অন্বেষণ
অধ্য়য়ন- ৬
১। কিমান চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে ?
উত্তৰঃ ১৯৩০ চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে শিৱসাগৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰে ।
২। সীতানাথ ব্ৰহ্মচৌধুৰী কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী ১৯০৮ চনত জন্ম হৈছিল ।
৩। ১৯০৮ চনত কোন ঠাইত সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল ?
উত্তৰঃ ১৯০৮ চনত গোৱালপাৰাৰ ভালুকমাৰীত সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল ।
৪। কোন স্কুলত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বিদ্য়া-শিক্ষা আৰম্ভ কৰে ?
উত্তৰঃ পুঠিমাৰী মাইনৰ স্কুলত সীতনাথ ব্ৰহ্মচৌধুৰীয়ে বিদ্য়া-শিক্ষা আৰম্ভ কৰে ।
৫। অন্বেষণ কবিতাটো কোনে ৰচনা কৰিছে ?
উত্তৰঃ অন্বেষণ কবিতাটো সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰিছে ।
৬। কিমান চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বি এ ডিগ্ৰী লাভ কৰে ?
উত্তৰঃ ১৯৩৬ চনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে বি এ ডিগ্ৰী লাভ কৰে ।
৭। সীতানাথ ব্ৰহ্মচৌধুৰী কি কবিসকলৰ ভিতৰৰে এজন উল্লেখযোগ্য় কবি ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী ৰোমাণ্টিক কবিসকলৰ ভিতৰৰে এজন উল্লেখযোগ্য় কবি ।
৮। নিৰুপমা শব্দৰ অৰ্থ কি ?
উত্তৰঃ নিৰুপমা শব্দৰ অৰ্থ হ’ল অতুলনীয় ।
৯। লৱণু শব্দৰ অৰ্থ কি ?
উত্তৰঃ লৱণু শব্দৰ অৰ্থ হ’ল মাখন ।
১০। অন্বেষণ কবিতাটোত হিয়াই খোজে কিহৰ একান্ত লগৰী ?
উত্তৰঃ অন্বেষণ কবিতাটোত হিয়াই খোজে হৃদয়ৰ একান্ত লগৰী ।
১১। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়কৃতিৰ ভিতৰত উল্লেখযোগ্য় কাব্য় খনৰ নাম কি ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়কৃতিৰ ভিতৰত উল্লেখযোগ্য় কাব্য় খনৰ নাম হ’ল কমলকলি ।
১২। সীতানাথ ব্ৰহ্মচৌধুৰীৰ তিনিখন কবিতা পুঠিৰ নাম কি ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ তিনিখন কবিতা পুঠিৰ নাম হ’ল আৱেগ, চকুলো আৰু ফুলেশ্বৰী দৈমাৰী ।
১৩। অসম সাহিত্য় সভাৰ তিনিচুকীয়া আৰু কোন ঠাইৰ অধিৱেশনৰ সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্য়ু হয় ?
উত্তৰঃ অসম সাহিত্য় সভাৰ তিনিচুকীয়া আৰু ডিফু অধিৱেশনৰ সভাপতি সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্য়ু হয় ।
১৪। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কিমান চনত মৃত্য়ু হয় ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ ১৯৮২ চনত মৃত্য়ু হয় ।
১৫। গাওঁ সংগঠন নামৰ সীতানাথ ব্ৰহ্মচৌধুৰী ক’ত ৰচনা কৰি থৈ গৈছে ?
উত্তৰঃ গাওঁ সংগঠন নামৰ সীতানাথ ব্ৰহ্মচৌধুৰী আন এখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে ।
১৬। সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়ৰ সুৰ কি আছিল ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কাব্য়ৰ সুৰ কোমল আৰু নিৰহ-নিপানী আছিল ।
১৭। নিচেই শিশুকালতেই কোনে কাব্য় প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয় ?
উত্তৰঃ নিচেই শিশুকালতেই সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কাব্য় প্ৰতিভাই প্ৰকাশৰ বাট বিচাৰি লয় ।
১৮। ৰোমাণ্টিক কবিসকলৰ ভিতৰৰে উল্লেখযোগ্য় কবিজনৰ নাম কি ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী ৰোমাণ্টিক কবিসকলৰ ভিতৰৰে উল্লেখযোগ্য় কবি ।
১৯। অন্বেষণ কবিতাটোত কি পানীৰে ক’ত দুজনাৰ স’তে এৰা-এৰি ?
উত্তৰঃ অন্বেষণ কবিতাটোত চকুৰ পানীৰে ক’ত দুজনাৰ স’তে এৰা-এৰি ।
২০। কলমকলি কাব্য়খন কোনে ৰচনা কৰিছে ?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰিছে ।
Type By Chandana Bora
Check: Himashree Bora.
Post ID: DABP004218