয়?
উত্তৰ ঃনিউক্লিয়াছ।
৬) জে জে থমছনৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?
উত্তৰ ঃ1856 চনৰ 18 ডিচেম্বৰ তাৰিখে।
৭) 1932 চনত কোনজন বিজ্ঞানীয়ে আন এবিধ উপ পাৰমাণৱিক কণা আৱিস্কাৰ কৰিছিল যাৰ আধান নাছিল ভৰ প্ৰটনৰ ভৰৰ প্ৰায় সমান-
উত্তৰ ঃজে ছাডউইকে।
৮) 1908 চনত ৰসায়ন বিজ্ঞানত ন’বেল বঁটা পোৱা বিজ্ঞানীজনৰ নাম কি?
উত্তৰ ঃস্প্ৰিং গ্ৰ’ভ।
৯) 1922 চনত পৰমাণুৰ গঠনৰ ওপৰত কৰা গৱেষণাৰ বাবে ন’বেল বঁটা কোনে পাইছিল?
উত্তৰ ঃ কোপেন হ্গেনত নীয়েল ব’ৰে।
১০) স্প্ৰিং গ্ৰ’ভ ৰ জন্ম কিমান চনৰ কিমান তাৰিখে হৈছিল?
উত্তৰ ঃ 1871 চনৰ 30 আগষ্টৰ তাৰিখে।
১১) নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায়?
উত্তৰ ঃস্প্ৰিং গ্ৰ’ভ।
১২) পদাৰ্থৰ বহিৰতম কক্ষপথত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্য়া-
উত্তৰ ঃ8 টা।
১৩) আয়ডিনৰ এটা সমস্থানিক কি ৰোগৰ চিকিৎসাত ব্য়ৱহাৰ কৰা হয়?
উত্তৰ ঃগৰল ৰোগত।
১৪) হাইড্ৰ’জেনৰ কিমানবিধ পৰমাণু আছে?
উত্তৰ ঃতিনিবিধ।
১৫) ৰাডাৰ ফ’ৰ্ডৰ আলফা কণা বিচ্ছুৰণ পৰীক্ষাই কি আৱিস্কাৰ কৰিছিল?
উত্তৰ ঃইলেক্ট্ৰন।
১৬) পৰমাণু এটাৰ কোনটো অংশত প্ৰ’টন থাকে?
উত্তৰ ঃনিউক্লিয়াছ অংশত।
১৭) জে জে থমছনে কিমান বছৰ ধৰি কেমব্ৰিজত থকা কেভেণ্ডিছ পৰীক্ষাগাৰক পথ নিৰ্দেশনা দি আহিছিল?
উত্তৰ ঃ৩৫ বছৰ।
১৮) যোজ্য়তা হ’ল-
উত্তৰ ঃপৰমাণু এটাৰ যোজিত হ’ব পৰা ক্ষমতা।
Type : Dimpi Bora