মহাকৰ্ষণ
Chapter 10
১) আৰ্কিমিডিচ এগৰাকী কি আছিল ?
উত্তৰ ঃ গ্ৰীক বিজ্ঞানী।
২) Gৰ গৃহীত মান আছেনে ?
উত্তৰ ঃ আছে।
৩) বিশ্বজনীন ধ্ৰুৱক বুলি কোনতোক কোৱা হয় ?
উত্তৰ ঃ G।
৪) সমানুপাতিক ধ্ৰুৱ কোনতো ?
উত্তৰ ঃ G।
৫) আইজাক নিউটনৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰ ঃ ১৬৪২ চনত ।
৬) আইজাক নিউটনে কি নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল ?
উত্তৰ ঃ গোলক গণিত।
৭) কিমান খ্ৰীঃৰ বহুতো জ্যোতিৰ্বিদে গ্ৰহবোৰৰ গতিৰ সম্পৰ্কত বহুতো তথ্য সংগ্ৰহ কৰিছিল ?
উত্তৰ ঃ ১৬ খীঃৰ।
৮) তৰল কাক বোলে ?
উত্তৰ ঃ সকলো জুলীয়া আৰু গেচীয় পদাৰ্থকে তৰল বোলে।
৯) পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ হয় নে ?
উত্তৰ ঃ নহয়।
১০) প্লাবিতা মানে কি ?
উত্তৰ ঃ পানীয়ে প্ৰয়োগ কৰা ৰ্ঊধমুখী বলকে প্লাবিতা বোলে।
১১) সকলো বস্তুৱেই তৰলত ডুবালে কি বল অনুভৱ কৰে ?
উত্তৰ ঃ প্লাবিতা বল।
১২) ঘনত্ব কাক বোলে ?
উত্তৰ ঃ পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে।
১৩) পদাৰ্থৰ চাৰিত্ৰিক ধৰ্মবোৰৰ এটা অন্যতম ধৰ্ম কি ?
উত্তৰ ঃ ঘনত্ব।
১৪) ঘনত্ব একক কিমান ?
উত্তৰ ঃ কিল’গ্ৰাম প্ৰতি ঘনমিটাৰ ।
১৫) নিউটনে এদিন গছৰ তলত বহি থাকোতে কি সৰি তেওঁৰ গাতে পৰিছিল ?
উত্তৰ ঃ আপেল।
১৬) সোণৰ ঘনত্ব কিমান ?
উত্তৰ ঃ 19300।
১৭) পানীৰ ঘনত্ব কিমান ?
উত্তৰ ঃ 1000।
Type : Dimpi Bora