আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে
Chapter 2
১) বাস্পীভৱন প্ৰক্ৰিয়া হৈছে এটা-
উত্তৰ ঃভৌতিক প্ৰক্ৰিয়া।
২) বিশুদ্ধ পদাৰ্থবোৰত কেইটা উপাদান থাকে?
উত্তৰ ঃ এটা ।
৩) দ্ৰৱণৰ কেইটা উপাদান থাকে?
উত্তৰ ঃ দুটা।
৪) বায়ু এবিধ কি পদাৰ্থ?
উত্তৰ ঃ গেছীয় পদাৰ্থ।
৫) দ্ৰৱণৰ উপাদান কেইটা কি কি?
উত্তৰ ঃ দ্ৰাৱক আৰু দ্ৰৱ।
৬) মৌল শব্দ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্য়ৱহাৰ কৰিছিল?
উত্তৰ ঃ ৰ’বাৰ্ট ব’য়েল।
৭) তলৰ কোনবিধৰ দ্য়ুতি বা চিক্মিকনি আছে?
উত্তৰ ঃ ধাতুৰ।
৮) দ্ৰৱণ এটা কি ?
উত্তৰ ঃ সমসত্ব মিশ্ৰণ।
৯) নিমখ ক’ৰ পৰা পৃথক কৰিব পাৰি?
উত্তৰ ঃ সাগৰৰ পাৰ।
১০) কোনবোৰ কণিকা ই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰি ?
উত্তৰ ঃ প্ৰলম্বিত কণিকাবোৰে।
১১) প্ৰলম্বন এবিধ কি ?
উত্তৰ ঃঅসমসত্ব মিশ্ৰণ।
১২) সাধাৰণ উষ্ণতাত মৌল গেছীয় কেইটা?
উত্তৰ ঃ এঘাৰতা।
১৩) সৰ্বসাধাৰণ মানুহৰ মতে “বিশুদ্ধ” মানে কি নথকা বস্তু?
উত্তৰ ঃ ভেজাল নথকা বস্তু।
১৪) বাষ্পীভৱন কি প্ৰক্ৰিয়া?
উত্তৰ ঃ ভৌতিক প্ৰক্ৰিয়া।
১৫) সাধাৰণ উষ্ণতাত তৰল হৈ থকা মৌলৰ দুবিধৰ নাম কি কি?
উত্তৰ ঃ মাৰকিউৰি আৰু ব্ৰ’মিণ।
১৬) ছ’ডা পানী তলৰত কি পদাৰ্থৰ মিশ্ৰণ?
উত্তৰ ঃ গেছীয় পদাৰ্থৰ।
১৭) বেছিভাগ মৌল কি ?
উত্তৰ ঃ গোটা বা কঠিন।
১৮) পোহৰ ৰশ্মি বিচ্ছুৰণ হোৱা ক্ৰিয়াটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ টিণ্ডেল ক্ৰিয়া।
১৯) দহন এবিধ কি ?
উত্তৰ ঃ ভৌতিক পৰিবৰ্তন।
২০) বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি আন গেছবিলাক কি কৰিব লাগিব?
উত্তৰ ঃ আনবিলাক গেছ পৃথক কৰিব লাগিবটডড।
Type: Dimpi Bora